Chapar Electrical Sub-Division APDCL

Chapar Electrical Sub-Division APDCL To provide quality service to the esteemed consumers under Chapar ESD. Help us to serve you better.

সন্মানীয় সকলো গ্ৰাহকে এই সময়ছোৱাত স্মাৰ্ট মিটাৰ বিদ্যুৎ সংযোগত পৰ্যাপ্ত পৰিমাণে recharge কৰি ৰাখে যেন,  যাতে বিদ্যুৎ স...
26/02/2026

সন্মানীয় সকলো গ্ৰাহকে এই সময়ছোৱাত স্মাৰ্ট মিটাৰ বিদ্যুৎ সংযোগত পৰ্যাপ্ত পৰিমাণে recharge কৰি ৰাখে যেন, যাতে বিদ্যুৎ সংযোগ ব্যাহত নহয়। এই সময়ছোৱাত যিহেতু recharge কৰিব পৰা নাযাব বা লাইন কটা গ'লে বিল দিব পৰা নাযাব।

৭৭ ত‌‌‍ম গণৰাজ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলো । জয় হিন্দ্।
26/01/2026

৭৭ ত‌‌‍ম গণৰাজ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলো । জয় হিন্দ্।

APM Jogighopa-Chapar 33kv মেইন লাইনৰ তাৰ চিঙাৰ ফলত বিজুলী যোগান ব্যাহত হৈছে । মেৰামতিৰ কাম চলি আছে ।অসুবিধাৰ বাবে দুঃখিত...
08/01/2026

APM Jogighopa-Chapar 33kv মেইন লাইনৰ তাৰ চিঙাৰ ফলত বিজুলী যোগান ব্যাহত হৈছে । মেৰামতিৰ কাম চলি আছে ।
অসুবিধাৰ বাবে দুঃখিত।

29/11/2025

শ্ৰদ্ধাৰে সকলো বিদ্যুৎ উপভোক্তাক জনাব বিচাৰিছো যে APM Jogighopa 132/33 kV Grid Sub-station, AEGCL-এ কাইলৈ, 30.11.2025 তাৰিখে পুৱা 4:00 বজাৰ পৰা দুপৰীয়া 3:00 বজালৈকে গুৰুত্বপূর্ণ ৰক্ষণাবেক্ষণ কাৰ্য—যথা পুৰ্বৰ্তী ছুপাৰষ্ট্ৰাকচাৰসমূহৰ সম্পূৰ্ণ অপসাৰণৰ নিমিত্তে সম্পূৰ্ণ লাইন ছাটডাউন ল'ব।

ইয়াৰ ফলস্বৰূপে, উল্লেখিত সময়চোৱাত চাপৰ তথা ওচৰৰ অঞ্চলসমূহত বিদ্যুৎ যোগান বন্ধ থাকিব । সৃষ্ট হোৱা অসুবিধাৰ বাবে আন্তৰিক ক্ষমাপ্ৰার্থী।

Respected esteemed consumers under Chapar ESD, I would like to bring to your kind notice that the APM Jogighopa 132/33 kV Grid Sub-station, AEGCL, is scheduled to undergo a complete line shutdown tomorrow on 30.11.2025, from 4:00 AM to 3:00 PM for essential major maintenance activities, including the dismantling of existing superstructures and stringing of new bus conductors.

In view of this, the power supply to Chapar and the adjoining areas is expected to remain disrupted during the aforementioned period. The inconvenience caused is sincerely regretted.

Regards,
SDE, APDCL Chapar

“তুলসীৰ তলে মৃগপহু চৰেতাকে দেখি ৰামচন্দ্ৰই হৰধনু ধৰে”অসমবাসীলৈ কাতি বিহুৰ হিয়াভৰা ওলগ
18/10/2025

“তুলসীৰ তলে মৃগপহু চৰে
তাকে দেখি ৰামচন্দ্ৰই হৰধনু ধৰে”
অসমবাসীলৈ কাতি বিহুৰ হিয়াভৰা ওলগ

02/10/2025

আজি পবিত্ৰ বিজয়া দশমীৰ দেবী বিসৰ্জন চলি থকা কাৰণে ৰাইজৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি সাময়িকভাৱে লাইন বন্ধ ৰখা হৈছে, সকলো গ্ৰাহকক বিনম্ৰভাৱে অনুৰোধ কৰিলোঁ যাতে এইখিনি সময় অলপ ধৈৰ্য্য সহকাৰে আমাক সহায় কৰিব l
ধন্যবাদ l

অশ্ৰুসিক্ত নয়নেৰে একাঁজলী শ্ৰদ্ধাঞ্জলি আমাৰ হিয়াৰ আমঠু শিল্পী জনাৰ বাবে 💐জুবিনদা আপুনি অমৰ হওঁক, আমাৰ সকলোৰে হিয়াৰ মাজত!...
20/09/2025

অশ্ৰুসিক্ত নয়নেৰে একাঁজলী শ্ৰদ্ধাঞ্জলি আমাৰ হিয়াৰ আমঠু শিল্পী জনাৰ বাবে 💐

জুবিনদা আপুনি অমৰ হওঁক, আমাৰ সকলোৰে হিয়াৰ মাজত!

📍Chapar ESD

17/09/2025
13/08/2025

🙏

APM Jogighopa-Chapar মেইন লাইনত গছ পৰি তাৰ ছিঙি যোৱাৰ ফলত বিদ্যুত যোগান বিচ্ছিন্ন হৈছে । আমাৰ বিদ্যুৎকৰ্মী কাম কৰি আছে, ...
13/08/2025

APM Jogighopa-Chapar মেইন লাইনত গছ পৰি তাৰ ছিঙি যোৱাৰ ফলত বিদ্যুত যোগান বিচ্ছিন্ন হৈছে । আমাৰ বিদ্যুৎকৰ্মী কাম কৰি আছে, ঠিক হৈ যাব l

ৰাতিপুৱা 4 টা বজাৰ পৰা কাম কৰি,  এতিয়া  ৰাতি 10 বজালৈ ৰাইজৰ বিভিন্ন গালি শপনিৰ মাজত মেইন লাইন ঠিক কৰিব যোৱা আমাৰ নীৰৱ কৰ...
08/07/2025

ৰাতিপুৱা 4 টা বজাৰ পৰা কাম কৰি, এতিয়া ৰাতি 10 বজালৈ ৰাইজৰ বিভিন্ন গালি শপনিৰ মাজত মেইন লাইন ঠিক কৰিব যোৱা আমাৰ নীৰৱ কৰ্মী সকলক আমিয়েই ধন্যবাদ জনাইছোঁ।

কাম কৰি থকা অৱস্থাত অনাহকত বাৰে বাৰে ফোন কৰি থাকিলে কামবোৰ লেহেমীয়া হৈ যায়, ৰাইজৰ জ্ঞাতাৰ্থে জনালোঁ।

আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয়!
ধন্যবাদ 🙏

Address

APDCL Chapar
Chapar

Alerts

Be the first to know and let us send you an email when Chapar Electrical Sub-Division APDCL posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Chapar Electrical Sub-Division APDCL:

Share