Mahesh Chatry Tanti মহেশ ছত্ৰী তাঁতী

Mahesh Chatry Tanti  মহেশ ছত্ৰী তাঁতী President, ATTSA ( Biswanath District )

11/01/2024
সমূহ বিশ্বনাথবাসীৰ লগতে অসমবাসীলৈ ভোগালী বিহু আৰু টুচু পৰৱৰ প্ৰীতিভৰা শুভেচ্ছা জনালোঁ ।
15/01/2023

সমূহ বিশ্বনাথবাসীৰ লগতে অসমবাসীলৈ ভোগালী বিহু আৰু টুচু পৰৱৰ প্ৰীতিভৰা শুভেচ্ছা জনালোঁ ।

অসম চাহ জনজাতি ছাত্ৰ সন্হা মাজুলীগড় প্ৰাথমিক গোটৰ উদ্যোগত অষ্টম, নৱম,  দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰছাত্ৰীক  #বিনা...
10/07/2022

অসম চাহ জনজাতি ছাত্ৰ সন্হা মাজুলীগড় প্ৰাথমিক গোটৰ উদ্যোগত অষ্টম, নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰছাত্ৰীক #বিনামূলীয়া_পাঠদান কৰা আজি শুভাৰম্ভি অনুষ্ঠানত উপস্থিত থাকোঁ ৷ এই অনুষ্ঠানৰ জৰিয়তে যাতে ছাত্ৰছাত্ৰী সকলে উপকৃত হয় তাৰে আশা কৰি আদৰণীয় পদক্ষেপ গ্ৰহন কৰা মাজুলীগড় প্ৰাথমিক গোটক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

প্ৰতাপগড় চাহ বাগিছাৰ ৬ নং লাইনৰ যুৱক সংঘৰ উদ্যোগত চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক...
03/07/2022

প্ৰতাপগড় চাহ বাগিছাৰ ৬ নং লাইনৰ যুৱক সংঘৰ উদ্যোগত চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰছাত্ৰীসকলক উৎসাহিত কৰিবলৈ আয়োজন কৰা অভিনন্দন অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকোঁ। উত্তীৰ্ণ হোৱা সমূহ ছাত্ৰছাত্ৰীলৈ আন্তৰিক অভিনন্দন জনালোঁ লগতে প্ৰত্যেকৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ৷

মোক আমন্ত্ৰণ জনোৱা বাবে উদ্যোগতাসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ ।

বিশ্বনাথ চাৰিআলিৰ ছাত্ৰ  #নিলয়_জ্যোতি_কুৰ্মী  কলা শাখাত ৩য় স্থান লাভ কৰাত গৌৰৱ অনুভৱ কৰিছো। বিশ্বনাথবাসীৰ বাবে গৌৰৱৰ ক্ষ...
27/06/2022

বিশ্বনাথ চাৰিআলিৰ ছাত্ৰ #নিলয়_জ্যোতি_কুৰ্মী কলা শাখাত ৩য় স্থান লাভ কৰাত গৌৰৱ অনুভৱ কৰিছো। বিশ্বনাথবাসীৰ বাবে গৌৰৱৰ ক্ষণ, আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বিশ্বনাথ শাখা সমিতিৰ তৰফৰ পৰা ছাত্ৰ গৰাকীক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ লগতে উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।

অসম চাহ জনজাতি ছাত্ৰ সন্থা, বিশ্বনাথ শাখা আৰু অসম চাহ জনজাতি মহিলা সমিতি (আটোৱা) ৰ যৌথ উদ্যোগত সাধাৰু প্ৰাথমিক বিদ্যালয়ত...
26/06/2022

অসম চাহ জনজাতি ছাত্ৰ সন্থা, বিশ্বনাথ শাখা আৰু অসম চাহ জনজাতি মহিলা সমিতি (আটোৱা) ৰ যৌথ উদ্যোগত সাধাৰু প্ৰাথমিক বিদ্যালয়ত মহামহীম চাইমন সিং হৰ দেৱৰ মৃত্যুবাৰ্ষিকী অনুষ্ঠান আয়োজন কৰা হয়, আটছাৰ প্ৰতিষ্ঠাপক সভাপতি গৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰোঁ।

জাতিটোৰ উত্তৰণৰ বাবে চাইমন সিং হৰ দেৱে আগবঢ়াই যোৱা অনবদ্য অৱদান চিৰস্মৰণীয় হৈ ৰ'ব। তেখেতৰ আদৰ্শ আৰু জাতিপ্ৰেমে সদায় আমাৰ নতুন প্ৰজন্মক সমাজ আৰু জাতিৰ বাবে কাম কৰিবলৈ অনুপ্ৰাণিত কৰিব।

উক্ত অনুষ্ঠানত উপস্থিত থাকে আটছা কেন্দ্ৰীয় সহকাৰী সম্পাদক অনন্ত সোনা ডাঙৰীয়া, কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ঐবন তাঁতী ডাঙৰীয়া, বিশ্বনাথ শাখাৰ সম্পাদক সদানন্দ তাঁতী, প্ৰাক্তন সম্পাদক অশোক কৈৰী ডাঙৰীয়া, আটুৱা বিশ্বনাথ শাখাৰ সভানেত্ৰী সম্পাদিকাৰ লগতে আটছা বিশ্বনাথ শাখা আটুৱা ৰ বিষয়-ববীয়াই উপস্থিত থাকে।

আটছা ৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত সিংহ পুৰুষ চাইমন সিং হৰদেৱৰ ৪৩ তম্ মৃত্যুবাৰ্ষিকীত সহস্ৰ প্ৰণিপাত জনালোঁ।
25/06/2022

আটছা ৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত সিংহ পুৰুষ চাইমন সিং হৰদেৱৰ ৪৩ তম্ মৃত্যুবাৰ্ষিকীত সহস্ৰ প্ৰণিপাত জনালোঁ।

অসম চাহ জনজাতি ছাত্ৰ সন্হা বিশ্বনাথ মহাবিদ্যালয় আটছা গোটৰ আজি পূৰ্ণপৰ্য্যায় ও বিষয়-বাচনি সভা অসম চাহ মজদুৰ সংঘৰ প্ৰেক্ষা...
25/06/2022

অসম চাহ জনজাতি ছাত্ৰ সন্হা বিশ্বনাথ মহাবিদ্যালয় আটছা গোটৰ আজি পূৰ্ণপৰ্য্যায় ও বিষয়-বাচনি সভা অসম চাহ মজদুৰ সংঘৰ প্ৰেক্ষাগৃহত আয়োজন কৰা হয় ৷ উক্ত সভাত োনাক সভাপতি আৰু #বিকাশ_ভুমিজক সম্পাদকৰ দায়িত্ব অৰ্পণ কৰি এক শক্তিশালী বিশ্বনাথ মহাবিদ্যালয় আটছা গোট গঠন কৰা হয়।

উক্ত সভাত উপস্থিত থাকে আটছা কেন্দ্ৰীয় সহকাৰী সম্পাদক অনন্ত সোনা ডাঙৰীয়া, কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ঐবন তাঁতী ডাঙৰীয়া, বিশ্বনাথ জিলাৰ উপ- সভাপতি অমিত তছা ডাঙৰীয়া, আটুৱা বিশ্বনাথ শাখা সমিতিৰ সভানেত্ৰী সম্পাদিকাকে আদি কৰি আটছা ৰ বিভিন্ন সমিতিৰ সভাপতি/সম্পাদক আৰু বিষয়- ববীয়া।

আটছা জিন্দাবাদ,
বিশ্বনাথ মহাবিদ্যালয় আটছা গোট জিন্দাবাদ,
জয় আই অসম।

বিশ্বনাথ জিলাৰ চতিয়া বৰপাম তিনিআলি মাজুলীগড়, প্ৰতাপগড়, বিশ্বনাথ চাৰিআলি সংযোগী পথ। (বৰপাম চাহ উৎদ্যোগৰ কাষত) ঘিলাধাৰী নৈ...
22/06/2022

বিশ্বনাথ জিলাৰ চতিয়া বৰপাম তিনিআলি মাজুলীগড়, প্ৰতাপগড়, বিশ্বনাথ চাৰিআলি সংযোগী পথ।
(বৰপাম চাহ উৎদ্যোগৰ কাষত)
ঘিলাধাৰী নৈ ওপৰত থকা পকি দলং খন মাজ ভাগতে বহি যোৱাৰ বাবে অৱস্থা একেবাৰে শোচনীয় হৈ পৰিছে।
আজি বুধবাৰে সাপেখাটি (বৰপাম) বজাৰ হোৱা বাবে বহুটো গাড়ী বাইক দলংঙৰ ওপৰৰে অহা যোৱা কৰি আছে।
কোনোধৰণৰ যাতে ঘটনা সংঘটিত নহয়,
সেয়েহে অতি সোনকালে বিভাগীয় কৰ্তৃপক্ষই দলংখনেৰে যাতায়ত বন্ধ কৰিবৰ ব্যৱস্থা গ্ৰহন কৰিব লাগে লগতে ৰাইজৰ সুবিধাৰ্থে বিকল্প ব্যৱস্থা কৰিবলৈ দাবী জনালোঁ।

অসম চাহ জনজাতি ছাত্ৰ সন্হা বিশ্বনাথ শাখা সমিতিৰ কাৰ্যনিৰ্বাহক সভাৰ মুহূৰ্ত।
19/06/2022

অসম চাহ জনজাতি ছাত্ৰ সন্হা বিশ্বনাথ শাখা সমিতিৰ কাৰ্যনিৰ্বাহক সভাৰ মুহূৰ্ত।

সময়তকৈ শক্তিশালী আৰু একোৱেই নাই।
18/06/2022

সময়তকৈ শক্তিশালী আৰু একোৱেই নাই।

Address

Home Town/Biswanath, State/
Biswanath Chariali

Telephone

+919101064354

Website

Alerts

Be the first to know and let us send you an email when Mahesh Chatry Tanti মহেশ ছত্ৰী তাঁতী posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Mahesh Chatry Tanti মহেশ ছত্ৰী তাঁতী:

Share

Category