The caretakers

The caretakers Bokakhat

Support us ❤️
10/04/2024

Support us ❤️

03/06/2023
28/05/2023

আমাৰ তৃতীয় দিনা কাৰ্যসূচী নিজৰ ব্যক্তিগত ফালৰ পৰা যিমান যি পাৰোঁ 10 জন ৰাস্তাই ঘাটে থকা লোক যিবোৰৰ কোনো বাসগৃহ নাই তেনেকুৱা লোকক লঘূ আহাৰ যোগান ধৰিলোঁ ❤️

কৰি যাম আগৰলেও এনেকুৱা কাম 🙏❤️ সহায় কৰিব আপোনালোকেও 🙏
💌

আজি অৰ্থাৎ 14 মে দিনা মোৰ বন্ধু 4জনৰ লগত লগ হৈ  নিজৰ ক্ষমতাৰ উপৰত ভিত্তি কৰি ৰাস্তাই ঘাটে পৰি থকা জীৱ জন্তু যিবোৰৰ কোনো ...
14/05/2023

আজি অৰ্থাৎ 14 মে দিনা মোৰ বন্ধু 4জনৰ লগত লগ হৈ নিজৰ ক্ষমতাৰ উপৰত ভিত্তি কৰি ৰাস্তাই ঘাটে পৰি থকা জীৱ জন্তু যিবোৰৰ কোনো বাসস্থান নাই তেনে জন্তুক আহাৰ যোগান ধৰিলো আৰু এই ক্ষেত্ৰত আপোনালোকে সহায় আৰু সহযোগিতাও কৰিব পাৰে ধন্যবাদ ❤️🙏

Address

Bokakhat

Website

Alerts

Be the first to know and let us send you an email when The caretakers posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category