BJP Bilasipara District

BJP Bilasipara District Official Page of BJP Bilasipara District

বিশ্বৰ মঞ্চত অসমক জিলিকাই তোলা শতিকাৰ অন্যতম শ্ৰেষ্ঠ অসমীয়া, বিশ্ববিশ্ৰুত শিল্পী, ভাৰতৰত্ন সূধাকন্ঠ ড° ভূপেন হাজৰিকাদেৱ...
08/09/2026

বিশ্বৰ মঞ্চত অসমক জিলিকাই তোলা শতিকাৰ অন্যতম শ্ৰেষ্ঠ অসমীয়া, বিশ্ববিশ্ৰুত শিল্পী, ভাৰতৰত্ন সূধাকন্ঠ ড° ভূপেন হাজৰিকাদেৱলৈ আজি জন্ম বাৰ্ষিকীত গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ।

মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত সমূহ:---
07/09/2026

মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত সমূহ:---

07/09/2026

07/09/2026
06/09/2026
বিশ্ব বৰেণ্য নেতা যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ২৫ বছৰীয়া সেৱা,সু- শাসন যাত্ৰা উপলক্ষে অহা ইং ১৭...
06/09/2026

বিশ্ব বৰেণ্য নেতা যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ২৫ বছৰীয়া সেৱা,সু- শাসন যাত্ৰা উপলক্ষে অহা ইং ১৭ ছেপ্টেম্বৰৰ পৰা ১৭ অক্টোবৰলৈ অনুষ্ঠিত হ'বলগীয়া " সেৱা সংকল্প অভিযান" ৰ জিলা কৰ্মশালা অনুষ্ঠিত হয়।
উক্ত কৰ্মশালাত সন্মানীয় জিলা সভাপতি শ্ৰীযুত দেৱজিৎ বৰকলিতা ডাঙৰীয়া, সেৱা সংকল্প অভিযানৰ জিলা আহ্বায়ক,সহ আহ্বায়ক, জিলা আৰু মণ্ডল ট্ৰোলী উপস্থিত থাকে।

06/09/2026

Address

Bilasipara Ward No. 7
Bilasipara
783348

Website

Alerts

Be the first to know and let us send you an email when BJP Bilasipara District posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share