Bharatiya Janata Yuva Morcha - Jhagrarpar, Dhubri

Bharatiya Janata Yuva Morcha - Jhagrarpar, Dhubri Established in 1978, Bharatiya Janata Yuva Morcha (BJYM), is the world’s largest Youth Political Organization.

Its Parent Organization, the Bharatiya Janata Party (BJP).

Pictures of office bearers and members of BJYM Jhagrapara , Dhubri cleaning  the premises of  Khalilpur Shiv Mandir , Dh...
20/01/2024

Pictures of office bearers and members of BJYM Jhagrapara , Dhubri cleaning the premises of Khalilpur Shiv Mandir , Dhubri on 20/01/2024

08/01/2024
08/01/2024

"বিকশিত ভাৰত" সংকল্প যাত্ৰাৰ সময়ছোৱাত ২ কোটিৰো অধিক দৰিদ্ৰ লোকৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছে। এই সকল লোক গাঁও, দুখীয়া, দলিত, পিছপৰা আৰু জনজাতীয় জনগোষ্ঠীৰ হয়। চৰকাৰে নিজেই সমাজৰ শেষ ব্যক্তিজনৰ ওচৰলৈ গৈ তেওঁক চৰকাৰী আঁচনি সমূহৰ লগত সংযোগ স্থাপন কৰিছে। #বিকশিতভাৰতসংকল্পযাত্ৰা

আজি ভাৰতীয় জনতা যুৱ মৰ্চা ঝগ্ৰাৰপাৰ মণ্ডলৰ শ্ৰী অমিত বৰ্মন ডাঙৰীয়াৰ সভাপতিত্বত  নৱ গঠিত কমিটি খনৰ বিষয়ববীয়া সকলৰ এখন প...
07/01/2024

আজি ভাৰতীয় জনতা যুৱ মৰ্চা ঝগ্ৰাৰপাৰ মণ্ডলৰ শ্ৰী অমিত বৰ্মন ডাঙৰীয়াৰ সভাপতিত্বত নৱ গঠিত কমিটি খনৰ বিষয়ববীয়া সকলৰ এখন পৰিচয় বৰ্গ অনুষ্ঠিত কৰা হয়। উক্ত সভাত উপস্থিত থাকে ভাৰতীয় জনতা যুৱ মৰ্চাৰ সম্পাদক তথা ঝগ্ৰাৰপাৰ মণ্ডলৰ যুৱ মৰ্চাৰ প্ৰভাৰী শ্ৰী সুষেন চন্দ্ৰ মহন্ত ডাঙৰীয়াৰ লগতে ঝগৰাৰপাৰ বিজেপি মণ্ডলৰ সভাপতি শ্ৰী নিৰঞ্জন দাস ডাঙৰীয়া, মণ্ডলৰ উপ সভাপতি শ্ৰী মিজানুৰ হক ডাঙৰীয়াডাঙৰীয়া আৰু মন্ডলৰ বিষয়ববীয়া সকল।

আজি ভাৰতীয় জনতা ঝগ্ৰাৰপাৰ মণ্ডল কাৰ্য্যালয়ত ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যগত   ঝগ্ৰাৰপাৰ মণ্ডলৰ বুথ বাহিনীৰ বিস্তাৰকৰ দা...
06/01/2024

আজি ভাৰতীয় জনতা ঝগ্ৰাৰপাৰ মণ্ডল কাৰ্য্যালয়ত ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যগত ঝগ্ৰাৰপাৰ মণ্ডলৰ বুথ বাহিনীৰ বিস্তাৰকৰ দায়িত্বত থকা ভাৰতীয় জনতা যুৱ মৰ্চাৰ শ্ৰী ৰাণা কুণ্ডু ডাঙৰীয়াৰ উপস্থিতিত ১৬৭ নং বুথৰ বুথ বাহিনী গঠন কৰা হয়। লগতে NAMO এপ ৰ পঞ্জীয়ন আৰু ব্যৱহাৰৰ বিষয়ে অৱগত কৰা হয় । নতুন ভোটাৰ সকলৰ লগত জন সম্পৰ্ক স্থাপন কৰাৰ লগতে বিজেপি চৰকাৰ খনৰ উপলব্ধি সমুহৰ প্ৰচাৰৰ কাৰ্যসূচী সুচাৰু ৰুপে অনুষ্ঠিত কৰা হয়। উক্ত কাৰ্যক্ৰমত উপস্থিত থাকে শ্ৰী ৰাণা কুণ্ডু ডাঙৰীয়া (বিস্তাৰক) ভাৰতীয় জনতা যুৱ মৰ্চা, সম্ভু মুখাৰ্জী (সাধাৰণ সম্পাদক)ভাৰতীয় জনতা ঝগ্ৰৰপাৰ মণ্ডল, ৰীতা ৰায় (সভানেত্ৰী) মহিলা মৰ্চা ঝাগ্ৰাৰপাৰ মণ্ডল ,অমিত বৰ্মন (সভাপতি) যুৱ মৰ্চা ঝাগ্ৰাৰপাৰ মণ্ডল , অবিনাশ দাস (সাধাৰণ সম্পাদক) যুৱ মৰ্চা ঝাগ্ৰাৰপাৰ মণ্ডল, লগতে যুৱ মৰ্চা ঝাগ্ৰাৰপাৰ মণ্ডলৰ সদস্য সকল।

05/01/2024

''মিছন বিকশিত ভাৰতে'' দেশৰ দুখীয়া দৰিদ্ৰ, যুৱক-যুৱতী, কৃষক আৰু মহিলাৰ শশক্তিকৰণ আৰু সৱলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে আৰু ২০৪৭ চনৰ ভিতৰত ভাৰতৱৰ্ষক এখন উন্নত দেশলৈ ৰূপান্তৰিত কৰাৰ লক্ষ্য ৰাখি আগবাঢ়িছে।
#নতুন ভাৰত

04/01/2024

"দুৰ্নীতি, তুষ্টিকৰণ, পৰিবাৰবাদ মুক্ত ভাৰতৱৰ্ষ। এয়াই বিজেপি চৰকাৰৰ প্ৰধান লক্ষ্য।


এয়াই হৈছে ডবল ইঞ্জিনৰ চৰকাৰ।
03/01/2024

এয়াই হৈছে ডবল ইঞ্জিনৰ চৰকাৰ।



পৰিৱৰ্তনৰ চৰকাৰ,আমাৰ বিজেপি চৰকাৰ।
03/01/2024

পৰিৱৰ্তনৰ চৰকাৰ,
আমাৰ বিজেপি চৰকাৰ।



03/01/2024


খাদ্য সুৰক্ষা সুনিশ্চিতকৰণ বিজেপি চৰকাৰৰ বৃহৎ পণ।
30/12/2023

খাদ্য সুৰক্ষা সুনিশ্চিতকৰণ
বিজেপি চৰকাৰৰ বৃহৎ পণ।



ABHA ৰ দ্বাৰা হৈ আছে আয়ুষ্মান ভাৰত! এই পৰ্যন্ত আয়ুষ্মান ভৱ অভিযানৰ অধীনত ৫ কোটিৰো অধিক ABHA (Ayushman Bharat Health Ac...
30/12/2023

ABHA ৰ দ্বাৰা হৈ আছে আয়ুষ্মান ভাৰত! এই পৰ্যন্ত আয়ুষ্মান ভৱ অভিযানৰ অধীনত ৫ কোটিৰো অধিক ABHA (Ayushman Bharat Health Account) একাউণ্ট খোলা হৈছে।

Address

R. K. MISSION Road
Dhubri
783325

Website

Alerts

Be the first to know and let us send you an email when Bharatiya Janata Yuva Morcha - Jhagrarpar, Dhubri posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share