Biswanath Police

Biswanath Police Social Media Forum of Biswanath District Police
(3)

আজি ই‍ংৰাজী ২২ এপ্ৰিল, ২০২৬ তাৰিখ বুধবাৰে বিশ্বনাথ জিলা আৰক্ষী চাউনীত চলিত মাহৰ আৰক্ষী সন্মিলনখন অনুষ্ঠিত হয় । উক্ত সন্...
22/04/2026

আজি ই‍ংৰাজী ২২ এপ্ৰিল, ২০২৬ তাৰিখ বুধবাৰে বিশ্বনাথ জিলা আৰক্ষী চাউনীত চলিত মাহৰ আৰক্ষী সন্মিলনখন অনুষ্ঠিত হয় । উক্ত সন্মিলনত আৰক্ষী সকলৰ ওজৰ আপত্তি শুনাৰ লগতে বিগত সময়চোৱাত অসম বিধানসভা নিৰ্বাচনৰ সময়ছোৱাত নিষ্ঠা সহকাৰে দায়িত্ব পালন কৰা জিলা খনৰ কেইবাগৰাকী আৰক্ষী বিষয়া কৰ্মচাৰীক জিলাখনৰ জেষ্ঠ আৰক্ষী অধীক্ষক গৰাকীয়ে প্ৰশংসা পত্ৰ প্ৰদান কৰে ।
DGPAssamPolice
Assam Police

আপোনালোকৰ সুৰক্ষা আমাৰ দায়িত্ব আৰু কৰ্তব্য স্বৰ্গদেউ গদাধৰ সিংহই আৰম্ভ কৰা বিশ্বনাথৰ ঐতিহ্যমণ্ডিত প্ৰায় ৩৪২ বছৰীয়া গো...
16/04/2026

আপোনালোকৰ সুৰক্ষা আমাৰ দায়িত্ব আৰু কৰ্তব্য

স্বৰ্গদেউ গদাধৰ সিংহই আৰম্ভ কৰা বিশ্বনাথৰ ঐতিহ্যমণ্ডিত প্ৰায় ৩৪২ বছৰীয়া গোসাঁই ফুৰোৱা উৎসৱৰ আনন্দ উল্লাসৰ মাজতো আমি এইদৰে সদা প্ৰস্তুত আপোনালোকৰ স্বাৰ্থত আপোনালোকৰ বাবে ।

নিজৰ কৰ্তব্যৰ মাজেৰে আপোনালোকৰ মাজত নিয়োজিত প্ৰতিজন আৰক্ষীৰ তৰফৰ পৰা গোঁসাই বিহুৰ শুভেচ্ছা জনালোঁ।
DGPAssamPolice
Assam Police

সমুহ বিশ্বনাথ বাসী ৰাইজক বিশ্বনাথ আৰক্ষীৰ তৰফৰ পৰা অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ আন্তৰিক ওলগ জনাইছোঁ ।আজিৰ এই পৱিত্ৰ আৰু...
15/04/2026

সমুহ বিশ্বনাথ বাসী ৰাইজক বিশ্বনাথ আৰক্ষীৰ তৰফৰ পৰা অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ আন্তৰিক ওলগ জনাইছোঁ ।

আজিৰ এই পৱিত্ৰ আৰু আনন্দময় উৎসৱে আপোনালোকৰ জীৱন পোহৰাই তোলক নতুন আশা, নতুন উদ্যম আৰু নতুন প্ৰেৰণাৰে । প্ৰতিটো ঘৰত বিয়পি পৰক সুখ, শান্তি, সমৃদ্ধি আৰু সাফল্যৰ মধুৰ ক্ষণ ।

সমান্তৰালকৈ মানুহ বিহু উপলক্ষে আজি বিশ্বনাথ জিলা আৰক্ষী‌ চাউনীত (পুৰণি ) সকলো একত্ৰিত হৈ উদযাপন কৰা হয় এই পবিত্ৰ উৎসৱটি 🌼
DGPAssamPolice
Assam Police

𝐕𝐨𝐭𝐞𝐫𝐬’ 𝐀𝐰𝐚𝐫𝐞𝐧𝐞𝐬𝐬 𝐑𝐚𝐥𝐥𝐲 𝐀𝐜𝐫𝐨𝐬𝐬 𝐁𝐢𝐬𝐰𝐚𝐧𝐚𝐭𝐡 𝐃𝐢𝐬𝐭𝐫𝐢𝐜𝐭Voters’ Awareness Rallies were conducted at various Police Stations und...
06/04/2026

𝐕𝐨𝐭𝐞𝐫𝐬’ 𝐀𝐰𝐚𝐫𝐞𝐧𝐞𝐬𝐬 𝐑𝐚𝐥𝐥𝐲 𝐀𝐜𝐫𝐨𝐬𝐬 𝐁𝐢𝐬𝐰𝐚𝐧𝐚𝐭𝐡 𝐃𝐢𝐬𝐭𝐫𝐢𝐜𝐭

Voters’ Awareness Rallies were conducted at various Police Stations under Biswanath Police in connection with the upcoming Assam Assembly Election 2026.

The initiative aims at encouraging every voter to vote, promoting informed participation, and ensuring a free, fair, and peaceful electoral process.

The programme was organized by Biswanath District Police in collaboration with ITBP, Arunachal Pradesh APPBN, and APPIRBN, reflecting a united effort towards strengthening democracy and building public confidence during the election.

Assam Police
DGPAssamPolice

Today, 31/03/2026, Special DGP Shri Munna Prasad Gupta, IPS visited Kulaguri Pathar under the Behali constituency in con...
31/03/2026

Today, 31/03/2026, Special DGP Shri Munna Prasad Gupta, IPS visited Kulaguri Pathar under the Behali constituency in connection with the upcoming visit of the Prime Minister of India, Shri Narendra Modi, scheduled on 1st April 2026.

The visit was conducted to comprehensively assess the security arrangements and review the overall law and order situation in the area, ensuring preparedness for the forthcoming programme.

Assam Police
DGPAssamPolice

Today, On 24/03/2026, a meeting regarding the upcoming Assembly Election 2026, was held at the Office of the Senior Supe...
24/03/2026

Today, On 24/03/2026, a meeting regarding the upcoming Assembly Election 2026, was held at the Office of the Senior Superintendent of Police, Biswanath, under the chairmanship of Sri Prasanta Sagar Sangmai, IPS( IGP, NR).

The meeting was attended by the Senior Superintendent of Police, Biswanath, along with all Gazetted Officers (GOs) and Officers-in-Charge (OCs) of the district.

The meeting deliberated on election preparedness, security arrangements, maintenance of law and order, and ensuring effective coordination among all concerned agencies for the smooth and peaceful conduct of the election.

Assam Police
DGPAssamPolice

Area Domination in Biswanath DistrictToday (20/03/2026), Biswanath Police, in coordination with ITBP personnel, successf...
20/03/2026

Area Domination in Biswanath District

Today (20/03/2026), Biswanath Police, in coordination with ITBP personnel, successfully carried out an extensive area domination across the entire Biswanath district. The operation was conducted to strengthen security measures, maintain law and order, and ensure the safety of the public, along with confidence-building measures among citizens.

All Gazetted Officers were actively involved in the area domination exercise, which was conducted safely and peacefully as part of preparedness for the upcoming Legislative Assembly Election 2026.

The joint effort reflects the strong commitment of the security forces towards ensuring a free, fair, and peaceful election process, while maintaining a secure and reassuring environment for all.

Assam Police
DGPAssamPolice

আগন্তুক ২ মাৰ্চ তাৰিখে গহপুৰত অনুষ্ঠিত হ'ব লগা জন আশীৰ্বাদ যাত্ৰাৰ সময়ছোৱাত জনসাধাৰণৰ যান বাহন চলাচলত কোনো ধৰণৰ অসুবিধা...
28/02/2026

আগন্তুক ২ মাৰ্চ তাৰিখে গহপুৰত অনুষ্ঠিত হ'ব লগা জন আশীৰ্বাদ যাত্ৰাৰ সময়ছোৱাত জনসাধাৰণৰ যান বাহন চলাচলত কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহ'বৰ বাবে বিশ্বনাথ জিলা আৰক্ষীৰ তৰফৰ পৰা কিছু নিৰ্দেশনাৱলী জাৰি কৰা হৈছে ।

DGPAssamPolice
Assam Police
Himanta Biswa Sarma
Gohpur Co-District Administration
Ashok Singhal

আজি ই‍ংৰাজী ২৬ ফেব্ৰুৱাৰী, ২০২৬ তাৰিখ বৃহস্পতিবাৰে বিশ্বনাথ জিলা আৰক্ষী চাউনীত চলিত মাহৰ আৰক্ষী সন্মিলনখন অনুষ্ঠিত হয় ।...
26/02/2026

আজি ই‍ংৰাজী ২৬ ফেব্ৰুৱাৰী, ২০২৬ তাৰিখ বৃহস্পতিবাৰে বিশ্বনাথ জিলা আৰক্ষী চাউনীত চলিত মাহৰ আৰক্ষী সন্মিলনখন অনুষ্ঠিত হয় । উক্ত সন্মিলনত আৰক্ষী সকলৰ ওজৰ আপত্তি শুনাৰ লগতে বিগত সময়চোৱাত নিষ্ঠা সহকাৰে দায়িত্ব পালন কৰা জিলা খনৰ কেইবাগৰাকী আৰক্ষী বিষয়াক জিলা জেষ্ঠ আৰক্ষী অধীক্ষক গৰাকীয়ে প্ৰশংসা পত্ৰ প্ৰদান কৰে ।

DGPAssamPolice
Assam Police
Himanta Biswa Sarma
Ashok Singhal
Biswanath Administration

🌟 Historic Milestone in Inter-State Boundary Demarcation 🌟In a significant and historic development, the first inter-sta...
22/02/2026

🌟 Historic Milestone in Inter-State Boundary Demarcation 🌟

In a significant and historic development, the first inter-state boundary pillar between Pake Kessang District, Arunachal Pradesh and Biswanath District, Assam was successfully erected this morning at 9:30 AM at Sijusa point, marking a new chapter in cooperative boundary management between the two states.

The occasion was graced by the Hon’ble Health Minister of Arunachal Pradesh, the Deputy Commissioners (DCs) of both districts, the Superintendent of Police (SSP) Biswanath, Divisional Forest Officers (Territorial & Wildlife) of both districts, and survey officials from Survey of India, Assam, and Arunachal Pradesh.

The er****on of the first boundary pillar follows the successful demarcation of approximately 80% of the inter-state boundary length between the two districts. The demarcation and survey process was undertaken in accordance with the decisions taken during the Inter-State Regional Committee meeting.

This achievement reflects the spirit of cooperation, coordination, and mutual understanding between the two states, paving the way for peaceful and structured boundary administration. 🤝

Assam Police
DGPAssamPolice
Himanta Biswa Sarma
Ashok Singhal
Biswanath Administration

আজি, ইংৰাজী ৮ ফেব্ৰুৱাৰী ২০২৬ তাৰিখ, দেওবাৰে মৈত্ৰী আঁচনিৰ অধীনত ঐতিহ্যমণ্ডিত বিশ্বনাথ ঘাট নদী আৰক্ষী থানাৰ নৱ নিৰ্মিত ভ...
08/02/2026

আজি, ইংৰাজী ৮ ফেব্ৰুৱাৰী ২০২৬ তাৰিখ, দেওবাৰে মৈত্ৰী আঁচনিৰ অধীনত ঐতিহ্যমণ্ডিত বিশ্বনাথ ঘাট নদী আৰক্ষী থানাৰ নৱ নিৰ্মিত ভৱনৰ আধাৰশিলা স্থাপন কৰা লগতে ভূমি পূজন আৰু শিলান্যাস অনুষ্ঠান সম্পাদন কৰা হয় ।
বিশ্বনাথৰ বিধায়ক শ্ৰীযুত প্ৰমোদ বৰঠাকুৰ , বিশ্বনাথ জিলা আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক দেৱৰ্ষি চৌধুৰী সহ বহু কেইজন আৰক্ষী বিষয়া আৰু অঞ্চলটোৰ গণ্য মান্য ব্যক্তি সকলৰ উপস্থিতিত এই মাংগলিক কাৰ্য ভাগ ৰূপায়ন কৰা হয় ।

DGPAssamPolice
Assam Police
CMO Assam
Himanta Biswa Sarma
Biswanath Administration
Ashok Singhal

Address

Biswanath SP Office
Biswanath Chariali
784176

Telephone

+916026900206

Website

Alerts

Be the first to know and let us send you an email when Biswanath Police posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Biswanath Police:

Share