Dhemaji Byabasai Sangstha

Dhemaji Byabasai Sangstha Businessmen are part of our societies

17/08/2026
15/08/2026

আজি ৮০ সংখ্যক ভাৰতীয় স্বাধীনতা দিৱস উপলক্ষে ধেমাজি ৰাজহ চক্ৰৰ সন্মানীয় চক্ৰ বিষয়া শ্ৰীযুত শৰৎ গগৈ দেৱৰ উপস্থিতিত ধেমাজি ব্যৱসায় সংস্থাৰ উদ্যোগত জ্যেষ্ঠকুঞ্জৰ আৱাসী সকলৰ মাজত ফলমূল বিতৰণ কৰা হয়।

15/08/2026

ধেমাজি অসামৰিক চিকিৎসালয়ৰ ৰোগী সকলৰ আশু আৰোগ্য কামনাৰে আজি স্বাধীনতা দিৱসৰ পৱিত্ৰ ক্ষণত জিলা প্ৰশাসনৰ উদ্যোগত আৰু ধেমাজি ব্যৱসায় সংস্থাৰ সহযোগত ফলমূল বিতৰণ কৰা হয়।

29/07/2026

অসমীয়াৰ বিপদৰ সময়ত নাই ফ্লিপকাৰ্ড, এমাজান।
আছে কেৱল অসমৰ ব্যৱসায়ী সকল।
গতিকে অনলাইন ক্ৰয় বৰ্জন কৰক,
স্থানীয় ব্যৱসায়ক সবল কৰক।

27/07/2026

নাজিৰা সমষ্টিৰ বানাক্ৰান্ত ভাতৃ-ভগ্নীসকলৰ কাষত সহায়ৰ হাত আগবঢ়োৱাৰ ক্ষুদ্ৰ প্ৰয়াস হিচাপে ধেমাজি ব্যৱসায় সংস্থাই বান সাহায্য সামগ্ৰী প্ৰদান কৰে।
দুৰ্যোগৰ এই কঠিন সময়ত মানৱতা, সহমৰ্মিতা আৰু সামাজিক দায়বদ্ধতাই আমাৰ আটাইতকৈ ডাঙৰ শক্তি। সমাজৰ প্ৰতিজন সচেতন নাগৰিকক অসহায় মানুহৰ কাষত থিয় দিবলৈ আন্তৰিক আহ্বান জনালোঁ।
এই মহৎ কাৰ্যত সহযোগিতা আগবঢ়োৱা সকলো দাতা, শুভাকাঙ্ক্ষী, সদস্য আৰু স্বেচ্ছাসেৱকলৈ ধেমাজি ব্যৱসায় সংস্থাৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।
মানুহৰ সেৱাই সৰ্বোত্তম সেৱা।
#ধেমাজি_ব্যৱসায়_সংস্থা #বান_সাহায্য

সকলোৰে সহযোগিতা কামনা কৰিছোঁ।
11/06/2026

সকলোৰে সহযোগিতা কামনা কৰিছোঁ।

22/03/2026

Address

Dhemaji

Telephone

+919435089744

Website

Alerts

Be the first to know and let us send you an email when Dhemaji Byabasai Sangstha posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category