Sc morcha gogamukh mandol

Sc morcha gogamukh mandol Always be happy

অনুসূচীত জাতি মৰ্চা অসম প্ৰদেশৰ উদ্যোগত আৰম্ভ হোৱা আজাদী কা অমৃত মহোৎসৱৰ শুভাৰম্ভ হয় গোগামুখ মণ্ডলৰ অন্তৰ্গত ২ নং সোনাপু...
11/11/2022

অনুসূচীত জাতি মৰ্চা অসম প্ৰদেশৰ উদ্যোগত আৰম্ভ হোৱা আজাদী কা অমৃত মহোৎসৱৰ শুভাৰম্ভ হয় গোগামুখ মণ্ডলৰ অন্তৰ্গত ২ নং সোনাপুৰৰ পৰা,আৰু তাৰে কিছু ভাল লগা চিত্ৰ।

14/02/2022

অনুসূচীত জাতি মৰ্চা গোগামুখ মণ্ডলৰ নৱ নিৰ্বাচিত সকলো বিষয় ববীয়াকে আন্তৰিক ধন্যবাদ জনালোঁ

14/01/2022

সকলোলৈকে ভোগালীৰ ওলগ জনাইছোঁ।

25/12/2021

আজি মোৰ গাৱৰে এঘৰ দুখীয়া মানুহৰ ঘৰ এটা আমাৰ নিজা শ্ৰম দানেৰে সজাই দিয়া হ'ল।

22/12/2021

আজি ইং- ২২-১২-২০২২ তাৰিখৰ পৰা ধেমাজি জিলাৰ সন্মানীয় সভাপতি শ্ৰী লক্ষ্য দাস দাঙৰীয়া আৰো গোগামুখ মণ্ডলৰ সন্মানীয় সভাপতি শ্ৰী যুত ৰমেন দেউৰী নিৰ্দেশ মৰ্মে পৰিয়াল সম্পৰ্ক কাৰ্যসূচী লোৱা হৈছে,আমাক সম্পূৰ্ণ সহযোগিতা আগবঢ়াই গোগামুখ মণ্ডলৰ সম্পাদিকা শ্ৰী যুক্তা ৰীমা সোণোৱাল বাইদেউ আৰো শ্ৰী যুক্তা দীপামনী চুতীয়া বাইদেৱে।

বিজেপি গোগামুখ মণ্ডলৰ প্ৰশিক্ষণ কাৰ্যসূচীত আজি অনুসূচীত জাতি মৰ্চাৰ কাৰ্যকৰ্তা সকল উপস্থিত থাকি সহযোগিতা আগবঢ়াই।
03/12/2021

বিজেপি গোগামুখ মণ্ডলৰ প্ৰশিক্ষণ কাৰ্যসূচীত আজি অনুসূচীত জাতি মৰ্চাৰ কাৰ্যকৰ্তা সকল উপস্থিত থাকি সহযোগিতা আগবঢ়াই।

গোগামুখ মণ্ডলৰ kisaan মৰ্চাৰ নৱ নিৰ্বাচিত সন্মানীয় সভাপতি শ্ৰী যুত নৱ বৰা দেৱক অভিনন্দন জনাইছোঁ।
03/12/2021

গোগামুখ মণ্ডলৰ kisaan মৰ্চাৰ নৱ নিৰ্বাচিত সন্মানীয় সভাপতি শ্ৰী যুত নৱ বৰা দেৱক অভিনন্দন জনাইছোঁ।

03/12/2021

নৱ নিৰ্বাচিত গোগামুখ মণ্ডলৰ kisaan মৰ্চাৰ সন্মানীয় সভাপতি mr naba bora দেৱক অভিনন্দন জনাইছোঁ।

06/10/2021

অনুসূচীত জাতি মৰ্চা গোগামুখ মণ্ডল সমিতিৰ পৰা সকলোকে মহালয়াৰ শুভেচ্ছা জনাইছোঁ,দেৱী মাৰ কূপাত যাতে আজিৰ পৰা সকলোকে ভালে কুশলে ৰাসে তাকে কামনা কৰিছু।
ধন্যবাদেৰে।
শ্ৰী পবিত্ৰ হাজৰিকা।
সভাপতি।
অনুসূচীত জাতি মৰ্চা গোগামুখ মণ্ডল সমিতি।

Address

Gogamukh
Dhemaji
KACHUTALI

Telephone

+916001912183

Website

Alerts

Be the first to know and let us send you an email when Sc morcha gogamukh mandol posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Sc morcha gogamukh mandol:

Share