18/05/2026
ইয়াৰ ধূপধৰা বৈদ্যুতিক উপ সংমণ্ডল সমূহ গ্ৰাহক সকলোক জনোৱা হয় যে অহাকালি ইংৰাজী 19-05-2026 তাৰিখ মঙ্গলবাৰে ৰাতিপুৱা ৭ বজাৰ পৰা ৰাতিপুৱা ৯ বজালৈ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ বাবে বকোৰ পৰা ধূপধৰালৈ অহা 33 KV বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ থাকিব সেয়েহে সমূহ মূল্যবান গ্ৰাহক সকলোৰ সহায় সহযোগিতা কামনা কৰা হল।
ধূপধৰা বৈদ্যুতিক উপ সংমণ্ডল।