Udalguri Jila Mohila Morcha

Udalguri Jila Mohila Morcha Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Udalguri Jila Mohila Morcha, Political organisation, Darrang.

ভাৰতীয় জনতা পাৰ্টী ওদালগুৰি জিলা মহিলা মৰ্চাৰ তৰফৰ পৰা সুধাকণ্ঠ ড° ভূপেন হাজৰিকা দেৱৰ জন্ম শতবাৰ্ষিকীত তেওঁক শ্ৰদ্ধাৰে ...
08/09/2026

ভাৰতীয় জনতা পাৰ্টী ওদালগুৰি জিলা মহিলা মৰ্চাৰ তৰফৰ পৰা সুধাকণ্ঠ ড° ভূপেন হাজৰিকা দেৱৰ জন্ম শতবাৰ্ষিকীত তেওঁক শ্ৰদ্ধাৰে সুঁৱৰিছো ।।

07/08/2026
16/06/2026

চাহ বাগিচাৰ স্বাস্থ্যসেৱাক নতুন শক্তি প্ৰদান কৰি ডাবল ইঞ্জিন চৰকাৰে ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সুদূৰপ্রসাৰী চিন্তাৰে অসমৰ ৩৫৪খন চাহ বাগিচা চিকিৎসালয়ক আৰোগ্য মন্দিৰলৈ ৰূপান্তৰৰ অভিযান আৰম্ভ হৈছে। চাহ জনগোষ্ঠীৰ পৰিয়ালসমূহৰ বাবে অধিক উন্নত, সুলভ আৰু মানসম্পন্ন স্বাস্থ্যসেৱা নিশ্চিত কৰাৰ দিশত এয়া এক দৃঢ় পদক্ষেপ।

Our Double Engine Govt is committed to the all round welfare of the tea garden community and ensuring healthcare is a key priority in this direction.

To take health services deep inside gardens, 200 Ayushman Arogya Mandirs have already been built and many more are on the way.

16/06/2026

গুৱাহাটী বিমানবন্দৰলৈ আটাইতকৈ সুন্দৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হিচাপে স্বীকৃতি।

Himanta Biswa Sarma
Dilip Saikia
Nilima Devi

মঙলদৈ সমষ্টিৰ সন্মানীয় বিধায়িকা তথা ভাৰতীয় জনতা পাৰ্টী মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী শ্ৰদ্ধাৰ শ্ৰী মতী নীলিমা দেৱী ড...
07/06/2026

মঙলদৈ সমষ্টিৰ সন্মানীয় বিধায়িকা তথা ভাৰতীয় জনতা পাৰ্টী মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী শ্ৰদ্ধাৰ শ্ৰী মতী নীলিমা দেৱী ডাঙৰীয়ানীয়ে ওদালগুৰি জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব লাভ কৰাৰ বাবে ওদালগুৰি জিলা মহিলা মৰ্চাৰ তৰফৰ পৰা তেওঁক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
তেখেতৰ সুদক্ষ নেতৃত্ব আৰু জনসেৱাৰ মনোভাৱে ওদালগুৰি জিলাৰ সামগ্ৰিক উন্নয়নৰ অধিক গতি প্ৰদান কৰিব বুলি আমি দৃঢ় বিশ্বাস ।।





13/05/2026

আজি মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অধ্যক্ষতাত এন ডি এ ৩.০ৰ মন্ত্রীসভাৰ প্ৰথমখন বৈঠকত সৰ্বসন্মতিক্ৰমে অহা ৫ বছৰৰ বাবে বিজেপি সংকল্প পত্ৰৰ সকলো বিষয় কাৰ্যকৰী কৰাৰ বাবে এক প্ৰস্তাৱ গ্ৰহণ কৰিছে।

Himanta Biswa Sarma
Dilip Saikia
Nilima Devi

Address

Darrang

Website

Alerts

Be the first to know and let us send you an email when Udalguri Jila Mohila Morcha posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share