Vashik sankhya laghu morcha.Dhekiajuli Ward No -9 Committee

Vashik sankhya laghu morcha.Dhekiajuli Ward No -9 Committee it is the bhartiya Janata party's morcha no-8. it's founder is honourable prime minister Sri Narendra damodar das modi.

26/07/2020

वो वक्त था कारगिल युद्ध का
बाँध कर कफ़न सिर पर तिरगें
का माँ भारती के पुत्रों ने भारत
माता की जय का नारा लगाया था
थामकर बंदूक हाथ में और दिल
में जय हिंद का दीपक जलाया था
बैठा था दुश्मन ऊंची पहाड़ियों पर
अपनी बहादुरी एवं जान न्योछावर कर
उन पहाड़ियों को अपना बनाया था
गर्व है हमें उन वीर सिपाहियों पर
जिनहोने अपनी जिंदगी बलिदान कर
तिरगें को वीरता से कारगिल में लहराया था !!
-

বন্ধু বান্ধুবি সকলো লৈ অনুৰোধ যে আপোনালোকে  পেজটোত https://www.facebook.com/108596830808083/posts/115262910141475/?app=f...
16/04/2020

বন্ধু বান্ধুবি সকলো লৈ অনুৰোধ যে আপোনালোকে পেজটোত https://www.facebook.com/108596830808083/posts/115262910141475/?app=fbl গৈ লাইক, আৰু শ্বেয়াৰ কৰি আমাৰ অতিকৈ মৰমৰ ধৃয়াক প্ৰতিযোগিতা খিনিত জয়ী হবলৈ এখোজ আগুৱাই নিব। আপোনালোকৰ মৰম আৰু আৰ্শীবাদেই ধৃয়াক জয়ী কৰিবলৈ সহায় কৰিব।

ক্ৰমিক নম্বৰ : ১৩১

নাম- Dhriya Ghosh

ঠিকন - Tezpur

*বহাগ বিহুৰ আগমূহূৰ্তত আমাৰ পেজ (ৰূপহী অসম ঢেকিয়াজুলি ) ৰ ফালৰ পৰা সকলো যুৱক-যুৱতীৰ মাজত এখনি ফটো প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে !*

*অংশগ্ৰহণ কৰিব বাবে আপোনাৰ এখনি ফটো আমাৰ পেজৰ ইনবক্সত নাইবা Whatsapp no:- 9957903267 নম্বৰত প্ৰেৰণ কৰক।*

*নিয়মাৱালী:-*

*১। প্ৰত্যেক প্ৰতিযোগিয়ে এখনহে ফটো আমাক পঠিয়াব পাৰিব !*

*২। ফটোৰ লগত নাম,ঠিকনা আৰু ম'বাইল নম্বৰ লিখি পঠিয়াব লাগিব নম্বৰ আমি ক'তো প্ৰকাশ নকৰো !*

*৩। ফটো সমূহ ৩০ মিনিট মূৰে মূৰে আপলোড দিয়া হব !*

*প্ৰতিটো লাইকৰ বাবে ৫ পইন্ট আৰু প্ৰতিটো শ্বেয়াৰ ১০ পইন্ট দিয়া হ'ব !*

*৪। আমাৰ পেজৰ পৰা পোনপটীয়াকৈ পোৱা লাইক আৰু শ্বেয়াৰৰ নম্বৰহে ধৰা হ'ব! সেয়েহে পেজটো লাইক কৰি ল'ব।*

*৫। প্ৰতিজন প্ৰতিযোগিয়ে নিজৰ ফটো এবাৰহে শ্বেয়াৰ কৰিব পাৰিব !*

*৬। মাৰ্জিত সাজ-পাৰৰ লগতে অত্যাধিক ইডিত(Edit) নকৰা ফটোহে গ্ৰহণ কৰা হব!*

*৭। তিনিগৰাকী বিজযী়ক বাচনী কৰা হ'ব - প্ৰথম,দ্বিতীয় আৰু তূতীয় !*

*৮। বিজয়ী সকলক এখনকৈ মানপত্ৰ দিয়া হব !*

*যোগদানৰ সময়সীমা - 09 এপ্ৰিলৰ পৰা 18 এপ্ৰিল,২০২০*

*৯। প্ৰতিযোগিতাৰ ফলাফল আমাৰ পেজত 19 এপ্ৰিল ২০২০ তাৰিখে ঘোষণা কৰা হব !*

*।। ধন্যবাদ ।।*

দেখক আপুনি নতুন স্বপ্ন ,পাহৰি যাওক সকলো পুৰণি কষ্ট।আজি কৰক সকলো নতুন কল্পনা,পাহৰি যাওক  সকলো পুৰণি যন্ত্রনা।আজিৰ পৰা আৰম...
14/04/2020

দেখক আপুনি নতুন স্বপ্ন ,
পাহৰি যাওক সকলো পুৰণি কষ্ট।
আজি কৰক সকলো নতুন কল্পনা,
পাহৰি যাওক সকলো পুৰণি যন্ত্রনা।
আজিৰ পৰা আৰম্ভণি হওঁক নতুন জীৱন,
সুখৰ হওঁক প্রতিটো ক্ষণ।
চেনেহৰ বিহুটি আহি পালেহি গাতে ঐ তৰনি নাই !
সদৌ অসমৱাসী ৰাইজলৈ অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু অাৰু অসমীয়া নৱবৰ্ষৰ হিয়া ভৰা ওলগ যাচিলো।
শান্তি, সম্প্ৰীতি, ভাতৃত্ববোধ আৰু সহযোগিতাৰে আহক আমি নতুনক আদৰণি জনাওঁ।
এই বছৰ কৰোনা বীজানু মুক্ত নোহোৱা লৈ সকলোৱে আমি ঘৰতেই থাকি নিজৰ লগত সমাজৰ সকলোক সুস্থ কৰি ৰাখো।

29/01/2020

সরস্বতী বিদ্যার দেবী
কলম নিলাম হাতে
চলি যেন সারা জীবন
মাগো তোমার সাথে ।

মাঘ আসে শীত নিয়ে
মাগো আসে নিয়ে তোমায়
তুমি আসো বিদ্যা নিয়ে
আজ ভরিয়ে দাও আমায় ।

শীতের সকাল শিশির ঘাসে
সূর্য কিরণ লাগে
বিদ্যা বুদ্ধি জ্ঞানের বর
মাগো চাই তোমার কাছে ।

সকলকে বিদ্যার দেবী শ্রী শ্রী সরস্বতী পুজোর প্রীতি ও শুভেচ্ছা জানাই।

“কাশফুল আর শিউলিফুলের বোনের ধারেরঙ বেরঙের কতো প্রজাপতি বেরায় উরেসূর্যি মামা দিয়ে গায়ে রাঙা জমা মহানন্দভরেশরতের নীল আকা...
27/09/2019

“কাশফুল আর শিউলিফুলের বোনের ধারে
রঙ বেরঙের কতো প্রজাপতি বেরায় উরে
সূর্যি মামা দিয়ে গায়ে রাঙা জমা মহানন্দভরে
শরতের নীল আকাশে আপন মনে খেলা করে
ছোটো ছোটো শিশুর দল নতুন পোশাক পরে
ঠাকুর দেখতে যাবে বাবা মায়ের হাতটি ধরে
ঢাক বাজে ঢোলক বাজে আগমনীর সুরে
বছর শেষে মা আসছে আবার আপন ঘরে”
❊ ❊ শুভ মহালয়া ❊ ❊

20/09/2019

আমাদের দুর্গা পূজার নতুন পেজ।।

ভারতের  মাননীয় প্রধানমন্ত্রী নরেন্দ্র মোদী জী কে ৬৯ তম জন্মদিনের অনেক অনেক আন্তরিক প্রীতি ও শুভেচ্ছা রইলো।
17/09/2019

ভারতের মাননীয় প্রধানমন্ত্রী নরেন্দ্র মোদী জী কে ৬৯ তম জন্মদিনের অনেক অনেক আন্তরিক প্রীতি ও শুভেচ্ছা রইলো।

दिल से जो भी मांगोगे मिलेगा ये गणेश जी का दरबार है, देवों के देव वक्रतुंडा महाकाया को अपने हर भक्त से प्यार है..!! आपका ...
02/09/2019

दिल से जो भी मांगोगे मिलेगा ये गणेश जी का दरबार है, देवों के देव वक्रतुंडा महाकाया को अपने हर भक्त से प्यार है..!! आपका और खुशियो का जन्म-जन्म का साथ हो आप की तरक्की की हर किसी की ज़ुबान पर बात हो जब भी कोई मुश्किल आए, गणेश जी हमेशा आप के साथ हो…
आप सबको श्री गणेश चतुर्थी की हार्दिक शुभकामनाएं ….

ঔঁ শান্তি ॥ ঔঁ শান্তি ॥ ঔঁ শান্তি ॥মহান ৰাষ্ট্ৰীয়তাবাদী নেতা, ভাৰতৰ পূৰ্ব বিত্ত মন্ত্ৰী আৰু ভাৰতীয় জনতা পাৰ্টীৰ সংকটমোচক...
24/08/2019

ঔঁ শান্তি ॥ ঔঁ শান্তি ॥ ঔঁ শান্তি ॥

মহান ৰাষ্ট্ৰীয়তাবাদী নেতা, ভাৰতৰ পূৰ্ব বিত্ত মন্ত্ৰী আৰু ভাৰতীয় জনতা পাৰ্টীৰ সংকটমোচক অৰুন জেটলী ডাঙৰীয়া আৰু আমাৰ মাজত নাই । তেখেতৰ বিয়োগ ভাৰতীয় জনতা পাৰ্টিৰ বাবে এক অপুৰণীয় ক্ষতি । তেখেতৰ স্বৰ্গগামী আত্মাৰ সদ্গতি কামনা কৰিলোঁ ॥

দেবকী পুত্র যশোদা লাল ব্রজের মোহনশত গোপিনির প্রাণের সখা রাধিকার জীবন,মাথার মুকুটে সিদ্ধিদাতা পায়েতে নূপুরবাঁশির সুরেতে ...
23/08/2019

দেবকী পুত্র যশোদা লাল ব্রজের মোহন
শত গোপিনির প্রাণের সখা রাধিকার জীবন,
মাথার মুকুটে সিদ্ধিদাতা পায়েতে নূপুর
বাঁশির সুরেতে শুদ্ধ করে প্রাণের অন্তঃপুর,
তুমি সবার প্রাণে পঞ্চ দ্বীপের শিখা জ্বালাও
সবাইকে করো দয়া প্রভু হৃদয়ে ভক্তি দাও।
🙏🙏শুভ জন্মাষ্টমী 🙏🙏

Address

Dhekiajuli. Sonitpur. Asssam
Dhekiajuli

Telephone

09707760768

Website

Alerts

Be the first to know and let us send you an email when Vashik sankhya laghu morcha.Dhekiajuli Ward No -9 Committee posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share