Bharatiya Janata yuva morcha alokhjhari mondal

Bharatiya Janata yuva morcha alokhjhari mondal Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Bharatiya Janata yuva morcha alokhjhari mondal, Political Party, Dhubri.

15/11/2025

আজি সমগ্ৰ দেশে দেশৰ মহান পুত্ৰ ভগৱান বীৰছা মুণ্ডাৰ জন্মবাৰ্ষিকী সন্মান আৰু শ্ৰদ্ধা সহকাৰে পালন কৰিছে। ভগৱান বীৰছা মুণ্ডা কেৱল এজন স্বাধীনতা সংগ্ৰামীয়েই নাছিল, তেওঁ আছিল আধ্যাত্মিক -সাংস্কৃতিক শক্তিৰ পৰিচালক। জনজাতীয় গৌৰৱ দিৱসৰ জৰিয়তে দেশৰ নানান জনজাতীয় ঐতিহ্যৰ প্ৰতি গৌৰৱ আৰু সমাজৰ উন্নয়নৰ সংকল্প লোৱা হৈছে।

১৫ নৱেম্বৰৰ অৰ্থাৎ আজিৰ দিনটো ভাৰতৰ জনজাতীয় পৰম্পৰাৰ গৌৰৱোজ্জ্বল দিন হিচাপে গোৱালপাৰাত অসম চৰকাৰৰ জনজাতি পৰিক্ৰমা(ভৈয়াম) বিভাগৰ সৌজন্যত জনজাতীয় গৌৰৱ দিৱস পালন কৰা হ'ব।

Today, the nation celebrates the birth anniversary of Bhagwan Birsa Munda with great honour. He was not only a freedom fighter but also a spiritual and cultural leader. Janjatiya Gaurav Divas expresses respect for India’s diverse tribal traditions and reaffirms our commitment to social development.

On November 15, Janjatiya Gaurav Divas will also be celebrated in Goalpara, organised by the Tribal Affairs (Plain) Dept.

01/09/2025

মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই 'সখী এক্সপ্ৰেছ' আঁচনিৰ অধীনত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ কমিউনিটি কেডাৰক স্কুটাৰ প্ৰদান কৰিব। এই পদক্ষেপে আত্মসহায়ক গোটসমূহৰ কাম-কাজত গতিশীলতা আনিব আৰু মহিলা সবলীকৰণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

🙎🏻‍♀️উপকৃত সখীৰ সংখ্যা :-- ৯,৭০৪গৰাকী

📍পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰ, খানাপাৰা

Empowering 9,704 Sakhis of Assam State Rural Livelihoods Mission with scooters to boost mobility, reduce travel costs and strengthen self-help groups.

HCM Dr. Himanta Biswa Sarma will distribute the scooters, marking a significant step towards rural self-reliance and women’s empowerment.

📍 Veterinary College Field, Khanapara

01/09/2025
01/09/2025
13/05/2025
13/05/2025

এয়াই মোদীজীৰ নৱ-ভাৰত।

সমূহ ৰাইজক জাতি , ধৰ্ম , বৰ্ণ নিৰ্বিশেষে আগন্তক পঞ্চায়ত নিৰ্বাচন ৯৩নং কুমাৰগঞ্জ গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ...
05/05/2025

সমূহ ৰাইজক জাতি , ধৰ্ম , বৰ্ণ নিৰ্বিশেষে আগন্তক পঞ্চায়ত নিৰ্বাচন ৯৩নং কুমাৰগঞ্জ গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত প্ৰাৰ্থী সনেকা সৰকাৰ ক বিপুল ভোটদানেৰে জয়যুক্ত কৰিবলৈ আহ্বান জনালোঁ ।

28/04/2025
24/04/2025

শক্তিশালী পঞ্চায়তীৰাজ ৰাষ্ট্ৰপিতা মহাত্মা গান্ধীৰ সপোন আছিল। প্ৰতিখন গাঁও এক স্বনিৰ্ভৰশীল ব্যৱস্থালৈ ৰূপান্তৰ হ'লে দেশ নিজেই আগুৱাই যাব। আহক, আজি পঞ্চায়তীৰাজ দিৱসৰ দিনটোত নিজৰ নিজৰ পঞ্চায়তক কেৱল আৰু কেৱল উন্নয়ন আৰু সুৰক্ষাৰ স্বাৰ্থত আগুৱাই লৈ যাবলৈ সংকল্প লওঁ।

20/04/2025

পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ মহিলা প্ৰাৰ্থীৰ পোষ্টাৰ- বেনাৰত মহিলা প্ৰাৰ্থীৰ ফটো নাই, আছে সেই প্ৰাৰ্থীৰ স্বামীৰ ফটো। কাৰণ ধৰ্মান্ধসকলে মহিলাৰ ফটো ৰাজহুৱা নকৰে। ধৰ্মান্ধসকলে উপায়হীন হৈ মহিলা প্ৰাৰ্থী দিছে যদিও সেই মহিলা প্ৰাৰ্থীক আঁৰত ৰাখি স্বামীকহে সমাজৰ সন্মুখলৈ উলিয়াই দিছে।

এয়াই কংগ্ৰেছৰ ধৰ্মান্ধতাৰ আগত নিৰ্লজ্জ আত্মসমৰ্পণৰ নগ্নৰূপ। এনে সাম্প্ৰদায়িক শক্তিৰ হাত ধৰিয়েই কংগ্ৰেছে নিৰ্বাচনত নামিছে।

Address

Dhubri
783332

Website

Alerts

Be the first to know and let us send you an email when Bharatiya Janata yuva morcha alokhjhari mondal posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share