08/11/2022
বিগত কাহিবাড়ী আঞ্চলিক দুৰ্গা পূজা হৈ যোৱাৰ পিছত হাউলীটাৰী ৰাজহুৱা খেলপথাৰখন লেতেৰা হৈ থকাত হাউলীটাৰী বিজয় ক্লাবৰ চকুত পৰে আৰু তাৰপিছত হাউলীটাৰী বিজয় ক্লাবৰ সৌজনত এখনি চাফাই অভিযান কাৰ্যসূচী হাতত লোৱা হয় । এই উক্ত চাফাই অভিযানত হাউলীটাৰী বিজয় ক্লাবৰ সমূহ সদস্যই সহায় সহযোগিতা আগবঢ়াই ।
ধন্যবাদ -
হাউলীটাৰী বিজয় ক্লাব