21/02/2021
Lurinjyoti Gogoi ককাইদেউ আজি ধেমাজিত ৰাইজে ৫/১০ টকাৰ পৰা আৰম্ভ কৰি চাউলৰ টোপোলা লৈ যি মৰম দিলে তাৰ প্ৰতি সন্মান ৰাখি যিকোনো সিদ্ধান্ত গ্ৰহণ কৰোঁতে হাজাৰ বাৰ ভাবে যেন , আগৰ নেতা বোৰ ৰ দৰে ৰাইজ আকৌ বিশ্বাসঘাটকতা ৰ সন্মুখীন হব লগা নহয় যেন। শেষ বাৰ ৰ বাবে অসমবাসীয়ে তোক বিশ্বাস কৰিছে সদাই অসমৰ হকে মাত মাতিবি বুলি আশা থাকিল।জয় আই অসম❤️ ককাইদেউ আজি ধেমাজিত ৰাইজে ৫/১০ টকাৰ পৰা আৰম্ভ কৰি চাউলৰ টোপোলা লৈ যি মৰম দিলে তাৰ প্ৰতি সন্মান ৰাখি যিকোনো সিদ্ধান্ত গ্ৰহণ কৰোঁতে হাজাৰ বাৰ ভাবে যেন , আগৰ নেতা বোৰ ৰ দৰে ৰাইজ আকৌ বিশ্বাসঘাটকতা ৰ সন্মুখীন হব লগা নহয় যেন। শেষ বাৰ ৰ বাবে অসমবাসীয়ে তোক বিশ্বাস কৰিছে সদাই অসমৰ হকে মাত মাতিবি বুলি আশা থাকিল।জয় আই অসম❤️