Jangalpara Samaj Kalyan Club And Library

Jangalpara Samaj Kalyan Club And Library A group of social worker, who works for won native land under Indian constitution.

23/12/2024

প্ৰাক্তনৰ হিচাব নিকাচৰ অন্ততঃ নতুনক স্বাগতম জনোৱা হব!
প্ৰ:- পঞ্চায়ত প্ৰাৰ্থী/বৰ্ষ

আজি ৭৮ তম স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি ক্লাৱখনৰ সৌজন্যত অন্তঃদ্বাৰ কেইটিমান প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় | প্ৰতিযোগিতা...
15/08/2024

আজি ৭৮ তম স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি ক্লাৱখনৰ সৌজন্যত অন্তঃদ্বাৰ কেইটিমান প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় | প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰা প্ৰতিযোগি সকলৰ মাজৰ পৰা সিহঁতৰ পাৰদৰ্শিতাৰ ভিত্তিত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানেৰে নামাংকন কৰি পুৰস্কৃত কৰা হয় | অন্ততঃ আজিৰ অনুষ্ঠানৰ বিশেষ মুহূৰ্ত সমুহৰ আলোকচিত্ৰ সংযোগ কৰা হল |

বানৰ তাণ্ডৱ, চৌদিশে পানীয়েই পানী...
05/07/2024

বানৰ তাণ্ডৱ, চৌদিশে পানীয়েই পানী...

16/06/2024
12/06/2024

🙏🙏হিংসাই পাপ, পাপেই মৃত্যু 🙏🙏

হিংসা-প্ৰতিহিংসা ব্যক্তি এজনৰ স্বভাৱজাত প্ৰক্ৰিয়া | ধৰ্মীয় দৃষ্টিকোণেৰে হিংসাকাৰীক পাপী বুলি বিবেচনা কৰা হয় | কিন্তু কিছুমান হিংসাই সমাজক ধনাত্মক দিশৰ উন্মেষ ঘটায় আৰু তেনে হিংসাকাৰীক কোনো দৃষ্টিকোণেৰেই পাপী বিবেচনা কৰা নহয় আৰু যদি হিংসাকাৰীৰ হিংসাত্মক কাৰ্যৰ ফলত সমাজত ঋণাত্মক দিশৰ উন্মেষ ঘটায় তেনে হিংসাকাৰীক কোনো কাৰণতে মানুহৰ শাৰীৰত ধৰা নহয় |

এই দিনবোৰ মনত পৰে নে আপোনাৰ!!!
11/06/2024

এই দিনবোৰ মনত পৰে নে আপোনাৰ!!!

On 5th June as world environment day at JPSKCL.
06/06/2024

On 5th June as world environment day at JPSKCL.

এইবাৰ UPSC ত সফল হোৱা ৩১ গৰাকী মুছলমান প্ৰাৰ্থী -১) ছাদাফ চৌধুরী (২৩) ২) ফাইজান আহমেদ (৫৮) ৩) ধীনাহ দাস্তগীৰ (৬৩)৪) মানজ...
30/09/2021

এইবাৰ UPSC ত সফল হোৱা ৩১ গৰাকী মুছলমান প্ৰাৰ্থী -

১) ছাদাফ চৌধুরী (২৩)

২) ফাইজান আহমেদ (৫৮)

৩) ধীনাহ দাস্তগীৰ (৬৩)

৪) মানজাৰ হুচেইন (১২৫)

৫) শাহীদ আহমেদ (১২৯)

৬) শাহানছাহ কে.এছ (১৪২)

৭) মোহাম্মদ আকিব (২০৩)

৮) শাহনাজ (২১৭)

৯) ওয়াছিম আহমদ ভাট্ট (২২৫)

১০) বুছাৰা বানু (২৩৪)

১১) হাৰিছ সুমাইৰ (২৭০)

১২) আলতামাছ গাজী (২৮২)

১৩) আহমেদ এইছ চৌধুৰী (২৮৩) (অসমৰ)

১৪) ছাৰা আছৰাফ (৩১৬)

১৫) মহিবুল্লাহ আনছাৰী (৩৮৯)

১৬) আনিছ এছ (৪০৩)

১৭) জেবা খান (৪২৩)

১৮) ফয়ছাল ৰাজা (৪৪৭)

১৯) মোহাম্মাদ ইয়াকুব (৪৫০)

২০) ছাবিল পূবকুণ্ডিল (৪৭০)

২১) ৰেহান খাত্রি (৪৭৮)

২২) মোহাম্মদ জাভেদ (৪৯৩)

২৩) আলতাফ মোহাম্মদ শেখ (৫৪৫)

২৪) খান আছিম কিফায়াত (৫৫৮)

২৫) ছৈয়দ জাহেদ আলী (৫৬৯)

২৬) শাকিৰ আহমেদ টন্ডিখান (৫৮৩)

২৭) মোহাম্মদ ৰিছউইন (৫৮৯)

২৮) মুহাম্মদ শাহিদ (৫৯৭)

২৯) ইকবাল ৰছুল দার (৬১১)

৩০) আমিৰ বছিৰ (৬২৫)

৩১) মজিদ ইকবাল খান (৭৩৮)

13/04/2020

সমূহ অসমবাসী ৰাইজলৈ
সাতামপুৰুষীয়া সম্প্ৰীতিৰ বাহক
ৰঙালী বিহুৰ ওলগ
যাছিলোঁ

Address

Darrang
784116

Telephone

+916002583660

Website

Alerts

Be the first to know and let us send you an email when Jangalpara Samaj Kalyan Club And Library posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Jangalpara Samaj Kalyan Club And Library:

Share

Category