21/10/2024
আজি ৰাইজৰ দলৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক *নৱজিৎ গগৈ* আৰু ধেমাজি জিলা আহ্বায়ক সমিতৰ সম্পাদক *ৰণ্টু গগৈ* ৰ উপস্থিতিত আজি ৪২ জনীয়া শক্তিশালী *মাছখোৱা* আঞ্চলিক সমিতি খন গঠন কৰা হয় ।। উক্ত সমিতি খনে দলীয় নীতি আদৰ্শ আগত লৈ কাম কৰি যাম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে ।।