Office of the Labour Inspector, Dhekiajuli

Office of the Labour Inspector, Dhekiajuli Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Office of the Labour Inspector, Dhekiajuli, Government Organization, Near Daily Market, 1st floor ( State Bank of India Building), Dhekiajuli.

24/02/2025

Prime Minister Narendra Modi attends Jhumoir Binandini 2025, a grand cultural event celebrating Assam’s rich heritage at Sarusajai Stadium, Guwahati. Witness...

Chandrayaan-3 Mission:'India🇮🇳,I reached my destinationand you too!': Chandrayaan-3Chandrayaan-3 has successfullysoft-la...
23/08/2023

Chandrayaan-3 Mission:
'India🇮🇳,
I reached my destination
and you too!'
: Chandrayaan-3

Chandrayaan-3 has successfully
soft-landed on the moon 🌖!.

Congratulations, India🇮🇳!


Chandrayaan-3 Mission Soft-landing LIVE Telecast

৭৭ সংখ্যক স্বাধীনতা দিৱসৰ  সকলোলৈকে আন্তৰিক শুভেচ্ছা ও অভিনন্দন জ্ঞাপন কৰিলোঁ!
15/08/2023

৭৭ সংখ্যক স্বাধীনতা দিৱসৰ সকলোলৈকে আন্তৰিক শুভেচ্ছা ও অভিনন্দন জ্ঞাপন কৰিলোঁ!

অসম দোকান আৰু প্ৰতিষ্ঠান আইন, ১৯৭১-ৰ অধীনত প্ৰতিষ্ঠানৰ পঞ্জীকৰণ তথা প্ৰত্যেক বছৰে নৱীকৰণ বাধ্যতামূলক। সেয়ে ঢেকিয়াজুলিৰ...
01/08/2023

অসম দোকান আৰু প্ৰতিষ্ঠান আইন, ১৯৭১-ৰ অধীনত প্ৰতিষ্ঠানৰ পঞ্জীকৰণ তথা প্ৰত্যেক বছৰে নৱীকৰণ বাধ্যতামূলক। সেয়ে ঢেকিয়াজুলিৰ ব্যৱসায়িক প্ৰতিষ্ঠান সমুহক এই আইন পালন কৰিবলৈ অনুৰোধ জনোৱা হ'ল।

According to the Shops & Establishment Act, 1971, all shops and establishments within municipal areas must register and renew annually.
Failure to comply may lead to a case being filed under Section 35 of the Assam Shops & Establishment Act, 1971, and the registration fee will be collected along with a fine as an arrear of Land Revenue.

স্বচ্ছতাৰ দিশে এখোজ...........অসম গৃহ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিকৰ পঞ্জীয়নৰ ক্ষেত্ৰত প্ৰকৃত হিতাধিকাৰীক চিনাক্তকৰণৰ উদ্...
27/07/2023

স্বচ্ছতাৰ দিশে এখোজ...........
অসম গৃহ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিকৰ পঞ্জীয়নৰ ক্ষেত্ৰত প্ৰকৃত হিতাধিকাৰীক চিনাক্তকৰণৰ উদ্দেশ্যে প্ৰত্যেক মঙ্গলবাৰ আৰু শুক্ৰবাৰে আবেদনকাৰী সকলৰ আবেদন সমুহ শ্ৰম পৰিদৰ্শকৰ কাৰ্যালয়, ঢেকিয়াজুলিত পৰীক্ষণ কৰা হ'ব।

এই ক্ষেত্ৰত সকলো আবেদনকাৰীৰ সহায় সহযোগিতা কামনা কৰা হ'ল।

আজি ২৫ জুলাই, ২০২৩ তাৰিখে শ্ৰম পৰিদৰ্শকৰ কাৰ্যালয়ত (ঢেকিয়াজুলি), শ্ৰম পৰিদৰ্শক, ঢেকিয়াজুলি তথা ঢেকিয়াজুলি নগৰ ব্যৱসা...
25/07/2023

আজি ২৫ জুলাই, ২০২৩ তাৰিখে শ্ৰম পৰিদৰ্শকৰ কাৰ্যালয়ত (ঢেকিয়াজুলি),
শ্ৰম পৰিদৰ্শক, ঢেকিয়াজুলি তথা ঢেকিয়াজুলি নগৰ ব্যৱসায়িক সংস্থাৰ সদস্য সকলৰ মাজত এক আলোচনা অনুষ্ঠিত হয়। এই সভাত বিভিন্ন শ্ৰম আইন সমুহ সুচাৰুৰূপে পালন কৰাৰ ক্ষেত্ৰত মানি চলিবলগীয়া নীতি-নিয়ম সমুহৰ বিষয়ে বিতংকৈ আলোচনা কৰা হয়।

ঢেকিয়াজুলি নগৰৰ সাপ্তাহিক বন্ধৰ সুচাৰুৰূপে পালন নিশ্চিত কৰাৰ উদ্দেশ্যে শ্ৰম পৰিদৰ্শকে , (ঢেকিয়াজুলি) নগৰখনৰ ব্যৱসায়িক...
25/07/2023

ঢেকিয়াজুলি নগৰৰ সাপ্তাহিক বন্ধৰ সুচাৰুৰূপে পালন নিশ্চিত কৰাৰ উদ্দেশ্যে শ্ৰম পৰিদৰ্শকে , (ঢেকিয়াজুলি) নগৰখনৰ ব্যৱসায়িক প্ৰতিষ্ঠান সমুহ তদাৰক কৰে।

28/06/2023

মুখ্যমন্ত্ৰী মহোদয়ে অৱগত কৰা নীতি নিৰ্দেশনা সমূহ পালন কৰিবলৈ ঢেকিয়াজুলিৰ ৰাইজক অনুৰোধ জনোৱা হ'ল।

শোণিতপুৰ জিলা প্ৰশাসন , সহকাৰী শ্ৰম আয়ুক্তৰ কাৰ্যালয়, শোণিতপুৰৰ তত্বাৱধানত তথাশ্ৰম পৰিদৰ্শকৰ কাৰ্যালয়, ঢেকিয়াজুলিৰ ন...
18/06/2023

শোণিতপুৰ জিলা প্ৰশাসন , সহকাৰী শ্ৰম আয়ুক্তৰ কাৰ্যালয়, শোণিতপুৰৰ তত্বাৱধানত তথা
শ্ৰম পৰিদৰ্শকৰ কাৰ্যালয়, ঢেকিয়াজুলিৰ নেতৃত্বত আৰু এন.জি.অ' বছপন বছাও আৰু ছত্ৰৰ সহযোগিতাত ১৪ জুন তাৰিখে ঢেকিয়াজুলি চহৰত এক শিশু শ্ৰম বিৰোধী অভিযান চলোৱা হয়। এই অভিযানত বিভিন্ন স্থানৰ পৰা প্ৰায় ২৬ গৰাকী শিশু শ্ৰমিকক উদ্ধাৰ কৰা হয়।

শিশু শ্ৰম সমাজৰ এক মাৰাত্মক ব্যাধি , আহক আমি সকলোৱে মিলি শিশু শ্ৰম প্ৰতিৰোধ কৰোঁ।

Address

Near Daily Market, 1st Floor ( State Bank Of India Building)
Dhekiajuli
784110

Opening Hours

Monday 9:30am - 5pm
Tuesday 9:30am - 5pm
Wednesday 9:30am - 5pm
Thursday 9:30am - 5pm
Friday 9:30am - 5pm
Saturday 9:30am - 5pm

Website

Alerts

Be the first to know and let us send you an email when Office of the Labour Inspector, Dhekiajuli posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share