Sohon Hembrom ᱵᱟᱹᱠᱷᱩᱞ

Sohon Hembrom ᱵᱟᱹᱠᱷᱩᱞ An initiative to unite all Tribals striving for the ST Status in Assam

25/10/2025

Adivasi santal samj me samj sudhar kranti jaruri hai, ASA

28/04/2025
আজি ১৩ এপ্ৰিল ২০২৫ ইং তাৰিখত আদিবাসী ছেঙ্গেল অভিযান গোঁসাই গাওঁ ব্লক সমিতিৰ উদ্যোগত,, গোঁসাই গাওঁ ব্লক 'ৰ ভাৱলাগুৰী 'ত ছ...
13/04/2025

আজি ১৩ এপ্ৰিল ২০২৫ ইং তাৰিখত আদিবাসী ছেঙ্গেল অভিযান গোঁসাই গাওঁ ব্লক সমিতিৰ উদ্যোগত,, গোঁসাই গাওঁ ব্লক 'ৰ ভাৱলাগুৰী 'ত ছেঙ্গেল সমাজ সুধাৰ, ছাৰনা ধৰ্ম জনজাগৰণ সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাত শ্ৰীযুত সহন হেমব্ৰম ছেঙ্গেল অসম ৰাজ্যিক সভাপতি,, শ্ৰী বাজুন টুডু ছেঙ্গেল অসম ৰাজ্যিক উপ-সভাপতি,, শ্ৰী শানিৰাম মুৰ্মু বি টি আৰ জন সভাপতি,, শ্ৰীযুত জেঠা হেমব্ৰম আৰু ছেঙ্গেল সুক্ৰিয় কাৰ্য্যকৰতা সকল উপস্থিত থাকে। জয় ছাৰনা,, জয় আদিবাসী। জহাৰ

আজি ইং ২২/১২/২০২৪ তাৰিখত আদিবাসী ছেঙ্গেল অভিযান অসম ৰাজ্যিক সমিতিৰ হৈ, তামুলপুৰ জিলাৰ দৈমাবাৰী চুপাৰ মাৰ্কেট প্ৰঙ্গনত মা...
22/12/2024

আজি ইং ২২/১২/২০২৪ তাৰিখত আদিবাসী ছেঙ্গেল অভিযান অসম ৰাজ্যিক সমিতিৰ হৈ, তামুলপুৰ জিলাৰ দৈমাবাৰী চুপাৰ মাৰ্কেট প্ৰঙ্গনত মাতৃ ভুমি মাতৃ ভাষা বিজয় দিৱস উদযাপন কৰা হয়। মুখ্য অতিথি শ্ৰীযুত গণেশ চন্দ্ৰ মুৰ্মু ছেঙ্গেল ছাৰনা ধৰ্ম মাণ্ডৱা কেন্দ্ৰীয় সভাপতি,, শ্ৰী লক্ষীনাৰায়ণ কিস্কু ছেঙ্গেল কাৰ্য্যকৰী সভাপতি,, শ্ৰীযুত মোহন হাসদা,, উপস্থিত আছিল। জোহাৰ,,

17/12/2024
ᱫᱟᱨᱟᱭ ᱠᱟᱱ ,21 ᱟᱨ 22,, ᱰᱤᱥᱮᱢᱵᱚᱨ ᱒᱐᱒᱔,, ᱛᱟᱹᱢᱩᱞᱯᱩᱨ ᱡᱤᱞᱟ ᱨᱮᱱᱟᱜ ᱫᱚᱭᱢᱟᱵᱟᱨᱤ ᱥᱩᱯᱟᱨ ᱢᱟᱨᱠᱮᱴ , ᱟᱥᱟᱢ ᱨᱮ ᱦᱟᱥᱟ ᱵᱷᱟᱥᱟ ᱡᱤᱛᱠᱟᱹᱨ ᱢᱟᱦᱟ ᱢᱟᱱᱟ...
15/12/2024

ᱫᱟᱨᱟᱭ ᱠᱟᱱ ,21 ᱟᱨ 22,, ᱰᱤᱥᱮᱢᱵᱚᱨ ᱒᱐᱒᱔,, ᱛᱟᱹᱢᱩᱞᱯᱩᱨ ᱡᱤᱞᱟ ᱨᱮᱱᱟᱜ ᱫᱚᱭᱢᱟᱵᱟᱨᱤ ᱥᱩᱯᱟᱨ ᱢᱟᱨᱠᱮᱴ , ᱟᱥᱟᱢ ᱨᱮ ᱦᱟᱥᱟ ᱵᱷᱟᱥᱟ ᱡᱤᱛᱠᱟᱹᱨ ᱢᱟᱦᱟ ᱢᱟᱱᱟᱣ ᱠᱟᱱ ᱚᱱᱟ ᱞᱟᱜᱤᱫ ᱛᱤᱦᱤᱧ 15.12.2024, ᱨᱮ ᱢᱚᱧᱪᱚ ᱵᱮᱱᱟᱣ ᱮᱛᱷᱚᱵᱽ ᱨᱮᱱᱟᱜ ᱢᱤᱛ ᱪᱤᱛᱟᱹᱨ.

১২ ডিচেম্বৰ ২০২৪ ইং তাৰিখ বৃহস্পতিবাৰে  আদিবাসী ছেঙ্গেল অভিযান অসম ৰাজ্যিক সমিতিৰ প্ৰতিনিধি দলে বি টি আৰ প্ৰধান শ্ৰীযুত ...
13/12/2024

১২ ডিচেম্বৰ ২০২৪ ইং তাৰিখ বৃহস্পতিবাৰে আদিবাসী ছেঙ্গেল অভিযান অসম ৰাজ্যিক সমিতিৰ প্ৰতিনিধি দলে বি টি আৰ প্ৰধান শ্ৰীযুত প্ৰমোদ বড়ো মহাশয়ক সাক্ষাত কৰি -
১)ছাৰনা ধৰ্ম কোড,
২)মাটিৰ পট্টা
৩)সাওঁতালী মাধ্যম,
৪) জাহেৰ থান আৰু বিভিন্ন সমস্যা সমূহ সমাধান কৰাৰ বাবে এখন স্মাৰক পত্ৰ প্ৰদান কৰিলোঁ। তাৰে ছবি আপোনালোকৰ আগত আগবঢ়ালোঁ। জোহাৰ & ধন্যবাদ ।

ᱛᱤᱦᱤᱧ ᱘ ᱰᱤᱥᱮᱢᱵᱚᱨ ᱒᱐᱒᱔ ,, all India santali education (AISEC) ᱨᱮᱱᱟᱜ,, PRAIMARY, MIDIL,, MATRICT,, 1st yer ᱟᱨ fainel yer ᱨ...
08/12/2024

ᱛᱤᱦᱤᱧ ᱘ ᱰᱤᱥᱮᱢᱵᱚᱨ ᱒᱐᱒᱔ ,, all India santali education (AISEC) ᱨᱮᱱᱟᱜ,, PRAIMARY, MIDIL,, MATRICT,, 1st yer ᱟᱨ fainel yer ᱨᱮᱭᱟᱜ ᱢᱩᱪᱟᱹᱫ ᱛᱟᱦᱮ ᱠᱟᱱᱟ ᱾ ᱱᱚᱣᱟ ᱵᱤᱱᱤᱰ ᱫᱚ ᱪᱟᱞᱟᱣᱮᱱ ᱑᱗ ᱱᱚᱵᱮᱢᱵᱚᱨ ᱒᱐᱒᱔ ᱨᱮ ᱮᱛᱷᱚᱵᱽ ᱞᱮᱱᱟ᱾ ᱢᱩᱪᱟᱹᱫ ᱦᱤᱞᱟᱹᱜ ᱦᱩᱰᱤᱧ ᱜᱟᱞᱢᱟᱨᱟᱣ ᱨᱮ ᱤᱧ ᱥᱟᱹᱱᱛᱤ ᱯᱩᱨ ᱦᱟᱭ ᱥᱠᱩᱞ ᱨᱮ ᱥᱮᱴᱮᱨ ᱠᱟᱛᱮ ᱥᱟᱱᱟᱢ ᱵᱤᱱᱤᱰᱤᱭᱟᱹ ᱠᱳᱟᱜ ᱱᱟᱯᱟᱭ ᱦᱩᱭᱩᱜ ᱢᱟ ᱵᱟᱲᱮ ᱛᱷᱩᱢ ᱤᱧ ᱮᱢᱟᱜ ᱠᱳᱶᱟ ᱾ ᱚᱱᱟ ᱨᱮᱟᱜ ᱢᱤᱛ ᱪᱤᱛᱟᱹᱨ ᱟᱯᱮ ᱠᱚ ᱥᱟᱢᱟᱝ ᱨᱮᱧ ᱥᱚᱫᱚᱨ ᱠᱮᱫᱟ ᱾ ᱥᱟᱱᱟᱢ ᱠᱚ ᱥᱮᱸᱜᱮᱞ ᱡᱚᱦᱟᱨ᱾

আদিবাসী ছেঙ্গেল অভিযান 'ৰ কেন্দ্ৰীয় সভাপতি প্ৰাক্তন সাংসদ শ্ৰীযুত ছালখান মুৰ্মু গমকেৰ নেতৃত্বত সমগ্ৰ ভাৰতবৰ্ষতে, ছাওঁতা...
01/12/2024

আদিবাসী ছেঙ্গেল অভিযান 'ৰ কেন্দ্ৰীয় সভাপতি প্ৰাক্তন সাংসদ শ্ৰীযুত ছালখান মুৰ্মু গমকেৰ নেতৃত্বত সমগ্ৰ ভাৰতবৰ্ষতে, ছাওঁতাল গাওঁ সমাজৰ পৰা বিভিন্ন কুসংস্কাৰ ৰোধ কৰাৰ বাবে নতুন চিন্তাৰে সমাজত সজাগতা বৃদ্ধি কৰাৰ বাবে প্ৰত্যেক দেওঁবাৰে ছাওঁতাল সকলৰ পুজা স্থান (জাহেৰ থান , মাঞ্জহী থান ) প্ৰঙ্গনত ৰাতিপুৱা ০৯ টা বজাৰ পৰা ১০ বজালৈ,, ১ ঘন্টা একতা প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰা হয়। জোহাৰ

Address

Bongaigaon
783375

Telephone

+916000359392

Website

Alerts

Be the first to know and let us send you an email when Sohon Hembrom ᱵᱟᱹᱠᱷᱩᱞ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share