Ex. KLO Welfare & Development Society

Ex. KLO Welfare & Development Society 𝗪𝗲 𝗮𝗿𝗲 𝗮𝗹𝘄𝗮𝘆𝘀 𝗶𝗻 𝘁𝗵𝗲 𝗶𝗻𝘁𝗲𝗿𝗲𝘀𝘁 𝗼𝗳 𝘁𝗵𝗲 𝗽𝗲𝗼𝗽𝗹𝗲 𝗮𝗻𝗱 𝘄𝗶𝘁𝗵 𝘁𝗵𝗲 𝗽𝗲𝗼𝗽𝗹𝗲...

28/12/2025
08/11/2025

জাতি, মাটি, ভেঁটি আৰ কোচ-কামতাপুৰী কোঁচৰাজবংশী জনগণেৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত গোটায় ৰাইজক কালিকা বঙাইগাঁৱত অনুষ্ঠিত বিশাল প্ৰতিবাদী গণ সমাৱেশত যোগদান কৰাৰ আহ্বান জানোৱা হৈ'ল।

08/11/2025

𝗡𝗼 𝗞𝗮𝗺𝗮𝘁𝗮𝗽𝘂𝗿 𝗡𝗼 𝗥𝗲𝘀𝘁 ✊

08/11/2025

কালিকা আহিবি বঙাইগাঁৱত গণতান্ত্রিক আন্দোলন জোৰদাৰ হ'ব।

প্ৰতিবাদী কোচ-কামতাপুৰী ৰাইজেৰ জ্ঞাতার্থে বঙাইগাঁও জেষ্ঠ্য আৰক্ষী অধ্যক্ষৰ কাৰ্যালয়ে সংবাদ মাধ্যমত প্ৰকাশ কৰা প্ৰেছ বিজ...
08/11/2025

প্ৰতিবাদী কোচ-কামতাপুৰী ৰাইজেৰ জ্ঞাতার্থে বঙাইগাঁও জেষ্ঠ্য আৰক্ষী অধ্যক্ষৰ কাৰ্যালয়ে সংবাদ মাধ্যমত প্ৰকাশ কৰা প্ৰেছ বিজ্ঞপ্তি।

07/11/2025

We, the former KLO, urge all Koch Kamatapuri people to attend the mass rally held in Bongaigaon.

07/11/2025

🔴 ৯ নবেম্বৰ তাৰিখে বঙাইগাঁৱত অনুষ্ঠিত প্ৰতিবাদী বিশাল গণ সমাৱেশত প্ৰত্যেকজন কোচ-কামতাপুৰী কোঁচৰাজবংশী ৰাইজক হাজিৰ হ'বা আহ্বান আমাৰ শ্ৰদ্ধাৰ জিঠাইৰ।

𝗡𝗢 𝗞𝗔𝗠𝗔𝗧𝗔𝗣𝗨𝗥 𝗡𝗢 𝗥𝗘𝗦𝗧 ✊
07/11/2025

𝗡𝗢 𝗞𝗔𝗠𝗔𝗧𝗔𝗣𝗨𝗥 𝗡𝗢 𝗥𝗘𝗦𝗧 ✊

07/11/2025

জয় মাও কামতাপুৰ✊

07/11/2025

Jai Mao Kamatapur ✊

06/11/2025

"জয় মাও কামতাপুৰ"
"জয় শুক্লধ্বজ কোচ"
✅ঐতিহাসিক পৃথক কামতাপুৰ ৰাজ্য পুনৰ গঠন, কোঁচৰাজবংশী জনগোষ্ঠীক অতি শীঘ্রেই জনজাতিকৰণ (𝗦𝗧) আৰো 𝗞𝗟𝗢 ৰ লগত শান্তি চুক্তিৰ দাবীত। বিশাল প্ৰতিবাদী গণ সমাৱেশত কোচ-কামতাপুৰী কোঁচৰাজবংশী জনগণক সহায় সহযোগিতা লগতে বৃহৎ যোগদান কৰিবা প্ৰাক্তন কেএলঅ কল্যাণ ও উন্নয়ন সমিতিৰ পাৰা আহ্বান লগতে আব্দাৰ জানোৱা হৈ'ল। 🙏

👉কাঢালঃ ৯ নবেম্বৰ, ২০২৫ ইং (ৰবিবাৰ)
সময়ঃ আগাবেলা ১১ বাজাৰ পাৰা
জাগাঃ বঙাইগাঁও, (𝗞𝗔𝗖) কামতাপুৰ ।

Address

Bongaigaon

Website

Alerts

Be the first to know and let us send you an email when Ex. KLO Welfare & Development Society posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category