Bokakhat Administration

Bokakhat Administration The page has been created with an intention of helping the citizen in delivering the services we are expected to perform.

Celebrating  World  Consumers right day at MS Kuruabahi  GPSS regarding  Fair Digital Finance, FCS & CA, Bokakhat. Distr...
15/03/2022

Celebrating World Consumers right day at MS Kuruabahi GPSS regarding Fair Digital Finance, FCS & CA, Bokakhat.
District Administration, Golaghat DIPRO Golaghat

২০২২ বৰ্ষৰ নাৰী দিৱসৰ মূল বিষয় বস্তু হৈছে, সুন্দৰ অহা কালিৰ বাবে আজিৰ লিংগ সমতা আৱশ্যক (Gender equality today for a sust...
08/03/2022

২০২২ বৰ্ষৰ নাৰী দিৱসৰ মূল বিষয় বস্তু হৈছে, সুন্দৰ অহা কালিৰ বাবে আজিৰ লিংগ সমতা আৱশ্যক (Gender equality today for a sustainable tomorrow) । আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি আজি বোকাখাতৰ মহকুমাধিপতি ডাঃ নেহা যাদৱ ভা প্ৰ সে, বোকাখাত মহকুমাধিপতি কাৰ্যালয়ৰ মহিলা কৰ্মচাৰী সকলক সম্বৰ্ধনা জনোৱাৰ লগতে আজিৰ নাৰীয়ে প্ৰতিটো ক্ষেত্ৰতে নিজৰ কৰ্তব্য নিষ্ঠা আৰু সততাৰে পালন কৰি সমাজ তথা জনসাধাৰণৰ প্ৰতিটো সমস্যা নিৰাময়ৰ ক্ষেত্ৰত এক অগ্ৰণী ভূমিকা পালন কৰি আহিছে বুলি মহকুমাধিপতিগৰাকীয়ে উল্লেখ কৰাৰ লগতে প্ৰতিগৰাকী নাৰীক এই দিৱসৰ উপলক্ষে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে।
District Administration, Golaghat DIPRO Golaghat Neha Yadav dehingia das Pragoti Deka bora Achintya Saikia Bolen Kutum phukan hazarika khataniar

https://voterawarenesscontest.in/The National Voter Awareness Contest by the Election Commission of India’s SVEEP (Syste...
03/03/2022

https://voterawarenesscontest.in/

The National Voter Awareness Contest by the Election Commission of India’s SVEEP (Systematic Voters' Education and Electoral Participation) programme taps into the talent and inventiveness of young people, while also strengthening democracy through their active involvement. Accessible for all age groups, it aims at celebrating ideas and content curated on the theme of importance of every single vote in a democracy.

So sing, write, create, draw and buzz, let your creativity contribute to the building of democracy.

The National Voter Awareness Contest by the Election Commission of India’s SVEEP (Systematic Voters' Education and Electoral Participation) programme taps into the talent and inventiveness of young people, while also strengthening democracy through their active involvement. Accessible for all age ...

15/02/2022
বোকাখাত মহকুমা প্ৰশাসনে আয়োজন কৰা ৭৩ সংখ্যক গণৰাজ্য দিৱসৰ কিছু দৃশ্যDistrict Administration, Golaghat Sdo Civil Bokakha...
26/01/2022

বোকাখাত মহকুমা প্ৰশাসনে আয়োজন কৰা ৭৩ সংখ্যক গণৰাজ্য দিৱসৰ কিছু দৃশ্য
District Administration, Golaghat Sdo Civil Bokakhat SDIPRO Bokakhat Neha Yadav gogoi Bikram Newar Achintya Saikia Bolen Kutum rai Pragoti Deka khataniar phukon

26/01/2022

বোকাখাত মহকুমা প্ৰশাসনে ৭৩ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে আয়োজিত অনলাইন প্ৰতিযোগিতাৰ ফলাফলসমূহ হৈছেঃ
 দেশ প্ৰেমমূলক গীতৰ প্ৰতিযোগিতাঃ
1. ১ম স্থানঃ শ্ৰীমতী গঙ্গোত্ৰী গগৈ, খীষ্ট্ৰজ্যোতি হাইস্কুল, বোকাখাত
2. ২য় স্থানঃ শ্ৰীমতী তন্ময়ী ফুকন, খীষ্ট্ৰজ্যোতি হাইস্কুল, বোকাখাত
3. ৩য় স্থানঃ শ্ৰীমতী অৰ্পিতা ঘোষ, বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়
 দলীয় নৃত্য প্ৰতিযোগিতাঃ
1. ১ম স্থানঃ খীষ্ট্ৰজ্যোতি হাইস্কুল, বোকাখাত
2. ২য় স্থানঃ শ্ৰীমতী চুইটী দত্ত আৰু দল
 সাজ-সজ্জা প্ৰতিযোগিতাঃ
1. ১ম স্থানঃ শ্ৰীমতী অদ্ৰিকা দাৱ পেগু
2. ২য় স্থানঃ শ্ৰীমতী সাক্ষিশ্ৰী লাহন
3. ৩য় স্থানঃ শ্ৰীমতী নাতাশা ৰাজ লক্ষ্মী, নামদৈয়াং এল.পি. স্কুল, বোকাখাত
 চিত্ৰাঙ্কন প্ৰতিযোগিতা
• ক শাখা
1. ১ম স্থানঃ শ্ৰীমতী নাতাশা ৰাজ লক্ষ্মী, নামদৈয়াং এল.পি. স্কুল, বোকাখাত
2. ২য় স্থানঃ শ্ৰীমতী অংকিতা নাথ,বোকাখাত শংকৰদেৱ শিশু বিদ্যা নিকেতন
3. ৩য় স্থানঃ শ্ৰী মাধুৰ্য্য মেচ
• খ শাখা
1. ১ম স্থানঃ শ্ৰীমতী আস্থা হাজৰিকা,বোকাখাত টাউন হাইস্কুল
2. ২য় স্থানঃ শ্ৰীমতী চন্দ্ৰিমা শৰ্মা বৰুৱা,দিল্লী পাব্লিক স্কুল, নুমলীগড়
3. ৩য় স্থানঃ শ্ৰীমতী তন্ময়ী বাঢ়ৈ
• গ শাখা
1. ১ম স্থানঃ শ্ৰীমতী হিমাদ্ৰী কাকতি, বোকাখাত জাতীয় বিদ্যালয়
2. ২য় স্থানঃ শ্ৰীমতী তিজা শইকীয়া

Address

Bokakhat Town
Bokakhat
785612

Telephone

+919707414055

Website

Alerts

Be the first to know and let us send you an email when Bokakhat Administration posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Bokakhat Administration:

Share