22/03/2026
অহাকালি 23-03-26 তাৰিখ, সোমবাৰে, পুৱা 9 বজাত #বিশ্বনাথ সমষ্টিৰ বিৰোধী মিত্ৰজোঁটৰ #কংগ্ৰেছ_দলৰ মনোনীত প্রার্থী #জয়ন্ত_বৰা ডাঙৰীয়াই #মনোনয়ন_পত্ৰ_দাখিল কৰিব। সেয়েহে বিৰোধী মিত্ৰজোঁটৰ সকলো স্তৰৰ নেতা কৰ্মী তথা কংগ্ৰেছ দলৰ শুভাকাংক্ষী সকলক, আমি বিশ্বনাথ জিলা কংগ্ৰেছ কমিটিয়ে সকলোৰে উপস্থিতি আন্তৰিকাৰে কামনা কৰিলোঁ। সকলোকে সময়ৰ প্ৰতি লক্ষ্য ৰাখি #লেহুগাওঁ_বৰহমথুৰী ফিল্ডত উপস্থিত হ'বলৈ অনুৰোধ জনোৱা হ'ল। জয়ন্ত বৰা জিন্দাবাদ। কংগ্ৰেছ জিন্দাবাদ।
Jayanta Borah
Gaurav Gogoi
Indian National Congress