BJP Mahila Morcha Bongaigaon

BJP Mahila Morcha Bongaigaon BJP MAHILA MORCHA BONGAIGAON

04/09/2023
31/08/2023
ৰাজ্যিক মহিলা মৰ্চা ৰ নিৰ্দেশ মৰ্মে বঙাইগাঁও জিলাৰ অন্তৰ্গত মণ্ডল সমূহ ত পৱিত্ৰ ৰাখীবন্ধন অনুষ্ঠান ত গাড়ী চালক ভাতৃ সকল...
31/08/2023

ৰাজ্যিক মহিলা মৰ্চা ৰ নিৰ্দেশ মৰ্মে বঙাইগাঁও জিলাৰ অন্তৰ্গত মণ্ডল সমূহ ত পৱিত্ৰ ৰাখীবন্ধন অনুষ্ঠান ত গাড়ী চালক ভাতৃ সকলক ৰাখী পিন্ধাই দলীয় কাৰ্য্যসূচী যথাসম্ভৱ পালন কৰা হয় ।

ৰাজ্যিক মহিলা মৰ্চাৰ নিৰ্দেশ মৰ্মে আজি ১৪/০৩/২০২৩ ইং বঙাইগাঁও জিলাৰ মহিলা মৰ্চাৰ তৃতীয় খন কাৰ্য্য নিৰ্বাহ সভা কৰা হয়। ...
14/03/2023

ৰাজ্যিক মহিলা মৰ্চাৰ নিৰ্দেশ মৰ্মে আজি ১৪/০৩/২০২৩ ইং বঙাইগাঁও জিলাৰ মহিলা মৰ্চাৰ তৃতীয় খন কাৰ্য্য নিৰ্বাহ সভা কৰা হয়।
উক্ত সভাত উপস্থিত থাকে বঙাইগাঁও জিলাৰ সভানেত্ৰী হিমানী অধিকাৰী ভাউৰীয়া,,,, বঙাইগাঁও জিলাৰ মহিলা মৰ্চাৰ সভানেত্ৰী মৌসুমি চক্ৰৱৰ্তী ডাঙৰীয়া, ৰাজ্যিক পৰা আহা বঙাইগাঁও জিলাৰ মহিলা মৰ্চাৰ প্ৰভাৰী কবিতা বসুমাতাৰী ভাউৰীয়া,,,,,, সহ প্ৰভাৰী ভগৱতী দেৱী ভাউৰীয়া।।।

আজি ভাৰতীয় জনতা পাৰ্টি বঙাইগাঁও জিলা কাৰ্যালয়ত জিলা মৰ্চা আৰু মণ্ডল মৰ্চাৰ প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত হয়।      উক্ত ...
01/03/2023

আজি ভাৰতীয় জনতা পাৰ্টি বঙাইগাঁও জিলা কাৰ্যালয়ত জিলা মৰ্চা আৰু মণ্ডল মৰ্চাৰ প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত হয়।
উক্ত কৰ্মশালাত ভাৰতীয় জনতা পাৰ্টি বঙাইগাঁও জিলা সভানেত্ৰী মাননীয়া শ্ৰীযুতা হিমানী অধিকাৰী ডাঙৰীয়ানী, প্ৰশিক্ষণ বিভাগৰ ৰাজ্যিক আহ্বায়ক তথা বঙাইগাঁও জিলা প্ৰভাৰী মাননীয় শ্ৰী ব্ৰজ কুমাৰ দাস ডাঙৰীয়া, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য তথা অধ্যক্ষ জিলা উন্নয়ন বোৰ্ড নলবাৰী মাননীয় শ্ৰী বনদ্বীপ ডেকা ডাঙৰীয়া,ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য তথা উপাধ্যক্ষ অসম যুৱ আয়োগ মাননীয় শ্ৰী অনুপ বৰ্মন ডাঙৰীয়া,ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য তথা উপাধ্যক্ষ কে,এ,চি মাননীয় শ্ৰী সুকেন ৰায় ডাঙৰীয়া, ৰাজ্যিক সামাজিক মাধ্যম কোষৰ সদস্য তথা বঙাইগাঁও জিলাৰ প্ৰভাৰী শ্ৰী ৰঞ্জন পাঠক ডাঙৰীয়া, জিলা প্ৰশিক্ষণ বিভাগৰ আহ্বায়ক শ্ৰী দীনেশ চন্দ্ৰ সৰকাৰ ডাঙৰীয়া, সহ-আহ্বায়ক মাননীয় শ্ৰী দেৱব্ৰত শিল ডাঙৰীয়া, জিলা সাধাৰণ সম্পাদক মাননীয় শ্ৰী শংকৰ বিশ্বাস ডাঙৰীয়া লগতে জিলা আৰু মণ্ডলৰ বিষয়ববীয়া সকল উপস্থিত থাকে।

আজি ১৯/০২/২০২৩ ভাৰতীয় জনতা পাৰ্টীৰ টাপাট্টাৰি মণ্ডল ৰ কলবাৰী পঞ্চায়ত ত বুথ বাহিনী গঠন কৰা হয়।  উক্ত সভাত  উপস্থিত থাক...
19/02/2023

আজি ১৯/০২/২০২৩ ভাৰতীয় জনতা পাৰ্টীৰ টাপাট্টাৰি মণ্ডল ৰ কলবাৰী পঞ্চায়ত ত বুথ বাহিনী গঠন কৰা হয়। উক্ত সভাত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টীৰ মহিলা মৰ্চাৰ সভানেত্ৰী মৌসুমি চক্ৰৱৰ্তী বাইদেউ টাপাট্টাৰি মণ্ডল মহিলা মৰ্চা ৰ সভানেত্রী তথা দেওহাটী আঞ্চলিক পঞ্চায়তৰ সদস্যা প্ৰতিমা ৰায় বাইদেউ আৰু কলবাৰী পঞ্চায়তৰ সভানেত্রী মিনতি সৰকাৰ বাইদেউ।

03/01/2023

ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশ মহিলা মৰ্চাৰ সভানেত্ৰী, সবল নেতৃত্ব আৰু সুব্যক্তিত্বৰ অধিকাৰী শ্ৰদ্ধাৰ শ্ৰীযুতা আঙুৰলতা ডেকা ডাঙৰীয়ানীৰ ওপজা দিনত তেখেতলৈ ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশ মহিলা মৰ্চাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
তেখেতৰ নেতৃত্বত মহিলা মৰ্চাই এক অনন্য মাত্ৰা লাভ কৰিবলৈ সক্ষম হৈছে। মা কামাখ্যাৰ ওচৰত তেওঁৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ।

Angoorlata Deka
Vanathi Srinivasan
Mahila Morcha BJP

30/12/2022

দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী Narendra Modi ডাঙৰীয়াৰ মাতৃ হীৰাবেন মোডীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছোঁ।
লগতে তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ।
ঔম শান্তি..... 🙏🙏

Address

Bongaigaon

Website

Alerts

Be the first to know and let us send you an email when BJP Mahila Morcha Bongaigaon posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share