21/07/2022
#চিৰাং বৰ্তলোৱাৰ নিবাসী SAMAD ALI দুৰ্য্যশ্য ধৰ্ষণকাৰী, অপহৰণকাৰী, তথা বহু ৰাজ্যত নাৰী বিক্ৰী ব্যৱসায়ত দালাল ৰূপে জড়িত !!!
POLICE STATIONত ধাৰা অনুযায়ী দাখিল কৰা হৈছে এটা কেছ CASE NO 345/22
বৰ্তলোৱা নিবাসী SAMAD Aliয়ে কোকৰাযাৰ গৌৰাং পাৰ্কৰ পৰা বলপূৰ্বক ভাবে বড়ো ছোৱালী এজনীক নিজৰ বাহনত তুলি লোৱাৰ সময়ত চিঞৰ বাখৰ কৰে যদিও বড়ো ছোৱালী জনীৰ মূৰত চোকা অশ্ত্ৰৰে গুৰুতৰ ভাৱে আঘত কৰে আৰু তৎক্ষনাত ভাবে বড়ো ছোৱালী জনীক AS 19R 3744 নং TATA PUNCH নিজ বাহন খন তীব্ৰ গতিৰে ককৰাজাৰৰ পৰা বহু ৰাজ্যত বিক্ৰী কৰিবৰ বাবে পলায়নৰ চেষ্টা কৰে !!!
#অপহৰণ কৰি ছোৱালী জনীক লৈ যোৱা কিছু সময়ৰ পিছত স্থানীয় ৰাইজে সন্দেহত AS 19R 3744 বাহন খন ৰাস্তাৰ মাজ মজিয়াত আটক কৰে আৰু অপহৰণ কাৰী SAMAD ALI ক
উত্তম মাধ্যম সোধাই !!!