BJP Dhubri Minority Marcha Social Media Assam

BJP Dhubri Minority Marcha  Social Media Assam DHUBRI DISTRICT BJP MINORITY MARCHA (SOCIAL MEDIA) TEAM WORKING ACTIVITIES

আজি উপস্থিত  ধুবুৰী জিলা মৰ্চা সমুহৰ যৌথ প্ৰশিক্ষণ শিবির -গুরুদুৱাৰা, ধুবুৰী। Rashidul Mondal, District Co-Convernor,Soc...
13/01/2023

আজি উপস্থিত ধুবুৰী জিলা মৰ্চা সমুহৰ যৌথ প্ৰশিক্ষণ শিবির -গুরুদুৱাৰা, ধুবুৰী।
Rashidul Mondal,
District Co-Convernor,Social Media,
Minority Marcha,BJP-Dhubri

আজি আমাৰ লগত আছে আব্দুল মুমিন তালুকদাৰ(Dhubri& KarimganjDistrict Social Media Incharge) And our Dhubri BJP Minority Dist...
20/12/2022

আজি আমাৰ লগত আছে
আব্দুল মুমিন তালুকদাৰ(Dhubri& KarimganjDistrict Social Media Incharge)
And our Dhubri BJP Minority District President Surana Sir & Me Rashidul Mondal, minority marcha, social media, co-convenor,dhubri

Thanks & Regards
ৰাশিদুল মন্ডল
জিলা সহ আহ্বায়ক
সামাজিক মাধ্যম কোষ
ধুবুৰী , অসম

অহা, ৮ অক্টোবৰ তাৰিখে বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ নৱ-নিৰ্মিত ৰাজ্যিক কাৰ্যালয়ৰ শুভ উদ্বোধনী অনুষ্ঠানটি স...
04/10/2022

অহা, ৮ অক্টোবৰ তাৰিখে বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ নৱ-নিৰ্মিত ৰাজ্যিক কাৰ্যালয়ৰ শুভ উদ্বোধনী অনুষ্ঠানটি সৰ্বাংগ সুন্দৰভাৱে সফল কৰি তুলিবলৈ আজি ৰাতিপুৱাৰ ভাগত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উপস্থিতিত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ মাননীয় সভাপতি শ্ৰীযুত ভৱেশ কলিতা ডাঙৰীয়া আৰু মাননীয় ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক শ্ৰীযুত ফণীন্দ্ৰ নাথ শৰ্মা ডাঙৰীয়াই নৱ-নিৰ্মিত কাৰ্যালয়টো সম্পূৰ্ণ ৰূপে পৰিদৰ্শন কৰি প্ৰস্তুতিৰ ভিন্ন দিশ তদাৰক কৰে।
উক্ত পৰিদৰ্শন কালত, দলৰ মাননীয় ৰাজ্যিক সাধাৰণ সম্পাদক তথা সাংসদ শ্ৰীযুত পল্লৱলোচন দাস ডাঙৰীয়া, ৰাজ্যসভাৰ সাংসদ তথা মুখ্যমন্ত্ৰী মহোদয়ৰ ৰাজনৈতিক সচিব মাননীয় শ্ৰীযুত পৱিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াৰ লগতে ৰাজ্যিক বিষয়ববীয়সকল তথা কাৰ্যকর্তা সকল উপস্থিত থাকে।

Maan Ki Baat 25-09-2022
25/09/2022

Maan Ki Baat 25-09-2022

বিশ্বনেতা ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ শুভ জন্মদিন উপলক্ষ্যে আজি ভাৰতীয় জনতা পাৰ্টি, ধুব...
21/09/2022

বিশ্বনেতা ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ শুভ জন্মদিন উপলক্ষ্যে আজি ভাৰতীয় জনতা পাৰ্টি, ধুবুৰী জিলাৰ সমূহ মণ্ডলে কোভিড টীকাকৰণ কেন্দ্ৰত স্বাস্থ্য কৰ্মচৰী সকলৰ সেৱা কাৰ্যক্ৰম আৰু সম্বোধনা অনুষ্ঠান অনুষ্ঠিত কৰে ।

উক্ত কাৰ্য্যক্ৰমত ধুবুৰী জিলাৰ সংখ্যালঘু মৰ্চাৰ মাননীয় জিলা সভাপতি শ্ৰীযুত ধনেন্দ্ৰ সুৰানা ডাঙৰীয়া লগতে জিলাৰ মাননীয়া উপ সভানেত্ৰী শ্ৰীযুতা মায়াৰাণী চৰকাৰ ডাঙৰীয়ানী উপস্থিত থাকে ।

আমার মাননীয় প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মডীৰ ডাঙৰীয়াৰ জন্ম দিন উপলক্ষে ঝগৰাৰপাৰ মন্ডলৰ কিছুমান চিত্ৰ
20/09/2022

আমার মাননীয় প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মডীৰ ডাঙৰীয়াৰ জন্ম দিন উপলক্ষে ঝগৰাৰপাৰ মন্ডলৰ কিছুমান চিত্ৰ

20/09/2022
অনুগ্রহ কৰি সকলোৱে শেয়ার কৰিব। কাৰোবাৰ তেজৰ প্ৰয়োজন হলে অসমৰ প্ৰতিটো জিলা ফোন নম্বর দিয়া আছে যোগাযোগ কৰিব। ধন্যবাদৰাশ...
20/09/2022

অনুগ্রহ কৰি সকলোৱে শেয়ার কৰিব।
কাৰোবাৰ তেজৰ প্ৰয়োজন হলে অসমৰ প্ৰতিটো জিলা ফোন নম্বর দিয়া আছে যোগাযোগ কৰিব।

ধন্যবাদ
ৰাশিদুল মন্ডল
মাইনোরিটি মৰচা(ধুবুৰী)
চোছিয়েল মিডিয়া

Address

Dhubri
783301

Alerts

Be the first to know and let us send you an email when BJP Dhubri Minority Marcha Social Media Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to BJP Dhubri Minority Marcha Social Media Assam:

Share