Arup Kumar Dey Friends Club Bilasipara -Dhubri

Arup Kumar Dey Friends Club Bilasipara  -Dhubri Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Arup Kumar Dey Friends Club Bilasipara -Dhubri, Political Party, Bilasipara.

12/10/2024
28/09/2024
28/09/2024

ADRE অৰ্থাৎ অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাত কাইলৈ অৱতীৰ্ণ হ'বলগীয়া প্ৰতিগৰাকী পৰীক্ষাৰ্থীলৈ আন্তৰিক শুভেচ্ছা তথা শুভকামনা জনালোঁ।
সকলোৰে কঠোৰ পৰিশ্ৰম আৰু নিৰন্তৰ চেষ্টা অনন্য প্ৰাপ্তিৰে সমৃদ্ধ হ'ওক তাৰেই কামনা কৰিছোঁ।

14/09/2024

ADRE.03
কালিলৈ পৰীক্ষাটো বহুতৰ সপোন, এইবাৰ কিবা এটা কৰিব লাগিব।
একাংশৰ বাবে বহুত পৰীক্ষা দিলো এইটোৱেই জীৱনৰ শেষ সুযোগ চৰকাৰী চাকৰিৰ। হয়টো পৰীক্ষাৰ কেন্দ্ৰত গৈ আপুনি কনিষ্ঠসকলক দেখি অস্বস্তিত ভুগিব তথাপিও হতাশ নহ'ব এইবাৰ হয়টো আপোনাৰ সৌভাগ্যৰ দুৱাৰ খুলিব।

আৰু কিছুসংখ্যকে নিজৰ একমাত্ৰ ভৰসা সন্তানৰ বাবে হয়টো মাকে ৰাতিপুৱাই ভগৱানৰ শ্ৰীচৰণত প্ৰণিপাত কৰি কব প্ৰভু এইবাৰ চকুমেলি চোৱা সোণে বহুত কষ্ট কৰিছে; ঘৰৰ চালিৰ পৰাও পানী নোৰোৱা হৈছে কিমান আৰু তুমি চকু জপাই থাকিবা? কিবা এটা কৰা ঘৰখন বহুত অভাৱত চলিছে।

কিছুসংখ্যক যাব কোনে কোনে পৰীক্ষা দিছে উপহাস কৰিব। প্ৰশ্ন কাকতখনকৈও কাষত বহা পৰীক্ষাৰ্থীলৈ বেছি উৎসুকতাৰে চাব। সেইসকলক গুৰুত্ব নিদিব।

একাংশই সাধনা কৰিছে নিজৰ ভৰিত নিজে থিয় হোৱাৰ প্ৰতিযোগিতাত কালিলৈ সময়ৰ সঠিক ব্যৱহাৰ কৰিব।

জীৱন এয়াই নিজস্ব কিবা এটা কৰাৰ বাসনাত আজি পৃষ্ঠাৰ পৰা পৃষ্ঠাত নিমগ্ন।।

একাংশই কব মোৰ ছেটিংছ মিলি আছে চাকৰি ফাইনেল লাখ টকা দিছো। আপুনি গুৰুত্ব নিদিব, বিশ্বাস নকৰিব কাৰণ মুখ্যমন্ত্ৰী Himanta Biswa Sarma ডাঙৰীয়া মহোদয়ে প্ৰতিজ্ঞা কৰিছে এই চাকৰি নিকা হব।।

সকলোলৈকে আন্তৰিক শুভকামনা জনাঁলো। সফল হওঁক জীৱনৰ যুঁজত।।

Address

Bilasipara

Website

Alerts

Be the first to know and let us send you an email when Arup Kumar Dey Friends Club Bilasipara -Dhubri posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share