24/07/2026
মেগামিক্স প্ৰকৃতি সংঘৰ দ্বাৰা আৰু ঢকুৱাখনা শাখা বিজ্ঞান সমিতিৰ সহযোগত, ১ ৰ পৰা ২২ জুলাইলৈ ৰূপায়িত হোৱা শিক্ষা-নবীশ সকলৰ ইন্টাৰনছিপ কাৰ্যসূচীৰ সফলভাৱে সম্পন্ন কৰা হৈছে। একাধিক মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ পৰা প্ৰেৰিত ৫৭ জন ইন্টাৰনছ(শিক্ষাৰ্থী)ক আনুষ্ঠানিক ভাৱে প্ৰমাণ পত্ৰ প্ৰদানেৰে কাৰ্যসূচীৰ সামৰণি কৰা হৈছে। সামৰণি অনুষ্ঠানত আয়োজক বৃন্দ, সমল ব্যক্তি আৰু শিক্ষা নবীচ সকলৰ মাজত দিহা পৰামৰ্শ, মতামত, গীত-মাত আৰু শিক্ষাৰ্থী সকলৰ পৰবৰ্তী কাৰ্যক্ৰম আদিৰ নিৰ্দেশনা প্ৰদান কৰা হয়।
(২৩/০৭/২০২৬) বৃহস্পতিবাৰ: ১০ বজাত
স্থান: মেগামিক্স প্ৰকৃতি সংঘ@@