Mahila Morcha BJP Biswanath zilla

Mahila Morcha BJP Biswanath zilla Official Page Of Biswanath Dist Mahila Morcha

03/06/2026
03/06/2026
বৰচলা বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক তথা বিজেপি বিশ্বনাথ জিলাৰ সন্মানীয় প্রভাৰী শ্ৰীযুত ঋতু বৰণ শৰ্মা দেৱক আজি বিশ্...
01/06/2026

বৰচলা বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক তথা বিজেপি বিশ্বনাথ জিলাৰ সন্মানীয় প্রভাৰী শ্ৰীযুত ঋতু বৰণ শৰ্মা দেৱক আজি বিশ্বনাথ জিলা বিজেপিৰ কাৰ্যালয়ত সন্মানীয় সভাপতি শ্ৰীযুত অসীম কুমাৰ দাস সহ জিলাৰ বিষয়ববীয়া সকল ও দলৰ বিভিন্ন স্তৰৰ কাৰ্যকৰ্তা সকলে সম্বৰ্ধনা জ্ঞাপন কৰে।
BJP Assam Pradesh
Ritu Baran Sarmah
Ashim Das Bjp Baba

 #জিলা_বিষয়ববীয়া_সভা #বিশ্বনাথ_জিলা আজি ইংৰাজী ৩০/০৫/২০২৬ তাৰিখে বিশ্বনাথ জিলা মুখ্য কাৰ্যালয়ত জিলা সভাপতি মাননীয় অস...
30/05/2026

#জিলা_বিষয়ববীয়া_সভা
#বিশ্বনাথ_জিলা
আজি ইংৰাজী ৩০/০৫/২০২৬ তাৰিখে বিশ্বনাথ জিলা মুখ্য কাৰ্যালয়ত জিলা সভাপতি মাননীয় অসীম কুমাৰ দাস দেৱৰ সভাপতিত্বত জিলা বিষয় ববীয়া সভাখন অনুষ্ঠিত কৰা হয়।
BJP Biswanath District BJP Mahila Morcha Assam Pradesh Ashim Das Bjp Baba Dilip Saikia

জুবিন গাৰ্গ হত্যা গোচৰৰ অভিযুক্তৰ বিৰুদ্ধে ফাচট্ৰেক  আদালতৰ চাৰ্জফ্ৰেম ।
26/05/2026

জুবিন গাৰ্গ হত্যা গোচৰৰ অভিযুক্তৰ বিৰুদ্ধে ফাচট্ৰেক আদালতৰ চাৰ্জফ্ৰেম ।

২০২৬ চনৰ সন্মানীয় পদ্মশ্ৰী বঁটাৰে বিভূষিত কৰা বিশিষ্ট সত্ৰীয়া সংস্কৃতিৰ সাধক শ্ৰদ্ধাৰ শ্ৰী হৰিচৰণ শইকীয়া দেৱ, বিশিষ্ট...
26/05/2026

২০২৬ চনৰ সন্মানীয় পদ্মশ্ৰী বঁটাৰে বিভূষিত কৰা বিশিষ্ট সত্ৰীয়া সংস্কৃতিৰ সাধক শ্ৰদ্ধাৰ শ্ৰী হৰিচৰণ শইকীয়া দেৱ, বিশিষ্ট এৰী তথা ৰেচম বিশেষজ্ঞ ড০ যোগেশ দেউৰী দেৱ, ভাস্কৰ্য শিল্পী লগতে কলা নিৰ্দেশক শ্ৰদ্ধাৰ নুৰুদ্দিন আহমেদ দেৱ, কাৰ্বি লোক সঙ্গীতৰ সাধিকা শ্ৰদ্ধাৰ পখিলা লোকথেপী বাইদেলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো । মৰণোত্তৰভাৱে জীৱন জোৰা জনসেৱা স্বীকৃতি স্বৰূপে পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হয় প্ৰয়াত কবীন্দ্ৰ পুৰকায়স্থ দেৱক। এই শুভ ক্ষণত তেখেতক শ্ৰদ্ধাৰে সুঁৱৰিছো।
BJP Mahila Morcha Assam Pradesh

ওপজা দিনৰ অলেখ শুভ কামনা জ্ঞাপন কৰিলো Nilima Devi বাইদেউ 🙏।
25/05/2026

ওপজা দিনৰ অলেখ শুভ কামনা জ্ঞাপন কৰিলো Nilima Devi বাইদেউ 🙏।

Heartiest wishes to Hon'ble MLA Smt. Nilima Devi on her birthday.

A grassroots level leader, she has begun her journey to serve the people of Mangaldai and work for their welfare.

Prayers to Maa Kamakhya and Srimanta Sankardev for her long and healthy life.

Nilima Devi

সন্মানীয়া ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী তথা মঙ্গলদৈ বিধানসভা সমষ্টিৰ বিধায়িকা নীলিমা দেৱী ডাঙৰীয়ানীৰ আজিৰ এই পৱিত্ৰ ...
25/05/2026

সন্মানীয়া ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী তথা মঙ্গলদৈ বিধানসভা সমষ্টিৰ বিধায়িকা নীলিমা দেৱী ডাঙৰীয়ানীৰ আজিৰ এই পৱিত্ৰ জন্ম দিনটোত তেখেতলৈ মহিলা মৰ্চাৰ তৰফৰ পৰা অফুৰন্ত মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

Nilima Devi
BJP Mahila Morcha Assam Pradesh

23/05/2026

আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো 🙏

23/05/2026

আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো 🙏।

Address

Biswanath Chariali, Biswanath
Biswanath Chariali
784176

Website

Alerts

Be the first to know and let us send you an email when Mahila Morcha BJP Biswanath zilla posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share