BMMU Kakodonga Asrlms

BMMU Kakodonga Asrlms BMMU KAKODONGA is under Kakodonga Development Block which has 5766 households and 660 Women SHGs.

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানআত্মহায়ক গোটৰ সদস্যৰ জীৱিকা মূলক কামৰ তথ্য:সদস্যাৰ নাম:মাকন শইকীয়া গোটৰ নাম: পূবেৰুণ গ...
26/10/2023

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান

আত্মহায়ক গোটৰ সদস্যৰ জীৱিকা মূলক কামৰ তথ্য:

সদস্যাৰ নাম:মাকন শইকীয়া
গোটৰ নাম: পূবেৰুণ
গ্ৰাম্য সংগঠনৰ নাম: চিৰিশটিকা জয়মতী গ্ৰাম্য সংগঠন
মণ্ডল সংগঠনৰ নাম: বীৰাংগন
গাওঁৰ নাম: চিৰিশটিকা
পঞ্চায়তৰ নাম: পূব ব্ৰহ্মপুত্ৰ
উন্নয়ন খণ্ড:কাকডোঙা

সদস্যাৰ জীবিকাৰ তথ্য:
১/নেমুখেতি
2/পাচলি খেতি
৩/ধান খেতি
👉🏻বিত্তীয় সহযোগিতা বিনিয়োগ -
১/ ব্যক্তিগত পুঁজি - ১০০০০
২/ সামূহিক বিনিয়োগ পুঁজি -৩০০০০

সৰ্বমুঠ বিনিয়োগ :৪০০০০

বিতং ভাবে বিৱৰণ :
1/নেমুখেতিত খৰচ-৫০০০
2/পাচলি খেতিত খৰচ-১৫০০০
৩/ধান খেতিত খৰচ-২০০০০
👉🏻মুঠ আয় -৭০০০০
👉মুঠ লাভ :৩০০০০

Some Snaps of Amrit kalash yatra at Block level on 15/10/2023
16/10/2023

Some Snaps of Amrit kalash yatra at Block level on 15/10/2023

Some Snaps of Amrit brikhyan Andolan on 17/09/2023
04/10/2023

Some Snaps of Amrit brikhyan Andolan on 17/09/2023

Some Snaps of Amrit kalash yatra
23/09/2023

Some Snaps of Amrit kalash yatra

Bohagi Mela at moinaporia field participate by two shgs
12/04/2023

Bohagi Mela at moinaporia field participate by two shgs

E-KYC process by ASRLM CADRES of BMMU KAKODONGA
02/04/2023

E-KYC process by ASRLM CADRES of BMMU KAKODONGA

14/03/2023

ৰাইজৰ সেৱাক উচ্চ অগ্ৰাধিকাৰ প্ৰদান কৰি ই-কেৱাইচিৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা পাৰদৰ্শিতাৰ বাবে জিলা স্বাস্থ্য বিভাগ আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ এইসকল কৰ্মীক জিলা প্ৰশাসনৰ তৰফৰ পৰা জ্ঞাপন কৰা হৈছে আন্তৰিক অভিনন্দন । এসপ্তাহত সৰ্বাধিক ই-কেৱাইচি সম্পন্ন কৰা স্বাস্থ্য বিভাগৰ শীৰ্ষৰ তিনিগৰাকী আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ শীৰ্ষৰ তিনিগৰাকী মুঠ ছগৰাকী কৰ্মীৰ অক্লান্ত পৰিশ্ৰম আৰু পাৰদৰ্শিতাৰ জিলা প্ৰশাসনে শলাগ লৈছে । এনেকৈয়ে ভৱিষ্যত সময়তো নিজৰ শ্ৰেষ্ঠখিনি দি প্ৰতিগৰাকী কৰ্মী আগবাঢ়ি যাওক, তাৰেই কামনা কৰা হৈছে ।



CMO Assam Himanta Biswa Sarma Keshab Mahanta কেশৱ মহন্ত Atul Bora অতুল বৰা Ajanta Neog Mrinal Saikia Biswajit Phukan Directorate of Information and Public Relations, Assam National Health Mission,Assam Sdo Civil Bokakhat Office of the Sub-Divisional Officer - Civil, Dhansiri DIPRO Golaghat NHMGolaghat

05/01/2023
01/10/2022

শাৰদীয় মেলাত ৰন্ধন প্ৰতিযোগিতা

শাৰদীয় মেলা কিছু মূহুৰ্ত
30/09/2022

শাৰদীয় মেলা কিছু মূহুৰ্ত

27/09/2022
Under "Sakhi Express" 24 nos of two wheeler were distributed to Bima,Bank,Pashu, Krishi Sakhis by honorable MLA Shree Bh...
27/08/2022

Under "Sakhi Express" 24 nos of two wheeler were distributed to Bima,Bank,Pashu, Krishi Sakhis by honorable MLA Shree Bhabendra Nath Bharali Dergaon LAC alongwith Project Director of Golaghat DRDA

Address

Sital Pathar
Dergaon
785614

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 5pm

Website

Alerts

Be the first to know and let us send you an email when BMMU Kakodonga Asrlms posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to BMMU Kakodonga Asrlms:

Share