Amguri-Tulshijhora Ancholic, AAMSU

Amguri-Tulshijhora Ancholic, AAMSU Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Amguri-Tulshijhora Ancholic, AAMSU, Social service, West gumor gaon, Bongaigaon.

Permanently closed.
আমছু'ৰ অশেষ কষ্ট আৰু পৰিশ্ৰমৰ ফলত সুদীৰ্ঘ ১২ বছৰ আইনী যুদ্ধৰ অন্তত মহামান্য উচ্চতম ন্যায়ালয়ৰ পাঁচ জনীয়া খণ্ড বিচাৰ পীঠে...
27/10/2024

আমছু'ৰ অশেষ কষ্ট আৰু পৰিশ্ৰমৰ ফলত সুদীৰ্ঘ ১২ বছৰ আইনী যুদ্ধৰ অন্তত মহামান্য উচ্চতম ন্যায়ালয়ৰ পাঁচ জনীয়া খণ্ড বিচাৰ পীঠে নাগৰিকত্ব আইনৰ ভিত্তি বৰ্ষৰ চূড়ান্ত ৰায়দানত ১৯৭১ চনৰ ২৫ মাৰ্চক বাহাল ৰাখি চূড়ান্ত ৰায়দান প্ৰদান কৰিছে। সেয়ে আজি আমি নাঙল ভাঙা আঞ্চলিকত চিৰাং জিলা সমিতি আমছুৰ ফালৰ পৰা সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছুৰ সন্মানীয় সভাপতি ৰেজাউল_কৰিম চৰকাৰ ডাঙৰীয়াক ফুলাম গামোচা আৰু জাপিৰে সম্বৰ্দ্ধনা জনোৱা হয়।
আৰু নাঙল ভাঙা আঞ্চলিকৰ লগতে স্থানীয় শিক্ষক সমাজ আৰু মুৰব্বী সকলে সম্বৰ্ধনা জনায়।
আৰু নাঙল ভাঙা আঞ্চলিক আৰু চিৰাং জিলা সমিতি আমছু'ৰ অধিবেশন সম্পৰ্কে অভ্যৰ্থনা সমিতি গঠন কৰা হয়।

28/09/2022

AAMSU

আজি কেন্দ্ৰীয় সমিতি আমছুৰ উদ্যোগত ৪ দফীয়া দাবী লৈ গুৱাহাটীৰ ধৰ্ণাস্থলী চ'চলত ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায...
07/09/2022

আজি কেন্দ্ৰীয় সমিতি আমছুৰ উদ্যোগত ৪ দফীয়া দাবী লৈ গুৱাহাটীৰ ধৰ্ণাস্থলী চ'চলত ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰা হয়।

05/06/2022

World Environment day at Amguri HS School

09/02/2022

অসম আৰক্ষীয়ে সাংবাদিকক অন্যায় বাবে প্ৰহাৰ কৰা কাৰ্য্যৰ ন্যায়ৰ দাবীত প্ৰতিবাদ।

20/01/2022

AAMSU আৰু ABMSU ৰ যৌথ উদ্যোগত শৈক্ষিক সজাগতা কৰাৰ আহ্বান।

আজি চিৰাং জিলাৰ অন্তৰ্গত আমগুৰি-তুলসীঝোৰা আঞ্চলিক সমিতি AAMSU আৰু ভৱানীপুৰ আঞ্চলিক সমিতি ABMSU ৰ যৌথ উদ্যোগত তুলসীজোৰা এ...
20/01/2022

আজি চিৰাং জিলাৰ অন্তৰ্গত আমগুৰি-তুলসীঝোৰা আঞ্চলিক সমিতি AAMSU আৰু ভৱানীপুৰ আঞ্চলিক সমিতি ABMSU ৰ যৌথ উদ্যোগত তুলসীজোৰা এম ই স্কুল প্ৰাঙ্গণত এখন শৈক্ষিক সজাগতা সভাৰ আয়োজন কৰা হয় আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বিনামূলীয়া পাঠদান শিবিৰ আৰম্ভ কৰা হয়।

18/01/2022

AAMSU program

, চিৰাং জিলাৰ হাতিপোতা/বান্দুগুৰী আঞ্চলিকৰ অন্তৰ্গত বান্দুগুৰী 41 জনীয়া শক্তিশালী শাখা সমিতি গঠন কৰা হয়। উক্ত সভাত উপস...
18/01/2022

, চিৰাং জিলাৰ হাতিপোতা/বান্দুগুৰী আঞ্চলিকৰ অন্তৰ্গত বান্দুগুৰী 41 জনীয়া শক্তিশালী শাখা সমিতি গঠন কৰা হয়। উক্ত সভাত উপস্থিত থকা মূহুৰ্ত।

আজি ভাৰতীয় সেনা দিৱসত বহু দুখ, কষ্ট,কৰি আমাক সুৰক্ষিত কৰি থকা বীৰ সৈনিক সকলক আমগুৰি-তুলসীঝোৰা আঞ্চলিক সমিতি আমছুৰ তৰপৰ ...
15/01/2022

আজি ভাৰতীয় সেনা দিৱসত বহু দুখ, কষ্ট,কৰি আমাক সুৰক্ষিত কৰি থকা বীৰ সৈনিক সকলক আমগুৰি-তুলসীঝোৰা আঞ্চলিক সমিতি আমছুৰ তৰপৰ পৰা কৃতজ্ঞতা আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

Address

West Gumor Gaon
Bongaigaon

Website

Alerts

Be the first to know and let us send you an email when Amguri-Tulshijhora Ancholic, AAMSU posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category