18/06/2025
৷৷ ওঁম শান্তি।।
শ্রদ্ধাভাজনেষু,
সেৱা গ্ৰহণ কৰিব।
যোৱা ইং ১৬ জুন/২০২৫ তাৰিখ সোমবাৰে মোৰ পৰম
পূজনীয়া বৰদেউতা সূৰ্য্য কুমাৰ বৰা দেৱৰ
পৰলোক প্রাপ্তি ঘটে।
সেয়েহে তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি ও সদ্গতিৰ কামনাৰে
অহা ইং ২৭/০৬/২০২৫ শুক্ৰবাৰে আদ্যশ্ৰাদ্ধ আৰু ইং ২৮/০৬/২০২৫ তাৰিখ শনিবাৰে দিনৰ ভাগত মৎস্য স্পৰ্শৰ (ভোজ) ৰ
আয়োজন কৰা হৈছে।
তদুপলক্ষে উক্ত দুয়োদিনা আয়োজন কৰা অনুষ্ঠানত উপস্থিত থাকি স্বৰ্গগামী আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে আমাৰ শোকাকুল পৰিয়ালবৰ্গকো কৃতাৰ্থ কৰিব বুলি আশা কৰিলোঁ ।
ইতি
শ্ৰী হীৰক জ্যোতি বৰা (ভতিজা) 🙏🏻