Assam State Urban Livelihoods Mission

Assam State Urban Livelihoods Mission Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Assam State Urban Livelihoods Mission, Government Organization, Nh 37, Bokakhat.

আজি বোকাখাত পৌৰসভাৰ উদ্যোগত অসম ৰাজ্যিক নগৰীয়া জীৱিকা আঁচনিৰ অধীনত অঞ্জলি আত্মসহায়ক গোট, সূৰুযমুখি আত্মসহায়ক গোট, সাগ...
14/06/2019

আজি বোকাখাত পৌৰসভাৰ উদ্যোগত অসম ৰাজ্যিক নগৰীয়া জীৱিকা আঁচনিৰ অধীনত অঞ্জলি আত্মসহায়ক গোট, সূৰুযমুখি আত্মসহায়ক গোট, সাগৰিকা আত্মসহায়ক গোটৰ সহযোগত বোকাখাত পৌৰসভা কাৰ্যালয়ত আৰু Rose English High school t স্কুলীয়া ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীৰ সহযোগত এক বৃক্ষৰোপণ কাৰ্যসূচী পালন কৰা হয়।

উক্ত কাৰ্যসূচীত আমাক বিশেষ ভাবে সহায় কৰে বোকাখাত পৌৰসভাৰ সমূহ কৰ্মচাৰীসকল, বোকাখাত পৌৰনেত্ৰী মহোদয়া, ৱাৰ্ড সদস্য মহোদয় ৪ নং, স্বচ্ছ ভাৰত অভিযানৰ নগৰ প্ৰকল্প বিষয়া মহোদয়।
ধন্যবাদ।

Address

Nh 37
Bokakhat
785612

Website

Alerts

Be the first to know and let us send you an email when Assam State Urban Livelihoods Mission posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share