অসম যুৱ পৰিষদ,বোকাখাত বিধান পৰিষদ asom yuva porishad

  • Home
  • India
  • Bokakhat
  • অসম যুৱ পৰিষদ,বোকাখাত বিধান পৰিষদ asom yuva porishad

অসম যুৱ পৰিষদ,বোকাখাত বিধান পৰিষদ asom yuva porishad অসম যুৱ পৰিষদ,বোকাখাত বিধান পৰিষদ

আজি পূব কাজিৰঙা আঞ্চলিক, উত্তৰ পূব আৰু দক্ষিণ কাজিৰঙা আঞ্চলিকৰ যুৱ সতীৰ্থ তথা  ৰাইজৰ লগত আগন্তুক বিধান সভা নিৰ্বাচনৰ প্ৰ...
24/03/2026

আজি পূব কাজিৰঙা আঞ্চলিক, উত্তৰ পূব আৰু দক্ষিণ কাজিৰঙা আঞ্চলিকৰ যুৱ সতীৰ্থ তথা ৰাইজৰ লগত আগন্তুক বিধান সভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি মত বিনিময় কৰা হয় আৰু আমাৰ সকলোৰে সন্মানৰ নেতা অতুল বৰা ডাঙৰীয়াক এইবাৰ অভিলেশ সংখ্যক ভোটত জয়যুক্ত কৰাৰ সংকল্প লওঁ।
Atul Bora অতুল বৰা অসম গণ পৰিষদ - Asom Gana Parishad -AGP Gitartha Saikia Pankaj Gogoi Deepankar Hazarika Dimpal Dhekial Phukan Pranabjyoti Chetia Dip Jyoti Thakuria Satyabrat Bhuyan Shyamal Gogoi Sibasish Bhoradwaj অসম যুৱ পৰিষদ,বোকাখাত বিধান পৰিষদ asom yuva porishad

21/03/2026

অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী ঘোষণা হোৱাৰ পাছত বোকাখাত সমষ্টিৰ প্ৰাৰ্থীত্ব লাভ কৰা আমাৰ সকলোৰে শ্ৰদ্ধাৰ অতুল বৰা ডাঙৰীয়াক বোকাখাতত উষ্ম আদৰণি জনোৱা হয়।মিত্ৰজোঁট ৰ কৰ্মকৰ্তা সকলৰ লগতে অসম গণ পৰিষদৰ সমষ্টিৰ দলীয় কৰ্মকৰ্তা তথা স্থানীয় ৰাইজ উপস্থিত থাকে।
অসম যুৱ পৰিষদ,বোকাখাত সমষ্টি সমিতিয়ে এই কাৰ্য্যসূচীত সবল ভাবে অংশ গ্ৰহণ কৰোঁ লগতে আগন্তুক দিনত অতুল বৰা ডাঙৰীয়াক বিপুল ভোটত জয়যুক্ত কৰাৰ বাবে যুৱ পৰিষদৰ সকলো বিষয় ববীয়াই পণ লওঁ।

।।অসম গণ পৰিষদ জিন্দাবাদ।।
।।অতুল বৰা জিন্দাবাদ।।
।।অসম যুৱ পৰিষদ জিন্দাবাদ।।
।।জয় আই অসম।।
Atul Bora অতুল বৰা অসম গণ পৰিষদ - Asom Gana Parishad -AGP Deepankar Hazarika Gitartha Saikia Pankaj Gogoi Dimpal Dhekial Phukan Pranabjyoti Chetia Dip Jyoti Thakuria

আজি ৰঙাগড়া ঘাটত হোৱা অসম গণ পৰিষদৰ বোকাখাত সমষ্টিৰ ৰঙামাটি মণ্ডল সমিতিৰ সভা অনুষ্ঠিত হয়।সভাত জ্যেষ্ঠ নেতা তথা দলীয় কৰ...
19/03/2026

আজি ৰঙাগড়া ঘাটত হোৱা অসম গণ পৰিষদৰ বোকাখাত সমষ্টিৰ ৰঙামাটি মণ্ডল সমিতিৰ সভা অনুষ্ঠিত হয়।সভাত জ্যেষ্ঠ নেতা তথা দলীয় কৰ্মী সকল উপস্থিত থকাৰ লগতে,অসম যুৱ পৰিষদৰ নেতা,বিভিন্ন দলীয় কৰ্মী সকল উপস্থিত থাকে।
Atul Bora অতুল বৰা অসম গণ পৰিষদ - Asom Gana Parishad -AGP

19/03/2026

অসম গণ পৰিষদ - Asom Gana Parishad -AGP Atul Bora অতুল বৰা Dip Jyoti Thakuria Deepankar Hazarika Gitartha Saikia

পূৱ মহুৰা আঞ্চলিকৰ দলীয় বিষয়ববীয়া সকলৰ ঘৰে ঘৰে গৈ মত বিনিময় কৰাৰ কিছু মূহুৰ্তত অসম যুৱ পৰিষদ আৰু অসম গণ পৰিষদৰ বিষয়...
19/03/2026

পূৱ মহুৰা আঞ্চলিকৰ দলীয় বিষয়ববীয়া সকলৰ ঘৰে ঘৰে গৈ মত বিনিময় কৰাৰ কিছু মূহুৰ্তত অসম যুৱ পৰিষদ আৰু অসম গণ পৰিষদৰ বিষয় ববীয়া সকল ।
Atul Bora অতুল বৰা Pranabjyoti Chetia Pankaj Gogoi Gitartha Saikia Deepankar Hazarika Dimpal Dhekial Phukan

19/03/2026

Atul Bora অতুল বৰা Keshab Mahanta কেশৱ মহন্ত

অসমৰ বাবে আনন্দ আৰু গৌৰৱ কঢ়িয়াই ২০২৫ বৰ্ষৰ সাহিত্য অকাডেমি বঁটাৰে দুগৰাকী অসম সন্তান জিলিকি উঠিল। অসমীয়া আৰু বড়ো ভাষাৰ...
17/03/2026

অসমৰ বাবে আনন্দ আৰু গৌৰৱ কঢ়িয়াই ২০২৫ বৰ্ষৰ সাহিত্য অকাডেমি বঁটাৰে দুগৰাকী অসম সন্তান জিলিকি উঠিল। অসমীয়া আৰু বড়ো ভাষাৰ বাবে ক্ৰমে শ্ৰী দেৱব্ৰত দাস আৰু শ্ৰীমতী সহায়সুলি ব্ৰহ্মই সাহিত্য অকাডেমিৰ সন্মান লাভ কৰিছে। দুয়োগৰাকী সাহিত্যিকলৈ অসম গণ পৰিষদৰ তৰফৰপৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ।

অনাগত দিনতো তেওঁলোকে ন ন সৃষ্টিৰে অসমৰ ভাষা-সাহিত্যৰ ক্ষেত্ৰখনক সমৃদ্ধ কৰাৰ বাবে অৰিহণা আগবঢ়াই যাব বুলি আশা ৰাখিলোঁ আৰু অসম গণ পৰিষদৰ তৰফৰপৰা শুভকামনা জ্ঞাপন কৰিলোঁ।
Atul Bora অতুল বৰা

Address

Bokakhat
785612

Website

Alerts

Be the first to know and let us send you an email when অসম যুৱ পৰিষদ,বোকাখাত বিধান পৰিষদ asom yuva porishad posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share