Biswanath Sadar Anchalik AAGSU

Biswanath Sadar Anchalik AAGSU एउटै खुन एउटैजाति, राखौँ भरोसा आग्सु माथि एक जाति, एक मञ्च, अधिकार हासिल हाम्रो लक्ष । जयतु जननी असम...

অসম আন্দোলনৰ প্ৰথমগৰাকী মহিলা শ্বহীদ তথা শোণিতপুৰৰ প্ৰথম শ্বহীদ বৈজয়ন্তী দেৱী উপাধ্যায়ৰ জন্মজয়ন্তীত শ্ৰদ্ধাঞ্জলি🙏🏻🙏🏻অসম ...
19/07/2026

অসম আন্দোলনৰ প্ৰথমগৰাকী মহিলা শ্বহীদ তথা শোণিতপুৰৰ প্ৰথম শ্বহীদ বৈজয়ন্তী দেৱী উপাধ্যায়ৰ জন্মজয়ন্তীত শ্ৰদ্ধাঞ্জলি🙏🏻🙏🏻

অসম আন্দোলনৰ সাহসী সংগ্ৰামী, দক্ষ সাংস্কৃতিক ব্যক্তিত্ব আৰু অসমৰ জাতীয় স্বাভিমান ৰক্ষাৰ সংগ্ৰামত আত্মবলিদান দিয়া প্ৰথমগৰাকী মহিলা শ্বহীদ বৈজয়ন্তী দেৱী উপাধ্যায়ৰ পবিত্ৰ জন্মজয়ন্তীত তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।গোৰ্খা সমাজৰ কন্যা হিচাপে জন্মগ্ৰহণ কৰিও তেখেতে অসমীয়া ভাষা, সংস্কৃতি আৰু জাতিৰ স্বাৰ্থ সুৰক্ষাৰ আন্দোলনত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি এক অনন্য দৃষ্টান্ত স্থাপন কৰিছিল। তেখেতৰ সাহস, ত্যাগ, দেশপ্ৰেম আৰু আদৰ্শ আজিও নতুন প্ৰজন্মৰ বাবে প্ৰেৰণাৰ উৎস।
তেখেতৰ পৱিত্ৰ স্মৃতিলৈ পুনৰবাৰ সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। তেখেতৰ আদৰ্শ চিৰদিন অম্লান হৈ থাকক।
সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা বিশ্বনাথ জিলা
All Assam Gorkha Students' Union
Biswanath Sadar Anchalik AAGSU

শুভেচ্ছা বাৰ্তা    সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগছু)ৰ ১৮ সংখ্যক দ্বি-বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিনিধি সভাত শ্ৰী নোমল ছেত্ৰীক...
17/07/2026

শুভেচ্ছা বাৰ্তা

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগছু)ৰ ১৮ সংখ্যক দ্বি-বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিনিধি সভাত শ্ৰী নোমল ছেত্ৰীক সভাপতি আৰু শ্ৰী সোমৰাজ সোনাৰক সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হোৱাত আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা বিশ্বনাথ সদৰ আঞ্চলিক সমিতিৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
আমাৰ বিশ্বনাথ জিলা সমিতিৰ গৌৰৱ সুনিল চুতাৰ ডাঙৰীয়াক কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য হিচাপে নিৰ্বাচিত হোৱাৰ বাবে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
আপোনালোকৰ নেতৃত্ব, নিষ্ঠা আৰু দূৰদৰ্শিতাৰ জৰিয়তে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই নতুন শক্তি, ঐক্য আৰু সফলতাৰ দিশত আগবাঢ়িব বুলি দৃঢ় বিশ্বাস ব্যক্ত কৰিছোঁ।আপোনালোকৰ আগন্তুক কাৰ্যকাল সফল, গৌৰৱময় আৰু জনমুখী হওক—এই শুভকামনাই জনালোঁ।
আপোনালোকৰ সফল কাৰ্যকাল আৰু সুস্বাস্থ্য কামনা কৰিলোঁ।
জয় গোৰ্খা
জয় আই অসম। ।
All Assam Gorkha Students' Union
@সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা বিশ্বনাথ জিলা

অসম গোৰ্খা সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক শ্ৰীযুত জয় কুমাৰ সূতাদেৱে কিছুদিন পূৰ্বে সংবাদ গোষ্ঠী ‘দৈনিক সংবাদ...
14/06/2026

অসম গোৰ্খা সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক শ্ৰীযুত জয় কুমাৰ সূতাদেৱে কিছুদিন পূৰ্বে সংবাদ গোষ্ঠী ‘দৈনিক সংবাদ’-ৰ জৰিয়তে “সমাজ প্ৰাণ বঁটা” লাভ কৰাত আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা বিশ্বনাথ জিলা সমিতি লগতে বিশ্বনাথ সদৰ আঞ্চলিক সমিতিও অত্যন্ত আনন্দিত আৰু গৌৰৱান্বিত হৈছোঁ।
আজি তেখেতৰ বাসগৃহত উপস্থিত হৈ বিশ্বনাথ জিলা সমিতি আৰু বিশ্বনাথ জিলা সমিতিৰ অন্তৰ্গত 11 টা আঞ্চলিক সমিতি আমি তেখেতক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সমাজ, শিক্ষা আৰু গোৰ্খা জনগোষ্ঠীৰ উন্নয়নৰ ক্ষেত্ৰত তেখেতৰ অৱদান সদায় প্ৰেৰণাদায়ক। তেখেতৰ সুস্বাস্থ্য, দীৰ্ঘায়ু আৰু উজ্জ্বল ভৱিষ্যৎ কামনা কৰিলোঁ।

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা বিশ্বনাথ জিলাৰ সমিতিৰ "বৰ্দ্ধিত কাৰ্য্যনিৰ্বাহ" সভা বিশ্বনাথ জিলা অন্তৰ্গত টকৌবাৰি গাওঁ পঞ্চা...
14/06/2026

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা বিশ্বনাথ জিলাৰ সমিতিৰ "বৰ্দ্ধিত কাৰ্য্যনিৰ্বাহ" সভা বিশ্বনাথ জিলা অন্তৰ্গত টকৌবাৰি গাওঁ পঞ্চায়তৰ প্রেক্ষা গৃহত অনুষ্ঠিত হয়। বিশ্বনাথ জিলা সমিতিৰ অন্তৰ্গত ক্ৰমানে চতিয়া আঞ্চলিক সমিতি, বিশ্বনাথ সদৰ, বিহালি, গহপুৰ, ৰাজগড়ৰ লগত 11 টা আঞ্চলিক সমিতি সভাত উপস্থিত থাকে |
আজিৰ সভাত ভাৰপ্ৰাপ্ত সম্পাদক শ্ৰীযুত নবদীপ ছেত্ৰীক আজিৰ পৰা সম্পূৰ্ণ দায়িত্ব অৰ্পণ কৰা হয়। Nabadeep Kaudinya Chetry শ্ৰীযুত নবদীপ ছেত্ৰীদেৱক বিশ্বনাথ সদৰ আঞ্চলিক সমিতৰ তৰফৰ পৰা আন্তৰিক শুভ কামনা থাকিল।
বিশ্বনাথ জিলা সমিতিৰ পদ পূৰ্ণৰ বাবে আঞ্চলিক সমিতিৰ পৰা জিলালৈ পদোন্নতি কৰা হয়।
বিশ্বনাথ জিলা সমিতিৰ অন্তৰ্গত সকলো আঞ্চলিক সমিতিক অহা জুলাই মাহৰ 10 তাৰিখৰ ভিতৰত "কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধন" কৰিব লাগে বুলি জাননী প্ৰদান কৰে।
আগন্তুক কেন্দ্ৰীয় সমিতিৰ অধিবেশনৰ ওপৰত এক গুৰুপ্তপূৰ্ণ আলোচনা কৰা হয়।
#अखिल_असम_गोर्खा_छात्र_संग_जिन्दाबाद
@সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা বিশ্বনাথ জিলা
All Assam Gorkha Students' Union

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা বিশ্বনাথ জিলা সমিতিৰ সন্মানীয় সভাপতিলৈ জন্মদিনৰ এই শুভ ক্ষণত অকিত্ৰম শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ...
28/03/2026

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা বিশ্বনাথ জিলা সমিতিৰ সন্মানীয় সভাপতিলৈ জন্মদিনৰ এই শুভ ক্ষণত অকিত্ৰম শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনাৰ জীৱন সুখ, শান্তি আৰু সমৃদ্ধিৰে ভৰি উঠক। আপোনাৰ সপোনবোৰ পূৰ্ণ হওক, আপোনাৰ হৃদয় সুখ আৰু আনন্দৰে পৰিপূৰ্ণ হওক। বিশ্বনাথ সদৰ আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ তৰফৰ পৰা জন্মদিনৰ শুভেচ্ছা থাকিল দাদা ❤️🙏🏻 Sunil Gorkha Sutar

 াতীয়_জীৱনৰ_অক্লান্ত_সেনানী সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ পৱিত্ৰ মজিয়াৰ পৰা সদ্য বিদায়ী উপ- সভাপতি শ্ৰদ্ধাৰ দিলীপ গজুৰেল ...
21/03/2026

াতীয়_জীৱনৰ_অক্লান্ত_সেনানী
সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ পৱিত্ৰ মজিয়াৰ পৰা সদ্য বিদায়ী উপ- সভাপতি শ্ৰদ্ধাৰ দিলীপ গজুৰেল দেৱৰ লগতে বিশ্বনাথ জিলা গোৰ্খা ছাত্ৰ সন্থাৰ সাঃ সম্পাদক শ্ৰদ্ধাৰ প্ৰকাশ খনাল দেৱৰ লগতে অন্য সংগ্ৰামী সতীৰ্থলৈ আজি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা,বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা "বিদায় সম্বৰ্ধনা অনুষ্ঠান" আমি বিশ্বনাথ সদৰ আঞ্চলিক সমিতিৰ হৈ সম্বৰ্ধনা জনাও । ।
শ্ৰদ্ধাৰ দিলীপ গজুৰেল ডাঙৰীয়া আপুনি আমাক যিদৰে ৰাস্তাৰ দেখুৱাইছিল, সকলো পৰিস্থিতিত সহায় কৰিছিল ঠিক সেইদৰেই আগন্তুক দিনতো আমাক কৰিব বুলি আশা কৰিছো। ।
Dilip Gajurel
Prakash PK Khanal
সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা বিশ্বনাথ জিলা
Biswanath Sadar Anchalik AAGSU

আজি সদৌ অসম গোর্খা ছাত্র সন্থা বিশ্বনাথ জিলা সমিতিৰ   ভা: সাধাৰণ সম্পাদক হিচাপে নৱদ্বীপ ছেত্ৰীয়ে Nabadeep Kaudinya Chet...
15/03/2026

আজি সদৌ অসম গোর্খা ছাত্র সন্থা বিশ্বনাথ জিলা সমিতিৰ ভা: সাধাৰণ সম্পাদক হিচাপে নৱদ্বীপ ছেত্ৰীয়ে Nabadeep Kaudinya Chetry দ্বায়িত্বভাৰ গ্ৰহণ কৰে ।
আমি বিশ্বনাথ সদৰ আঞ্চলিক সমিতিৰ হৈ তেওঁক শুভেচ্ছাৰ জনাও।
জয় আই অসম ।
জয় গোৰ্খা ।
সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা বিশ্বনাথ জিলা
Biswanath Sadar Anchalik AAGSU

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, বিশ্বনাথ মহাবিদ্যালয় গোটৰ সভাপতি চিৰাগ ছেত্ৰীক আজি জন্মদিনৰ শুভ মুহুৰ্তত আন্তৰিক শুভেচ্ছা জ...
17/02/2026

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, বিশ্বনাথ মহাবিদ্যালয় গোটৰ সভাপতি চিৰাগ ছেত্ৰীক আজি জন্মদিনৰ শুভ মুহুৰ্তত আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো।।।


Chirag Chetry

✅📌স্বাধীনতা সেনানী বাবু ছবিলাল উপাধ্যায় দেৱৰ মৃত্যু বাৰ্ষিকীৰ পবিত্ৰ ক্ষণত আমি‌ বিশ্বনাথ আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ তৰ...
24/01/2026

✅📌স্বাধীনতা সেনানী বাবু ছবিলাল উপাধ্যায় দেৱৰ মৃত্যু বাৰ্ষিকীৰ পবিত্ৰ ক্ষণত আমি‌ বিশ্বনাথ আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ তৰফৰ পৰা তেখেতৰ স্মৃতিত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।🙏💐
দেশমাতৃৰ মুক্তিৰ বাবে তেখেতে আগবঢ়োৱা ত্যাগ, সাহস আৰু আত্মবলিদান আমাৰ বাবে চিৰন্তন প্ৰেৰণাৰ উৎস হৈ থাকিব।
তেখেতৰ আদৰ্শ, দেশপ্ৰেম আৰু ন্যায়-সংগ্ৰাম আমাৰ জীৱনত সদায় পথপ্ৰদৰ্শক হৈ ৰওক।
শ্ৰদ্ধাৰে সুঁৱৰিছোঁ মহান স্বাধীনতা সেনানীক —
মৃত্যু বাৰ্ষিকীত গভীৰ শ্ৰদ্ধাঞ্জলি জনালোঁ। 🙏💐

Biswanath Sadar Anchalik AAGSU
সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা বিশ্বনাথ জিলা
Dilip Gajurel

APSC MOCK TESTOrganised by All Assam Gorkha Students' Union (AAGSU) in collaboration with SPM IAS Academy📌 Limited seats...
07/01/2026

APSC MOCK TEST
Organised by All Assam Gorkha Students' Union (AAGSU) in collaboration with SPM IAS Academy

📌 Limited seats available!
Hurry up and secure your slot by completing the registration at the earliest.

👉 To register, scan the QR code below or visit the registration link: https://forms.gle/xi46Sp9YvCNQM5pP9

Note: Last Date Of Registration 10 January 2026.
DiDilip Gajurelদসদৌ অসম গোৰ্খা ছাত্ৰ সন্থা বিশ্বনাথ জিলাiBiswanath Sadar Anchalik AAGSU

Address

Biswanath Chariali
784176

Website

Alerts

Be the first to know and let us send you an email when Biswanath Sadar Anchalik AAGSU posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category