17/01/2021
নতুন অসমৰ বাটকটীয়া ৰূপান্তৰৰ খনিকৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ পবিত্ৰ স্মৃতিত অসম যুৱ পৰিষদ, বঙাইগাঁও বিধান পৰিষদৰ উদ্যোগত আৰু অসম গণ পৰিষদ, বঙাইগাঁও বিধান পৰিষদৰ সহযোগত "শিল্পী দিৱস"
উদযাপন ।