BJP FAN CLUB

BJP FAN CLUB Akou abar BJP sarkar

জয় নিতাই গৌড়ৰ নিতাই                                              সকলো ভক্ত প্ৰান ৰাইজৰ আৰুসহায় সহযোগিতাত                ...
14/12/2024

জয় নিতাই গৌড়ৰ নিতাই সকলো ভক্ত প্ৰান ৰাইজৰ আৰুসহায় সহযোগিতাত চাপৰ সত্য পৃৰ খৰিদাগোসইগাও পালপাৰা ৰাইজে অহা ইংৰাজী ১৪ তাৰিখৰ পৰা ২০তাৰিখ লৈক মহা নামযঞ্জ আৰু অষ্টকালীন লীলা কিত্তন পৰিৱেশন কৰিবলৈছে।গতিকে সকলো ৰাইজৰ উপাস্থিত থকাৰ বাবে নিমন্ত্ৰণ কৰা হল।।🙇🙏🙇

হাম সাথ সাথ হে মেৰী ভাই অৰ বেহেন ।তোমালোকে ভালে থাকা সদায় তাৰে কামনা কৰো জগন্নাথ ৰওচৰত।।🙏🙏🙏
09/07/2024

হাম সাথ সাথ হে মেৰী ভাই অৰ বেহেন ।তোমালোকে ভালে থাকা সদায় তাৰে কামনা কৰো জগন্নাথ ৰওচৰত।।🙏🙏🙏

আদৰণি সভা (২) নং ( #ধুবুৰী)লোক সভা সমষ্টিৰ মিএজাঁটৰ প্ৰাৰ্থী মাননীয় ( #শ্ৰীযুত_জাভেদ_ইছলাম) ডাঙৰীয়ালৈ উষ্ম আদৰণি   #চাপৰ...
21/03/2024

আদৰণি সভা (২) নং ( #ধুবুৰী)লোক সভা সমষ্টিৰ মিএজাঁটৰ প্ৰাৰ্থী মাননীয় ( #শ্ৰীযুত_জাভেদ_ইছলাম) ডাঙৰীয়ালৈ উষ্ম আদৰণি #চাপৰ_বহলপুৰ অগপ আৰু #বিজেপি_দল দিনাংকঃ (২২_০৩_) (২০২৪) ( #শুক্ৰবাৰ),পুৱা (১০) বজাত স্থানঃ #চাপৰ_প্ৰগতি সংঘ ভৱন, #চাপৰ ।।🙏 Himanta Biswa Sarma

আজি চাপৰ বৌবাজাৰ কমিটীৰ তৰফৰ পৰা বাউল সংকৃতান নাম আয়োজন কৰা হৈছে তদুউপলখে আপোনালোকৰ সহায় সহযোগিতা আৰু উপস্থিতি থাকিবলৈ...
08/01/2024

আজি চাপৰ বৌবাজাৰ কমিটীৰ তৰফৰ পৰা বাউল সংকৃতান নাম আয়োজন কৰা হৈছে তদুউপলখে আপোনালোকৰ সহায় সহযোগিতা আৰু উপস্থিতি থাকিবলৈ জনোৱা হল🙏

14/04/2023

আজি চাপৰ সত্য পুৰ নিল পূজা অনুষ্ঠানত আয়োজন কৰা কিছু পৰিবেশ মুহূৰ্তত।👻💀

সাপটগ্ৰামত আহি পালে বিখ্যাত লীলা কীৰ্তনীয়া  শ্ৰীযুত প্ৰদীপ পাল।💞🙏💞প্ৰতিবেদক ,সাপটগ্ৰাম,👉২৯ ডিচেম্বৰ: #ধুবুৰীৰ সাপটগ্ৰামত...
29/12/2022

সাপটগ্ৰামত আহি পালে বিখ্যাত লীলা কীৰ্তনীয়া শ্ৰীযুত প্ৰদীপ পাল।💞🙏💞

প্ৰতিবেদক ,সাপটগ্ৰাম,👉২৯ ডিচেম্বৰ: #ধুবুৰীৰ সাপটগ্ৰামত
পাগলবাবা ভক্তবৃন্দৰ সহযোগত কাইলৈৰ পৰা শুভাৰম্ভণি হব পদাবলী কীৰ্ত্তন। উক্ত অনুষ্ঠানক কেন্দ্ৰ কৰি সকলোৰে মনত সৃষ্টি হৈছে এক বিশেষ অনুভূতি।কিয়নো পশ্চিমবঙ্গৰ সুবিখ্যাত পদাৱলী কীৰ্তনীয়া প্ৰদীপ পালক প্ৰত্যক্ষ দৰ্শন কৰিব ভক্তপ্ৰাণ ৰাইজে। লগতে আৰু এজন জনপ্ৰিয় কীৰ্তনীয়া সমাশ্ৰী ৰায়ৰ কীৰ্ত্তন উপভোগ কৰিব ৰাইজে। মাত্ৰ এটাদিনৰ কাৰ্যসূচীৰে আয়োজিত হৈছে এই বিশেষ অনুষ্ঠান। কাইলৈ পুৱা 👉৭ বজাৰ পৰা আৰম্ভ হব কীৰ্ত্তন সাপটগ্ৰাম লিলানন্দ আশ্ৰম সংলগ্ন ৰথ মেলাৰ পথাৰত অনুষ্ঠিত হব কীৰ্ত্তন। সেই বাবে পথাৰত কাম চলি আছে পেণ্ডেলৰ যেইটো ৰ প্ৰতিনিধিৰ সংগ্ৰহীত ছবিত দেখুওৱা হৈছে। আৰু ইতিমধ্যে সাপটগ্ৰাম লিলানন্দ আশ্ৰমত আহি পাইছে প্ৰদীপ পালে । ইয়াৰ এটা ভিডিও ক্লিপ দেখাবলৈ যত্ন কৰিছো ( সাধাৰণ ৰাইজৰ পৰা সংগ্ৰহীত)। সম্ভবত কাইলৈ খেলপথাৰত উপচি পৰিব ভক্তৰ ভীৰ।
বিশেষ জাননীৰ বাবে নজৰ ৰাখক অত।🙏

আনন্দ মিশ্ৰ আৰু ল'ন বল খেলুৱৈ তথা DSP নয়নমণি শইকীয়া একেলগে।।
19/12/2022

আনন্দ মিশ্ৰ আৰু ল'ন বল খেলুৱৈ তথা DSP নয়নমণি শইকীয়া একেলগে।।

Address

Satyapur, Bhatipara
Chapar

Telephone

+916002852434

Website

Alerts

Be the first to know and let us send you an email when BJP FAN CLUB posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to BJP FAN CLUB:

Share