CPIM Dhubri District

CPIM Dhubri District An Official page of CPI(M) Dhubri District Committee

26/09/2025

অসম ৰাজ্যিক কৃষক সভাৰ ২য় হাওৰাৰপাৰত আঞ্চলিক সন্মিলন অহা ২৮ চেপ্তেম্বৰ ২০২৫,পূৱা ১১ বজাত হাওৰাৰপাৰত অনুষ্ঠিত হব।উক্ত সন্মিলন সফল কৰি তুলিবলৈ ৰাইজৰ সহায় সহযোগিতা কামনা কৰা হল।

চিপিআই(এম) ৬ষ্ঠ ধৰ্মশালা আঞ্চলিক সন্মিলন,দুৰাহাটী। অধিবেশন আৰু জনসভাৰ কেইটামান আলোকচিত্ৰ।
20/10/2024

চিপিআই(এম) ৬ষ্ঠ ধৰ্মশালা আঞ্চলিক সন্মিলন,দুৰাহাটী। অধিবেশন আৰু জনসভাৰ কেইটামান আলোকচিত্ৰ।

06/07/2024

"ধুবুৰী জিলাত বান পৰিস্থিতি উন্নত নোহোৱা পৰ্যন্ত বন্যাক্রান্ত ৰাইজক পৰ্যাপ্ত ৰিলিফ যোগান ধৰক আৰু বন্যাত ক্ষতিগ্ৰস্থ সকলক ক্ষতিপূৰণ দিয়াৰ পদক্ষেপ গ্ৰহণ কৰক।"

আন্তৰ্জাতিক মে' দিৱসৰ পতাকা উৰিল হাওৰাৰ পাৰ(ধুবুৰী)ত। মে দিৱস দীৰ্ঘজীৱী হওক।
01/05/2024

আন্তৰ্জাতিক মে' দিৱসৰ পতাকা উৰিল হাওৰাৰ পাৰ(ধুবুৰী)ত। মে দিৱস দীৰ্ঘজীৱী হওক।

বিলাসপুৰত চিপিআই(এম)ৰ নিৰ্বাচনী জনসভাত ভাষণ দিলে অসম ৰাজ্যিক সম্পাদক কমৰেড সুপ্রকাশ তালুকদাৰ আৰু আন আন নেতাসকলে।
29/04/2024

বিলাসপুৰত চিপিআই(এম)ৰ নিৰ্বাচনী জনসভাত ভাষণ দিলে অসম ৰাজ্যিক সম্পাদক কমৰেড সুপ্রকাশ তালুকদাৰ আৰু আন আন নেতাসকলে।

ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাক্সবাদী) ধুবুৰী জিলা কমিটিৰ প্রাক্তন সম্পাদক কমৰেড ত্রিপথনাথ চক্রৱৰতী ছাৰৰ মৃত্যুত পাৰ্টিৰ ধুব...
16/04/2024

ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাক্সবাদী) ধুবুৰী জিলা কমিটিৰ প্রাক্তন সম্পাদক কমৰেড ত্রিপথনাথ চক্রৱৰতী ছাৰৰ মৃত্যুত পাৰ্টিৰ ধুবুৰী জিলা কমিটিয়ে গভীৰ শোক অনুভৱ কৰে আৰু তেখেতৰ শোকাহত পৰিয়ালৰ প্রতি সমবেদনা জনায়।

18/03/2024

নিৰ্বাচনী বণ্ডৰ কেলেংকাৰীয়ে প্রমাণ কৰিলে যে সোঁপন্থাৰ বিকল্প সোঁপন্থী ৰাজনৈতিক দল হব নোৱাৰে। একমাত্র বাওঁপন্থী বিকল্পহে প্ৰকৃত বিকল্প হব পাৰে দেশ আৰু জনসাধাৰণ মঙ্গলৰ বাবে।

24/01/2024

ৰেচন কাৰ্ড বিতৰণৰ নামত হিতাধিকাৰীক হাৰাশাস্তি বন্ধ কৰক। কাৰ্ড বিতৰণৰ নিৰ্দিষ্ট তাৰিখ পঞ্চায়ত ভিত্তিক ঘোষণা কৰি ৰাইজক সহায় কৰক।

22/01/2024
22/01/2024
আজি চিপিআই(এম) ধৰ্মশালা আঞ্চলিক কমিটিৰ উদ্যোগত কমৰেড লেলিনৰ মৃত্যু শতবাৰ্ষিকী পালন।
22/01/2024

আজি চিপিআই(এম) ধৰ্মশালা আঞ্চলিক কমিটিৰ উদ্যোগত কমৰেড লেলিনৰ মৃত্যু শতবাৰ্ষিকী পালন।

19/01/2024

ছাত্র-ছাত্রীৰ পৰীক্ষাৰ সময়ত হাওৰাৰ পাৰত APDCL ধুবুৰী উপ-সংমণ্ডলৰ আকৌ বিজুলী যোগান অনিয়মীয়া হৈ আছে ! বিজুলী যোগান নিয়মীয়া কৰক।

Address

Dhubri
783301

Telephone

+919954887293

Website

Alerts

Be the first to know and let us send you an email when CPIM Dhubri District posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share