Dr. Satya Nath Gogoi Memorial Library

Dr. Satya Nath Gogoi Memorial Library Dr. Satya Nath Gogoi Memorial Library is established on 17th January 2021. It is owned by Dr. Jayanta Kumar Das and Dr. Karabi Gogoi.

It is free of Cost and open for all. It remains open on Saturday and Sunday.

10/11/2024

ড° সত্যনাথ গগৈ সোঁৱৰণি পুথিভৰালৰ চতুৰ্থ বৰ্ষপূৰ্তি উপলক্ষে অহা সোতৰ জানুৱাৰী তাৰিখে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হ’ব ৷

আমাৰ গ্ৰন্থাগাৰৰ নতুন সম্পদ😊
18/05/2022

আমাৰ গ্ৰন্থাগাৰৰ নতুন সম্পদ😊

30/04/2022

“ড° সত্যনাথ গগৈ সোঁৱৰণী পুথিভঁৰাল”- আমাৰ কল্যাণপুৰস্থিত বাসভৱনত দেউতা প্ৰয়াত ড° সত্যনাথ গগৈৰ সোঁৱৰণত স্থাপিত এটি প্ৰচেষ্টা যাৰ যোগেদি ছাত্ৰ ছাত্ৰী আৰু গৱেষক তথা ইচ্ছুক জনক কিতাপ পঢ়াৰ সুবিধা প্ৰদান কৰা হৈছে ৷ ইয়াত কোনো প্ৰৱেশ মাচুল নাই ৷ সম্পূৰ্ণভাৱে বিনামূলীয়া এই পুথিভঁৰালত গ্ৰন্থ উন্মোচন আৰু সীমিত পৰিসৰৰ মিটিং আদি পতাৰ সুবিধা আছে ৷ ইয়াৰ বাবে কেৱল আগতীয়া যোগাযোগৰ প্ৰয়োজন ৷ কোনো মাচুলৰ প্ৰয়োজন নাই ৷ কেৱল মাত্ৰ গ্ৰন্থৰ লেখক বা প্ৰকাশকে প্ৰকাশিত গ্ৰন্থৰ দুটিকৈ কপি পুথিভঁৰালটিলৈ প্ৰদান কৰাটো বাঞ্চনীয় ৷

******

যোৱা ইংৰাজী ১৭ জানুৱাৰী ২০২১ তাৰিখে ড° সত্যনাথ গগৈ সোঁৱৰণী পুথিভঁৰালৰ শুভ উন্মোচনৰ কিছু দৃশ্য ৷
23/04/2022

যোৱা ইংৰাজী ১৭ জানুৱাৰী ২০২১ তাৰিখে ড° সত্যনাথ গগৈ সোঁৱৰণী পুথিভঁৰালৰ শুভ উন্মোচনৰ কিছু দৃশ্য ৷

Address

Biswanath Chariali
784176

Telephone

+918472086052

Website

Alerts

Be the first to know and let us send you an email when Dr. Satya Nath Gogoi Memorial Library posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Dr. Satya Nath Gogoi Memorial Library:

Share

Category