Mahamaya Primary committee, UPPL

Mahamaya Primary committee, UPPL Mahamaya Primary Committee

06/08/2022

বৰ দুখ আৰু অনুতাপৰ বিষয়
------------------------------------------
যোৱাকালি আবেলি আড়াইআনী 2য় খণ্ড (নামাপাৰা) নিবাসী আমাৰ দলীয় সতীৰ্থ তথা মহামায়া প্ৰাইমাৰি কমিটীৰ সম্পাদক আব্দুছ কালাম (তালুক) ৰ ডাঙৰ ককায়েক(ভাই) উচ্চ ৰক্তচাপৰ ফলত সংকটজনক অৱস্থাত বৰ্তমান কোচবিহাৰ Mission Hospital ত আছে। তাৰ কাৰণে আমি ঈশ্বৰ/আল্লাৰ ওচৰত প্ৰাৰ্থনা জনাও অতি সোনকালে যেন আৰোগ্য লাভ কৰে।

05/08/2022

Good Night

  Celebration   2015 চনৰ 5 আগষ্ট তাৰিখে কোকৰাঝাৰ জিলাৰ দোতমা অঞ্চলত বৰ্তমান অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী মাননীয়  #শ্ৰীযুত...
05/08/2022

Celebration
2015 চনৰ 5 আগষ্ট তাৰিখে কোকৰাঝাৰ জিলাৰ দোতমা অঞ্চলত বৰ্তমান অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী মাননীয় #শ্ৰীযুত_ইউ_জি_ব্ৰম্ম, বৰ্তমান ৰাজ্যসভাৰ সাংসদ #ৰৌনগৌৰা_নাৰজাৰী , #মাউতি_ব্ৰম্ম_হাজোৱাৰি আদিৰ দৰে বহু সংখ্যক সংগ্ৰামী নেতাৰ অহৰহ প্ৰচেষ্টাৰ ফলত আমাৰ এই UPPL দলৰ জন্ম হৈছিল। আজি এই সপ্তম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে ইং 05/08/2022 তাৰিখ পৰ্ব্বতঝোৰা জিলা কমিটীৰ উদ্যোগত Kazigaon MV School খেল পথাৰত Celebration সভাৰ আয়োজন কৰা হয় । উক্ত সভাত অতিথি হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় কমিটিৰ উপ সভাপতি ডাঙৰীয়া, কেন্দ্ৰীয কমিটীৰ Org. Secretary ডাঙৰীয়া, ৰাভা সাহিত্য সভাৰ সভাপতি ডাঙৰীয়া, সমাজ সেৱক ডাঙৰীয়া, উপস্তিত থাকে UPPL পৰ্ব্বতঝোৰা জিলা কমিটীৰ সভাপতি #শ্ৰীযুত_প্ৰসেন_কুমাৰ_ব্ৰম্ম ডাঙৰীয়া, জিলা কমিটীৰ সাধাৰণ সম্পাদক দ্বয ক্ৰমে #শ্ৰীযুত_ছেলিম_আহমেদ_খান ডাঙৰীয়া, #শ্ৰীযুত_মহিৰাম_কামা ডাঙৰীয়া, পৰ্ব্বতঝোৰা সমষ্টিৰ TCLCC ৰ Chairman #উত্তম_হাজোৱাৰী ডাঙৰীয়া, জিলা কমিটীৰ উপ সভাপতি ক্ৰমে #জৱাহৰলাল_ব্ৰম্ম ডাঙৰীয়া, #আক্তাৰুজ_জামান ডাঙৰীয়া, #অমিয়_কুমাৰ_ব্ৰম্ম ডাঙৰীয়া, জিলা কমিটীৰ সম্পাদক ক্ৰমে #জামিৰ_আলী ডাঙৰীয়া, #চন্দন_কুমাৰ _বৰ্মন ডাঙৰীয়া, জিলা কমিটীৰ Office secretary ডাঙৰীয়া, জিলা কমিটীৰ ধনভড়ালি #বিৰমোল_ব্ৰম্ম ডাঙৰীয়া, জিলা কমিটিৰ বিষয়ববীয়া ডাঙৰীয়া সকল, জিলা যুৱ কমিটিৰ বিষয়ববীয়া ডাঙৰীয়া সকল, পৰ্ব্বতঝোৰাৰ ST/SC/OBC/Minorities বিভিন্ন Cell ৰ সভাপতি ডাঙৰীয়া সকল, মহিলা কমিটিৰ সভানেত্ৰী/সম্পাদিকা দ্বয়/ বিভিন্ন বিষয়ববীয়া ডাঙৰীয়ানী সকল, VCDC Chiarman ডাঙৰীয়া সকল লগতে প্ৰাইমাৰিৰ সভাপতি/সাধাৰন সম্পাদক দ্বয/পদবীধাৰি বিষয়ববীয়া আৰু সদস্য বিন্ধ সকল আৰু অন্যান্য সন্মানীয় কৰ্মীবৃন্দ সকল।

4th and 5th August/2022 তাৰিখে দুদিনীয়া  7th Foundation Day উৎযাপন উপলক্ষে আজি ইং 4th August/2022 তাৰিখ বৃহস্পতিবাৰ দিন...
04/08/2022

4th and 5th August/2022 তাৰিখে দুদিনীয়া 7th Foundation Day উৎযাপন উপলক্ষে আজি ইং 4th August/2022 তাৰিখ বৃহস্পতিবাৰ দিনা *পৰ্ববতঝোৰা জিলা কমিটীৰ* UPPLৰ অন্তৰ্গত মহামায়া প্ৰাইমাৰি কমিটী UPPL দলৰ সপ্তম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উৎযাপন উপলক্ষে গাৱে গাৱে বৃক্ষ ৰূপন কায্যসূচী ৰূপায়ন কৰা হয়। উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰে পৰ্ববতঝোৰা জিলা কমিটীৰ উপ সভাপতি ডাঙৰীয়া,জিলা যুৱ কমিটীৰ সাধাৰণ সম্পাদক ডাঙৰীয়া, জিলা কমিটীৰ সদস্য ডাঙৰীয়া,কেন্দ্ৰীয় কমিটিৰ সদস্য ডাঙৰীয়া, মহামায়া V.C.D.C ৰ Chairman ডাঙৰীয়া,মহামায়া প্ৰাইমাৰি কমিটীৰ সভাপতি #আব্দুছ_ছালাম (ভূট্টু) ডাঙৰীয়া, উপ সভাপতি #বিৰাম_চন্দ্ৰ_বৰ্মন ডাঙৰীয়া, সাধাৰণ সম্পাদক দ্বয #সুভ্ৰত_সাহা ডাঙৰীয়া, #শংকৰ_বৰ্মন ডাঙৰীয়া সম্পাদক ক্ৰমে #আব্দুছ_কালাম (তালুক) ডাঙৰীয়া, #ৰাজ_কমল_সাহা ডাঙৰীয়া, #প্ৰনৱ_ঘোষ ডাঙৰীয়া, ধনভড়ালি #নাজিৰ_হোছেন ডাঙৰীয়া, বিভিন্ন পদবীদ্বাৰী বিষয়ববীয়া/সদস্য/সদস্যা ডাঙৰীয়া সকল, সন্মানীয় কৰ্মীবৃন্দ সকল উক্ত কায্যসূচী দায়িত্ব ও নিষ্ঠাৰে পালন কৰাৰ কাৰণে মহামায়া প্ৰাইমাৰিৰ কমিটীৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলো।

আজি ইং ০১|০৮|২০২২ তাৰিখ সোমবাৰ পৰ্ববতঝোৰা জিলা কমিটীৰ মহামায়া প্ৰাইমাৰি কমিটীৰ অন্তৰ্গত আড়াইআনী 2য় খণ্ড (নামা পাৰা) গ...
01/08/2022

আজি ইং ০১|০৮|২০২২ তাৰিখ সোমবাৰ পৰ্ববতঝোৰা জিলা কমিটীৰ মহামায়া প্ৰাইমাৰি কমিটীৰ অন্তৰ্গত আড়াইআনী 2য় খণ্ড (নামা পাৰা) গাওঁত দলীয় সৰ্তীৰ্থ তথা গাওঁৰ মূৰব্বী সকলৰ মাজত কাটা আৰু সাংগঠনিক বিষয়ে কিছু আলাপ আলোচনা কৰা হয়। উপস্তিত থাকে মহামায়া প্ৰাইমাৰি কমিটিৰ সভাপতি আব্দুছ ছালাম (ভূট্টু) ডাঙৰীয়া, সম্পাদক আব্দুছ কালাম (তালুক) ডাঙৰীয়া, ধনভড়ালী নাজিৰ হোছেন ডাঙৰীয়া, দলীয় সতীৰ্থ তথা সমাজ সেৱক ছায়েদ আলী ডাঙৰীয়া, সন্মানীয় কৰ্মীবৃন্দ আৰু মুৰব্বী সকল।

27/07/2022

ভাৰতৰত্ন সন্মানে সন্মানীত হোৱা ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি,মিছাইল ম্যান সকলোৰে হিয়াৰ আমঠু ড॰ এ.পি.জে. আব্দুল কালাম দেৱৰ মৃত্যু তিথিত তেখেতক শ্ৰদ্ধাৰে সোৱঁৰিছো 🙏

আজি ইং 25/07/2022  তাৰিখ সোমবাৰ দিনা UPPL দলীয় সৰ্তীৰ্থ তথা বন্দু মহামায়া প্ৰাইমাৰি কমিটীৰ সম্পাদক ৰাজ কমল সাহাৰ মাতৃৰ  ...
25/07/2022

আজি ইং 25/07/2022 তাৰিখ সোমবাৰ দিনা UPPL দলীয় সৰ্তীৰ্থ তথা বন্দু মহামায়া প্ৰাইমাৰি কমিটীৰ সম্পাদক ৰাজ কমল সাহাৰ মাতৃৰ মৃত্যুৰ আজি আদ্যশ্ৰাদ্ধৰ সম্পূৰ্ন হয়। উক্ত আদ্যশ্ৰাদ্ধৰ অনুষ্ঠানত উপস্থিত থাকে পৰ্ববতঝোৰা কমিটীৰ সভাপতি #শ্ৰীযুত_প্ৰসেন_কুমাৰ_ব্ৰম্ম ডাঙৰীয়া, জিলা কমিটীৰ সাধাৰণ সম্পাদক #ছেলিম_আহমেদ_খান ডাঙৰীয়া, জিলা কমিটীৰ সম্পাদক #জামিৰ_আলী ডাঙৰীয়া, জিলা কমিটীৰ কাৰ্যালয় সম্পাদক #বিমান_চক্ৰবতী ডাঙৰীয়া, জিলা যুৱ কমিটীৰ সাধাৰণ সম্পাদক #মিজানুৰ_ৰহমান ডাঙৰীয়া,জিলা যুৱ কমিটীৰ উপ সভাপতি #নুৰ_ইছলাম ডাঙৰীয়া, মহামায়া প্ৰাইমাৰি কমিটীৰ UPPL ৰ সভাপতি/উপ সভাপতি/সম্পাদক/ধনভড়ালী/ সদস্য/কৰ্মীবৃন্দ ৰ ফালৰ পৰা উক্ত আদ্যশ্ৰাদ্ধৰ জৰিয়তে তেখতৰ মাতৃ যাতে সৰ্গত স্থান লাভ কৰে তাৰ কামনা ও প্ৰাৰ্থনা কৰিলো।

25/07/2022

আজি ইং 25/07/2022 তাৰিখ সোমবাৰ দিনা UPPL দলীয় সৰ্তীৰ্থ তথা বন্ধু মহামায়া প্ৰাইমাৰি কমিটীৰ সম্পাদক ৰাজ কমল সাহাৰ মাতৃৰ মৃত্যুৰ আজি আদ্যশ্ৰাদ্ধৰ সম্পূৰ্ন হয়। উক্ত আদ্যশ্ৰাদ্ধৰ অনুষ্ঠানত উপস্থিত থাকে পৰ্ববতঝোৰা কমিটীৰ সভাপতি #শ্ৰীযুত_প্ৰসেন_কুমাৰ_ব্ৰম্ম ডাঙৰীয়া, জিলা কমিটীৰ সাধাৰণ সম্পাদক #ছেলিম_আহমেদ_খান ডাঙৰীয়া, জিলা কমিটীৰ সম্পাদক #জামিৰ_আলী ডাঙৰীয়া, জিলা কমিটীৰ কাৰ্যালয় সম্পাদক #বিমান_চক্ৰবতী ডাঙৰীয়া, জিলা যুৱ কমিটীৰ সাধাৰণ সম্পাদক #মিজানুৰ_ৰহমান ডাঙৰীয়া,জিলা যুৱ কমিটীৰ উপ সভাপতি #নুৰ_ইছলাম ডাঙৰীয়া, মহামায়া প্ৰাইমাৰি কমিটীৰ UPPL ৰ সভাপতি/উপ সভাপতি/সম্পাদক/ধনভড়ালী/ সদস্য/কৰ্মীবৃন্দ ৰ ফালৰ পৰা উক্ত আদ্যশ্ৰাদ্ধৰ জৰিয়তে তেখতৰ মাতৃ যাতে সৰ্গত স্থান লাভ কৰে তাৰ কামনা ও প্ৰাৰ্থনা কৰিলো।

25/07/2022

Address

Mahamaya
Dhuburi
783349

Website

Alerts

Be the first to know and let us send you an email when Mahamaya Primary committee, UPPL posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share