Golakganj LAC Social Media It Department

Golakganj LAC Social Media It Department Indian National Congress

প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই লোৱা সিদ্ধান্ত অনুসৰি প্ৰতিমাহে ১০ তাৰিখৰ দিনটোত কংগ্ৰেছ দলে ৰূপায়ণ কৰে বৃহৎ ...
30/10/2025

প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই লোৱা সিদ্ধান্ত অনুসৰি প্ৰতিমাহে ১০ তাৰিখৰ দিনটোত কংগ্ৰেছ দলে ৰূপায়ণ কৰে বৃহৎ যোগদান কাৰ্যসূচী। এই কাৰ্যসূচীৰ উপৰি যোৱকালি গুৱাহাটীস্থিত মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া, নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সহঃ তত্ত্বাৱধায়ক বিকাশ উপাধ্যায় ডাঙৰীয়া,সাংসদদ্বয় প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আৰু ৰকিবুল হুছেইন ডাঙৰীয়া, প্ৰাক্তন সাংসদ ৰিপুণ বৰা ডাঙৰীয়াকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ নেতাৰ উপস্থিতিত এক বৃহৎ যোগদান কাৰ্যসূচী ৰূপায়ন কৰা হয়। এই কাৰ্যসূচীতে কংগ্ৰেছ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ প্ৰাক্তন সভাপতি মহানন্দ সৰকাৰ ডাঙৰীয়া, TMPK-ৰ প্ৰতিষ্ঠাপক সদস্য ৰাজু মেদক ডাঙৰীয়াকে ধৰি বহু লোকে কংগ্ৰেছ দলত যোগদান কৰে। নতুনকৈ অন্তৰ্ভুক্ত হোৱা প্ৰতিগৰাকী সদস্যকে জনোৱা হয় উষ্ম আদৰণি।

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি শ্ৰী Gaurav Gogoi ডাঙৰীয়া নেতৃত্বত আজি সমাজৰ বহু কেইজন আগশাৰীৰ ব্যক্তি তথা বহু কেইগৰাকী সমাজ...
29/10/2025

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি শ্ৰী Gaurav Gogoi ডাঙৰীয়া নেতৃত্বত আজি সমাজৰ বহু কেইজন আগশাৰীৰ ব্যক্তি তথা বহু কেইগৰাকী সমাজ কৰ্মীয়ে কংগ্ৰেছ দলত যোগদান কৰে।

Gaurav Gogoi  ডাঙৰীয়ই জোতা চেন্দেল পিন্ধি জুবিন ক্ষেত্ৰৰ থাপনা থকা ঠাইত বহা বুলি ভুল বাতৰি পৰিবেশন কৰিছে।  Screen shot ...
25/10/2025

Gaurav Gogoi ডাঙৰীয়ই জোতা চেন্দেল পিন্ধি জুবিন ক্ষেত্ৰৰ থাপনা থকা ঠাইত বহা বুলি ভুল বাতৰি পৰিবেশন কৰিছে।
Screen shot এটা দিছোঁ। ভালকৈ চাই লওক, দেখা পাব, বুজি পাব আৰু নাক থাকিলে লাজো পাব।

আমি বুজিব পাৰিছো যে মালিকৰ ভণ্ডামি পোহৰলৈ আহিছে।। হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ দিনৰ পৰাই মালিকৰ বহু ভন্দামি উদঙাই দিলে। এতিয়া মালিকৰ লগতে চেনেলটোৱেই সন্মুখত অন্ধকাৰ দেখি মিছাৰ আশ্ৰয় লবলগীয়া হৈছে।
ধিক্কাৰ

23/10/2025

বিজেপি দলৰ ন্যায় যাত্ৰাই প্ৰমাণ কৰিলে চৰকাৰৰ ব্যৰ্থতা। বিজেপি চৰকাৰৰ 'ন্যায় যাত্ৰা'ক লৈ চৌদিশে তীব্ৰ প্ৰতিক্ৰিয়া। বিজেপিয়ে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিছে। ন্যায় যাত্ৰাই জ্বলন্ত প্ৰমাণ।

"স্বাধীনতা সংগ্ৰামৰ সেইজন আজন্ম সাহসী জন নেতা সুভাষ চন্দ্ৰ বসুয়ে ভাৰতবৰ্ষক দাসত্বৰ পৰা মুক্তি দিবলৈ ভাৰতবাসীক আহ্বান কৰি...
23/10/2025

"স্বাধীনতা সংগ্ৰামৰ সেইজন আজন্ম সাহসী জন নেতা সুভাষ চন্দ্ৰ বসুয়ে ভাৰতবৰ্ষক দাসত্বৰ পৰা মুক্তি দিবলৈ ভাৰতবাসীক আহ্বান কৰিছিল - "মোক তোমালোকে নিজৰ তেজ দিয়াঁ - মই তোমালোকক স্বাধীনতা দিম"
আৰু ক্ষমতাৰ ধোঁৱাৰে অৰ্দ্ধসিদ্ধ হৈ থকা এইজন ক্ষমতাপিপাসুয়ে আকৌ নগাঁৱত আহি আজি কলে - "মোক তোমালোকে ভোট দিয়া - মই তোমালোকক মাতৃৰ মমতাৰূপী মিঠাতেল দিম " !
আমাৰ কলংপাৰৰ কবিয়ে এনে ব্যক্তিৰ কথা মনত ৰাখিয়েই চাগে নগাঁৱতে এসময়ত লিখি থৈ গৈছিল "(মুখ্য) মন্ত্ৰীত্ব যাৰ শেষ কল্পনা, এছেম্বলী যাৰ আশা, সিনো কি বুজিব হে বীৰ, তোমাৰ ৰণদূৰ্মদ ভাষা !"

-প্ৰদ্যুৎ বৰদলৈ
সাংসদ, নগাঁও লোকসভা সমষ্টি

22/10/2025

Address

Dhuburi

Website

Alerts

Be the first to know and let us send you an email when Golakganj LAC Social Media It Department posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share