24/04/2025
ইয়াৰ দ্বাৰা জে.কে হস্পিতালৰ “Staff nurse”পদৰ বাবে আবেদন কৰা প্ৰাৰ্থী সকলৰ জ্ঞাতাৰ্থে জনাওঁ যে অহা ইং ২৯/৪/২০২৫ তাৰিখ মঙলবাৰে সাক্ষাৎকাৰ গ্ৰহণ কৰা হ’ব ৷ গতিকে সকলো প্ৰাৰ্থীক নিজৰ সকলো প্ৰ-পত্ৰ সহ উপস্থিত থাকিবলৈ অনুৰোধ জনালোঁ ৷
সময় : ১০-০০ বজা
স্থান : জে.কে. হস্পিতাল ৷
(বি:দ্ৰ:-কোনোবা ইচ্ছুক প্ৰাৰ্থীয়ে Staff Nurse পদৰ বাবে এতিয়াও আবেদন জনাব পাৰিব। আবেদনৰ অন্তিম তাৰিখ ২৮ এপ্ৰিল ২০২৫ বিয়লি ৪-০০বজা )