Kamalnayan Sanskriti Gosthi-KSG

Kamalnayan Sanskriti Gosthi-KSG कमलनयन संस्कृति गोष्ठी मोनबारी गाउँ

Congratulations Ashish sharma brother.Central tet मा सफलता प्राप्त गरेकोमा आशिष सापकोटा भाइलाई धेरै धेरै बधाई छ।
31/03/2026

Congratulations Ashish sharma brother.
Central tet मा सफलता प्राप्त गरेकोमा आशिष सापकोटा भाइलाई धेरै धेरै बधाई छ।

रामानुज दिव्य सेवाश्रम तथा आचार्य वेदागम संस्कृत पाठशालामा भक्तिमय भव्य कार्यक्रम
16/03/2026

रामानुज दिव्य सेवाश्रम तथा आचार्य वेदागम संस्कृत पाठशालामा भक्तिमय भव्य कार्यक्रम

21/01/2026

কমল নয়ন সংস্কৃতি গোষ্ঠী, মোনাবাৰী গাওঁ

১৯৯৯ চনৰ পৰা মোনাবাৰী গাঁৱত দশই সন্মিলনৰ আৰম্ভণি হয়। এই সন্মিলনক স্থায়িত্ব প্ৰদান কৰাৰ লগতে বহু আয়ামিক অনুষ্ঠান অনুষ্ঠিত কৰাৰ উদ্দেশ্যে কমল নয়ন সংস্কৃতি গোষ্ঠী নামেৰে এটা স্থায়ী সংগঠন গঠন কৰা হয়। এই গোষ্ঠীয়ে দশই সন্মিলনৰ জৰিয়তে ভাষা, সাহিত্য আৰু সংস্কৃতিৰ উৎকৰ্ষ সাধনৰ লগতে গাঁৱৰ কণ-কণ প্ৰতিভাসকলক বিভিন্ন কৌশলৰ মাধ্যমে সমাজ, শিক্ষা, স্বাস্থ্য, নাৰী সবলীকৰণ,সংস্কৃতি তথা ভাষা–সাহিত্যৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ যথোপযুক্ত চেষ্টা কৰি আহিছে।
কমল নয়ন সংস্কৃতি গোষ্ঠীয়ে দশই সন্মিলনৰ ৰজত জয়ন্তী সফলভাৱে সমাপন কৰাৰ লগতে “দস্তাবেজ” নামৰ এখন স্মৃতি গ্ৰন্থো প্ৰকাশ কৰিছে।
এই গোষ্ঠীয়ে Clean Village, Green Village, Career Guidance and Personality Development কাৰ্যসূচী, district level promotion arts and culture, ৰাজ্যিক পৰ্যায়ৰ সাংস্কৃতিক পৰিধান প্ৰতিযোগিতা, তিজ সন্মিলন,গ্ৰন্থ প্ৰকাশ আদিৰ লগতে বিভিন্ন পুৰোধা ব্যক্তিত্বৰ জন্মদিন আৰু মৃত্যু তিথি পালন কৰি আহিছে।
কমল নয়ন সংস্কৃতি গোষ্ঠীৰ অসম চৰকাৰৰ Society Registration Number হৈছে—
RS/BCH/268/RFSRS/202507965 (২০২৫–২০২৬) মোনাবাৰী গাওঁৰ একমাত্ৰ কলা সংস্কৃতিৰ উৎকৰ্ষ সাধন কৰা
এই অনুষ্ঠান 2001 চনত চৰকাৰী সাহাৰ্যৰে মঞ্চ অৰ্ধ নিৰ্মিত হৈছিল যদিও এতিয়া ইয়াৰ অৱস্থা একেবাৰে জৰাজীৰ্ণ।

সভাপতি
গোপিলাল শৰ্মা
6002061958

সম্পাদক
অনুপ শৰ্মা
6000384100

कमलनयम संस्कृति गोष्ठी र आग्सु मोनाबारी गाउँ शाखा समितिले गायक प्रशान्त तामाङज्यूको आत्माको चीर शान्ति कामना गर्दै हार्द...
21/01/2026

कमलनयम संस्कृति गोष्ठी र आग्सु मोनाबारी गाउँ शाखा समितिले गायक प्रशान्त तामाङज्यूको आत्माको चीर शान्ति कामना गर्दै हार्दिक श्रद्धाञ्जलि अर्पण गरिन्छ।

05/01/2026

অসমীয়া গীত

03/01/2026

गोर्खाली कथानक चलचित्र धमिलो पहाड़ बारे गोष्ठीका मूल सचिवको घोषणा

03/01/2026

गोष्ठीका मूल सचिव अनुप शर्मालाई असम सरकारले युवा लेखक सम्मान प्रदान गरेकोमा गोष्ठीको तर्फबाट अभिनन्दन गर्दै।

03/01/2026

সামূহিক মায়াবিনী গীত মোনাবাৰী গাৱঁত। কলাকাৰ সকলক ধন্যবাদ জনাইছোঁ।

হাৰ্টথ্ৰব জুবিন গাৰ্গ অনুৰাগী সাংস্কৃতিক সন্ধ্যা কমলনয়ন সংস্কৃতি গোষ্ঠীৰ সৌজন্যত সফল সমাপন।
03/01/2026

হাৰ্টথ্ৰব জুবিন গাৰ্গ অনুৰাগী সাংস্কৃতিক সন্ধ্যা
কমলনয়ন সংস্কৃতি গোষ্ঠীৰ সৌজন্যত সফল সমাপন।

নিমন্ত্ৰণ
03/01/2026

নিমন্ত্ৰণ

মোনাবাৰী কমলনয়ন সংস্কৃতি গোষ্ঠীৰ উদ্যোগত আৰু দশই সন্মিলন উদযাপন সমিতিৰ সহযোগত দশই সন্মিলনৰৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি...
03/01/2026

মোনাবাৰী কমলনয়ন সংস্কৃতি গোষ্ঠীৰ উদ্যোগত আৰু দশই সন্মিলন উদযাপন সমিতিৰ সহযোগত দশই সন্মিলনৰ
ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি সুধাকন্ঠ ড° ভূপেন হাজৰিকা জন্ম শতবাৰ্ষিকী অনুষ্ঠানত অসম নেপালী সাহিত্য সভাৰ সভাপতি
ড° চিন্তামনি শৰ্মালৈ #কমলনয়ন সাহিত্য সেৱা সন্মান প্ৰদান কৰা হয়।

#অসমনেপালীসাহিত্যসভাৰ
#সাহিত্যসেৱাসন্মান

Congratulations 🎉
12/12/2025

Congratulations 🎉

Address

Monabari
Biswanath Chariali

Telephone

+916001146560

Website

Alerts

Be the first to know and let us send you an email when Kamalnayan Sanskriti Gosthi-KSG posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category