Kisan Morcha, BJP Biswanath Dist.

Kisan Morcha, BJP Biswanath Dist. political

06/04/2026
অহা এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বিহালী বিধানসভা সমষ্টিত অনুষ্ঠিত হ’ব লগা বিশাল...
21/03/2026

অহা এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বিহালী বিধানসভা সমষ্টিত অনুষ্ঠিত হ’ব লগা বিশাল জনসভাৰ প্ৰস্তুতি জোৰদাৰ।

আজি ১১নং শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত ডাঙৰীয়া, ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক তথা বিশ্বনাথ বিধান সভা সমষ্টিৰ প্ৰক্ষেপিত প্ৰাৰ্থী পল্লৱ লোচন দাস ডাঙৰীয়া, গহপুৰ বিধান সভা সমষ্টিৰ বিধায়ক উৎপল বৰা ডাঙৰীয়া বিহালী বিধান সভা সমষ্টিৰ প্ৰক্ষেপিত প্ৰাৰ্থী মুনীন্দ্ৰ দাস ডাঙৰীয়া, বিশ্বনাথ জিলাৰ কিষান মৰ্চাৰ জিলা সভাপতি সুমন শৰ্মা ডাঙৰীয়াসহ দলীয় কাৰ্য্যকৰ্তা সকলে সভাস্থল পৰিদৰ্শন কৰে।
BJP Assam Pradesh
Kisan Morcha, BJP Biswanath Dist.

আগন্তুক অসম বিধানসভা নিৰ্বাচন ২০২৬ ৰ বাবে  বিশ্বনাথ জিলাৰ অন্তৰ্গত গহপুৰ, বিহালী আৰু বিশ্বনাথ সমষ্টিৰ পৰা ভাৰতীয় জনতা প...
19/03/2026

আগন্তুক অসম বিধানসভা নিৰ্বাচন ২০২৬ ৰ বাবে বিশ্বনাথ জিলাৰ অন্তৰ্গত গহপুৰ, বিহালী আৰু বিশ্বনাথ সমষ্টিৰ পৰা ভাৰতীয় জনতা পাৰ্টি মিত্ৰযোটৰ মনোনীত প্ৰাৰ্থী হিচাপে শ্ৰদ্ধাৰ উৎপল বৰা দেৱ, শ্ৰদ্ধাৰ পল্লৱ লোচন দাস দেৱ আৰু শ্ৰদ্ধাৰ মুনীন্দ্ৰ দাস দেৱে প্ৰাৰ্থীত্ব লাভ কৰাৰ বাবে কিষান মৰ্চা বিশ্বনাথ জিলাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
দলৰ আদৰ্শ, জনসেৱাৰ মানসিকতা আৰু উন্নয়নৰ অটল প্ৰতিশ্ৰুতিৰে আপোনালোকৰ এই যাত্ৰা নিশ্চয় জনতাৰ আশীৰ্বাদত অধিক শক্তিশালী হৈ উঠিব।
বিশ্বাস আছে—আপোনালোকৰ নেতৃত্বত সংশ্লিষ্ট সমষ্টিসমূহত উন্নয়ন, স্থিৰতা আৰু জনকল্যাণৰ নতুন দিগন্ত উন্মোচিত হ’ব।
BJP Assam Pradesh

কিষান মৰ্চা বিশ্বনাথ জিলাৰ তৰফৰ পৰা সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।
19/03/2026

কিষান মৰ্চা বিশ্বনাথ জিলাৰ তৰফৰ পৰা সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।

Address

Biswanath
Biswanath Chariali
784179

Website

Alerts

Be the first to know and let us send you an email when Kisan Morcha, BJP Biswanath Dist. posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share