CSC Barua Gaon অৰুনোদয় কেন্দ্ৰ

  • Home
  • India
  • Boko
  • CSC Barua Gaon অৰুনোদয় কেন্দ্ৰ

CSC Barua Gaon অৰুনোদয় কেন্দ্ৰ A house of school & office stationary, books , xerox , recharge , online aply, egovernance service etc.

04/05/2024
Ramadan Mubarak 💫🌙
23/03/2023

Ramadan Mubarak 💫🌙

Today Deputy Commissioner Sir, Kamrup visited CSC center at Dadara GP encouraging farmer for PM-KISSAN EKYC through CSC.
04/07/2022

Today Deputy Commissioner Sir, Kamrup visited CSC center at Dadara GP encouraging farmer for PM-KISSAN EKYC through CSC.

03/06/2022

POINTS TO REMEMBER
All PM KISSN BENEFICIARY

1. যি সকলৰ status ত active হৈ আছে আৰু aadhar number is verified বুলি আহে তেওঁলোকে aadhar link কৰিব নালাগে কিন্তু e KYC কৰিব লাগিব।

2. যি সকলৰ active হৈ আছে আৰু আধাৰ লিংক হোৱা নাই তেওঁলোকে আধাৰ লিংক কৰিব লাগিব।

3. যি সকলৰ status ত inactive হৈ আছে তেওঁলোকে annexure 3 form fill up কৰি document সহ pm kisan status লগত দি জমা দিব লাগিব।

4. যি সকলোৱে নতুন কৈ apply কৰিব তেওঁলোকে annexure 1 ত fill up কৰি document সহ জমা দিওক।
5. ইয়াৰ উপৰিও সকলো হিতাধীকাৰীৰ Aadhaar Seeding Bank Account থাকিব লাগিব।

সোনকাল কৰক মাত্ৰ ৪ দিন বাকী
27/05/2022

সোনকাল কৰক মাত্ৰ ৪ দিন বাকী

24/03/2022
অসমৰ নবনিৰ্বাচিত মূখ্যমন্ত্ৰী তথা শ্ৰদ্ধাৰ ড০ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়া লৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ ।আপোনাৰ সবল ...
09/05/2021

অসমৰ নবনিৰ্বাচিত মূখ্যমন্ত্ৰী তথা শ্ৰদ্ধাৰ ড০ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়া লৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ ।

আপোনাৰ সবল নেতৃত্ব,অক্লান্ত পৰিশ্ৰম আৰু প্ৰচেষ্টাত ৰাজ্য খন অধিক শক্তিশালী ভাৱে আগুৱাই লৈ যাওঁক লগতে অসম ৰাজ্যক ভাৰতবৰ্ষৰ বুকুত অন্যতম ৰাজ্য ৰুপে প্ৰতিষ্টা লাভ কৰিব পাৰিব বুলি আমি বিশ্বাসী ।।

Address

Barua Gaon Balijhar Bazar
Boko
781136

Telephone

+917002562087

Website

Alerts

Be the first to know and let us send you an email when CSC Barua Gaon অৰুনোদয় কেন্দ্ৰ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to CSC Barua Gaon অৰুনোদয় কেন্দ্ৰ:

Share