Hirabari Jeuti Sangha

Hirabari Jeuti Sangha �হিৰাবাৰি জেউতি সংঘ �

Quiz competition 📙📚
14/04/2025

Quiz competition 📙📚

হিৰাবাৰী জেউতি সংঘৰ উদ্যোগত৩৫ তম বার্ষিক ৰঙালী বিহু উদ্যাপন, ২০২২ স্থানঃ হিৰাবাৰী জেউতি সংঘৰ কাৰ্যালয় প্রাঙ্গণ“বহাগৰ বৰ...
02/08/2022

হিৰাবাৰী জেউতি সংঘৰ উদ্যোগত

৩৫ তম বার্ষিক ৰঙালী বিহু উদ্যাপন, ২০২২ স্থানঃ হিৰাবাৰী জেউতি সংঘৰ কাৰ্যালয় প্রাঙ্গণ

“বহাগৰ বৰষুণে ধুলে আকাশখনি উটিগল বিৰিখৰ ধূলিৰ ঢাকনি কুহিপাতে আহি মিচিকিয়াই হাঁহি গছে বনে বজায় বতাহে বাই বাঁহী নিজান বনতে কেতেকীৰ পাহী”

মূখ্য অতিথি হিচাবে উপস্থিত থাকে
মাননীয় শ্রীবিশ্বজিৎ দৈমাৰী, অধ্যক্ষ, অসম বিধান সভা দিচপুৰ, গুৱাহাটী।

বিনামূলীয়া চিকিৎসা শিবিৰ আয়োজক সেৱা ভাৰতী পূৰ্বাঞ্চল আৰু নেচনেল মেডিকোজ অৰগেনাইজেশ্বন। হিৰাবাৰী জেউতি সংঘই সহযোগ কৰাৰ ...
31/03/2022

বিনামূলীয়া চিকিৎসা শিবিৰ আয়োজক সেৱা ভাৰতী পূৰ্বাঞ্চল আৰু নেচনেল মেডিকোজ অৰগেনাইজেশ্বন। হিৰাবাৰী জেউতি সংঘই সহযোগ কৰাৰ লগতে স্বচ্ছতা কাৰ্যক্ৰম কৰে। তাৰিখ ইং- ৩০/০৩/২০২২।

আগন্তুক নৱবৰ্ষ ও ৰঙালী বিহুৰ প্ৰীতি আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ।  হিৰাবাৰী জেউতি সংঘই অইন বছৰৰ দৰে এই বছৰো জেউতি সংঘৰ ৩৫ ...
31/03/2022

আগন্তুক নৱবৰ্ষ ও ৰঙালী বিহুৰ প্ৰীতি আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। হিৰাবাৰী জেউতি সংঘই অইন বছৰৰ দৰে এই বছৰো জেউতি সংঘৰ ৩৫ তম বার্ষিক ৰঙালী বিহু উৎসৱটি অহা ৩০ চ'ত আৰু ১ বাহাগ ১৪২৯ ভাঃ (ইং ১৪ আৰু ১৫ এপ্রিল, ২০২২) তাৰিখ বৃহস্পতি আৰু শুক্ৰবাৰে জাতি, ধর্ম, বর্ণ, ভাষা নির্বিশেষে উৎসৱটি উদযাপন কৰিবলৈ মনস্থ কৰিছো। এই উৎসৱতিৰ বাবে হিৰাবাৰি গাঁৱৰ ভাইটি-ভন্টি সকলক ৰাভা কৃষ্টি প্ৰদৰ্শনৰ বাবে হিঃ জেঃ সঃ ৰ দ্বাৰা প্ৰশিক্ষণ দি থকা হৈছে।

Address

Darrang
784522

Opening Hours

9am - 4pm

Telephone

+916003348938

Website

Alerts

Be the first to know and let us send you an email when Hirabari Jeuti Sangha posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Hirabari Jeuti Sangha:

Share

Category