BJYM Raniganj-Salkocha Mandal

BJYM Raniganj-Salkocha Mandal Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from BJYM Raniganj-Salkocha Mandal, Political organisation, Raniganj Salkocha, Bilasipara.

মহান শিক্ষাবিদ, ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আৰু ভাৰত ৰত্ন ড° সৰ্বপল্লী ৰাধাকৃষ্ণন দেৱৰ পুণ্যতিথিত বিনম্ৰ শ্ৰদ্ধাঞ্জলি জনাই...
17/04/2026

মহান শিক্ষাবিদ, ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আৰু ভাৰত ৰত্ন ড° সৰ্বপল্লী ৰাধাকৃষ্ণন দেৱৰ পুণ্যতিথিত বিনম্ৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ।

ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিষ্ঠা দিৱসৰ শুভক্ষণত প্ৰতিগৰাকী কাৰ্যকৰ্তালৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
06/04/2026

ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিষ্ঠা দিৱসৰ শুভক্ষণত প্ৰতিগৰাকী কাৰ্যকৰ্তালৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

14/03/2026
ভাৰতীয় জনতা যুৱ মৰ্চা ৰানীগঞ্জ-শালকোচা মণ্ডলৰ চোতাল বৈঠক কৰি থকাৰ মুহূৰ্তত। BJYM ZINDAAD 🧡✊
14/03/2026

ভাৰতীয় জনতা যুৱ মৰ্চা ৰানীগঞ্জ-শালকোচা মণ্ডলৰ চোতাল বৈঠক কৰি থকাৰ মুহূৰ্তত।
BJYM ZINDAAD 🧡✊

দেশৰ যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াক পবিত্ৰ অসমভূমিলৈ ভাৰতীয় জনতা যুৱ মৰ্চা,বিলাসীপাৰা জিলাৰ তৰফৰ ...
13/03/2026

দেশৰ যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াক পবিত্ৰ অসমভূমিলৈ ভাৰতীয় জনতা যুৱ মৰ্চা,বিলাসীপাৰা জিলাৰ তৰফৰ পৰা উষ্ম আদৰণি জনাইছোঁ।

শোক বাৰ্তা বিলাসীপাৰা জিলা যুৱ মৰ্চাৰ Training Incharge স্বৰ্গীয় পুলকেশ ৰায় চৌধৰী (পদুম) যোৱা ৰাতি আনুমানিক ১১.৫৫ মান ...
07/03/2026

শোক বাৰ্তা
বিলাসীপাৰা জিলা যুৱ মৰ্চাৰ Training Incharge স্বৰ্গীয় পুলকেশ ৰায় চৌধৰী (পদুম) যোৱা ৰাতি আনুমানিক ১১.৫৫ মান বজাত শেষ নিশ্বাস ত্যাগ কৰে সেয়ে তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোক-সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলোঁ।
ঔ‍ঁ শান্তি🙏

এক শৰণ নামধৰ্মৰ অন্যতম প্ৰচাৰক শ্ৰীশ্ৰী দামোদৰদেৱ গুৰুজনাৰ পবিত্ৰ আৱিৰ্ভাৱ তিথিত তেৰাৰ শ্ৰীচৰণত ভক্তিভৰা প্ৰণিপাত জনাইছো...
27/02/2026

এক শৰণ নামধৰ্মৰ অন্যতম প্ৰচাৰক শ্ৰীশ্ৰী দামোদৰদেৱ গুৰুজনাৰ পবিত্ৰ আৱিৰ্ভাৱ তিথিত তেৰাৰ শ্ৰীচৰণত ভক্তিভৰা প্ৰণিপাত জনাইছোঁ।
BJYM Assam

ভাৰতীয় স্বাধীনতা আন্দোলনৰ সংগ্ৰামী নেতা, বিশিষ্ট ৰাষ্ট্ৰবাদী চিন্তাবিদ তথা সমাজসেৱক বিনায়ক দামোদৰ সাৱৰকাৰদেৱৰ পুণ্যতিথ...
26/02/2026

ভাৰতীয় স্বাধীনতা আন্দোলনৰ সংগ্ৰামী নেতা, বিশিষ্ট ৰাষ্ট্ৰবাদী চিন্তাবিদ তথা সমাজসেৱক বিনায়ক দামোদৰ সাৱৰকাৰদেৱৰ পুণ্যতিথিত আমি গভীৰ শ্ৰদ্ধাৰে তেখেতক স্মৰণ কৰিছোঁ।

ভাৰতীয় জনতা পাৰ্টিৰ সন্মানীয় ৰাষ্ট্ৰীয় সভাপতি শ্ৰীযুত নীতিন নবীন ডাঙৰীয়াক পূণ্যভূমি অসমলৈ আন্তৰিক স্বাগতম জনাইছোঁ।
19/02/2026

ভাৰতীয় জনতা পাৰ্টিৰ সন্মানীয় ৰাষ্ট্ৰীয় সভাপতি শ্ৰীযুত নীতিন নবীন ডাঙৰীয়াক পূণ্যভূমি অসমলৈ আন্তৰিক স্বাগতম জনাইছোঁ।

Address

Raniganj Salkocha
Bilasipara

Website

Alerts

Be the first to know and let us send you an email when BJYM Raniganj-Salkocha Mandal posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share