Airkata Adda

Airkata Adda News �,Social update,funy video etc.

11/04/2026

╔══════════════════════════════════════╗
║🗳️ 9 NO BRISHING JARUA VOTE POLL REPORT ║
╠══════════════════════════════════════╣

📍 Jamadarhat Development Block
➤ Total Votes: 92,228

📍 Jarowa Bishing Development Block
➤ Total Votes: 88,044

📍 Nayer Alga Development Block
➤ Total Votes: 87,840

──────────────────────────────────────

📊 TOTAL VOTES POLLED: 2,68,112

╚══════════════

গোৱালপাৰা জিলাৰ খলিছাভিটা(গাইবান্ধা)জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ ছাত্ৰী ববিনা পাৰবিনে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৯১....
10/04/2026

গোৱালপাৰা জিলাৰ খলিছাভিটা(গাইবান্ধা)জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ ছাত্ৰী ববিনা পাৰবিনে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৯১.৬৬ শতাংশ নম্বৰ লাভ কৰি বৃহত্তৰ অঞ্চলত গৌৰৱ কঢ়িয়াই আনে।


09/04/2026

আমাৰ তাৰাংগাঝাৰ GP ৰ 9 নম্বৰ ইউনিটৰ ফলিমাৰী ভোট কেন্দ্রত (95 No Polling Station) 99% ভোট ডাঃ ৰেজা আমিন ছাৰৰ দি আছে।
(ৰাইজৰ কথা)

৯নং  বিৰসিং জৰুৱা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী ডাঃ ৰেজা আমিনে পৰিয়ালৰ সৈতে ভোট কেন্দ্ৰত ভোট প্ৰদান কৰে।
09/04/2026

৯নং বিৰসিং জৰুৱা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী ডাঃ ৰেজা আমিনে পৰিয়ালৰ সৈতে ভোট কেন্দ্ৰত ভোট প্ৰদান কৰে।

শাৰীত থিয় হৈ ভোটদান  স্থান: বোচাইমাৰী ল পি স্কুল।
09/04/2026

শাৰীত থিয় হৈ ভোটদান স্থান: বোচাইমাৰী ল পি স্কুল।

কমেন্ট টা পড়ে জান।
08/04/2026

কমেন্ট টা পড়ে জান।

08/04/2026

অসমৰ 126 টা সমষ্টিৰ ভিতৰত যদি এটা নিৰ্দলীয় প্ৰাৰ্থী জয়ী হয়
আৰু সেইটো হৈছে
9নং বিৰসিং জৰুৱা সমষ্টিৰ
ড: ৰেজা আমিন ডাঙৰীয়া।

07/04/2026

ইয়া কনো Cm বা Pm নৰ মিটিং নহয়, ইয়া হৈছে Reza Amin Birsing Jarua নিৰ্দলীয় মিটিং #৯নং বিৰসিং জৰুৱা সমষ্টিৰ ৰাইজ আপোনালোকৰ মহামূল্যৱান ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান জনালু ধন্যবাদ টেবুলৰ ছবি জিন্দাবাদ ।

07/04/2026

৯নং বিৰসিং জৰুৱা সমষ্টিৰ স্থান বোচাইমৰী নিৰ্দলীয় প্ৰাৰ্থী ডাঃ ৰেজা আমিনৰ নিৰ্বাচনী জনসভাৰ দৃশ্য |

নিৰ্দলীয় প্ৰাৰ্থী ডঃ রেজা আমিন ছাৰেৰ বাইক ৰেলীতে হাজাৰ হাজাৰ ৰাইজৰ।
07/04/2026

নিৰ্দলীয় প্ৰাৰ্থী ডঃ রেজা আমিন ছাৰেৰ বাইক ৰেলীতে হাজাৰ হাজাৰ ৰাইজৰ।

07/04/2026

জনসুমুদ্ৰত পৰিণত চিৰাকুটি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ রেজা আমিন

আজকে পোৰাভিটা বাজাৰে  হাজাৰ হাজাৰ ৰাইজৰ নির্দলীয় প্রার্থী কডঃ ৰেজা আমিনকে সমর্থন  কৰাৰ জন্য  ভিড়। #ডঃ  #ৰেজা  #আমিন  #...
07/04/2026

আজকে পোৰাভিটা বাজাৰে হাজাৰ হাজাৰ ৰাইজৰ নির্দলীয় প্রার্থী ক
ডঃ ৰেজা আমিনকে সমর্থন কৰাৰ জন্য ভিড়।
#ডঃ #ৰেজা #আমিন #জিন্দাবাধ

Address

Mairakuchi Pt I
Dhubri
783330

Website

Alerts

Be the first to know and let us send you an email when Airkata Adda posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category