Mahila Morcha BJP Gauripur Mandal

Mahila Morcha BJP Gauripur Mandal Official Facebook Account of Mahila Morcha BJP Gauripur Mandal

13/05/2026

এন ডি এ ৩.০ৰ মন্ত্রীসভাৰ প্ৰথমখন বৈঠকত আমি সৰ্বসন্মতিক্ৰমে অহা ৫ বছৰৰ বাবে বিজেপি সংকল্প পত্ৰৰ সকলো বিষয় কাৰ্যকৰী কৰাৰ বাবে এক প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ।

In the first meeting of the NDA 3.0 , we unanimously adopted a resolution to implement all the points of the BJP Sankalpa Patra- the core governance agenda for the next 5 years.

13/05/2026
“আজিৰ দিনটো মোৰ বাবে সঁচাকৈয়ে এটা বিশেষ আৰু স্মৰণীয় দিন হিচাপে থাকি যাব। সাধাৰণ জনতা হিচাপে আমাৰ মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ...
13/05/2026

“আজিৰ দিনটো মোৰ বাবে সঁচাকৈয়ে এটা বিশেষ আৰু স্মৰণীয় দিন হিচাপে থাকি যাব। সাধাৰণ জনতা হিচাপে আমাৰ মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকি ইতিহাসৰ এক গুৰুত্বপূর্ণ মুহূৰ্তৰ সাক্ষী হ’ব পাৰিলোঁ। অনুষ্ঠানটোৰ পৰিৱেশ, মানুহৰ উৎসাহ আৰু ৰাজ্যখনৰ ভৱিষ্যৎক লৈ নতুন আশাবাদ দেখি বহুত ভাল লাগিল। ৰাজ্যৰ উন্নয়ন, শান্তি আৰু আগবাঢ়ি যোৱাৰ এই নতুন আৰম্ভণিৰ অংশ হৈ থাকিব পাৰি নিজকে গৌৰৱান্বিত অনুভৱ কৰিছোঁ।” 🇮🇳✨
Bharat Mata Ki Jaii

আজি ঐতিহাসিক মহায়ামা খেলপথাৰত আমাৰ ৬ নং গোলোকগঞ্জ সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক অশ্বিনী ৰায় সৰকাৰ দেৱক সম্মৰ্ধনা দিয়াৰ ...
06/05/2026

আজি ঐতিহাসিক মহায়ামা খেল
পথাৰত আমাৰ ৬ নং গোলোকগঞ্জ সমষ্টিৰ
নৱ নিৰ্বাচিত বিধায়ক অশ্বিনী ৰায় সৰকাৰ
দেৱক সম্মৰ্ধনা দিয়াৰ মহুৰ্তৰ কিছু ছবি
বিজেপি জিন্দবাদ 🙏🚩
ভাৰত মাতা কি জয় 🙏🇮🇳

Heartiest congratulations to Ashwini Ray Sarkar on this glorious victory from Golakganj LAC 6! 🎉This win is not just of ...
04/05/2026

Heartiest congratulations to Ashwini Ray Sarkar on this glorious victory from Golakganj LAC 6! 🎉
This win is not just of one leader, but a triumph of the unwavering dedication, hard work, and unity of every karyakarta of Bharatiya Janata Party. From booth-level workers to senior leadership, everyone’s tireless effort has turned this dream into reality.
The people of Golakganj have shown immense trust in development, good governance, and a brighter future. This historic mandate reflects the faith of the जनता in BJP’s vision and commitment.
Let this victory be a new beginning of progress, prosperity, and service to every household. Together, we will work even harder to fulfill the aspirations of the people.
💐 Once again, heartfelt congratulations to Ashwini Ray Sarkar Dada and all dedicated karyakartas who made this victory possible!
BJP Zindabad! Vikas Zindabad! 🇮🇳

24/04/2026

সকলোকে উপস্থিত থাকিবলৈ অনুৰোধ কৰা হল 🙏🏻

22/04/2026

06/04/2026

Address

Gauripur
Dhubri

Website

Alerts

Be the first to know and let us send you an email when Mahila Morcha BJP Gauripur Mandal posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share