04/06/2026
#জনহিতজনসেৱাৰ্থে
ধেমাজি আৰক্ষীৰ নিচাযুক্ত দ্ৰব্য বিৰোধী অভিযান অব্যাহত ৰাখি যোৱা ইংৰাজী.০৩.০৬.২০২৬ তাৰিখে জোনাই থানাৰ আৰক্ষীয়ে অভিযান চলাই এজন ব্যক্তিক আটক কৰা লগতে ২৪.৪৭ গ্ৰাম সন্দেহযুক্ত হেৰ'ইন জব্দ কৰিবলৈ সক্ষম হয়।
CMO Assam
Assam Police
DGPAssamPolice