13/01/2024
আজি বিলাসীপাৰাস্থিত জিলা বিজেপিৰ কাৰ্যালয়ত ভাৰতীয় জনতা পাৰ্টি, বিলাসীপাৰা জিলা সভাপতি মাননীয় Devajit Barkalitaদেবজিৎ বৰকলিতা ডাঙৰীয়াৰ সভাপতিত্ব আৰু অসম চৰকাৰৰ বিপণন নিগমৰ অধ্যক্ষ তথা প্ৰাক্তন বিধায়ক মাননীয় Dr.Ashok Kumar singhi ডাঙৰীয়াৰ উপস্থিতিত অহা ১৯ জানুৱাৰীত বিলাসীপাৰাৰ আই,এন, এ খেলপথাৰত নতুন ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ সকলক আনুষ্ঠানিক ভাৱে বিতৰণ কৰিব অসম চৰকাৰৰ পঞ্চায়ত ও গ্ৰাম্য উন্নয়ন, খাদ্য আৰু অসামৰিক যোগান পৰিক্রমা বিভাগৰ মাননীয় কেৱিনেট মন্ত্ৰী Ranjeet Kumar Dass ডাঙৰীয়া কাৰ্যসূচীৰ প্ৰস্তুতিৰ পৰ্যালোচনাৰ সভাত অংশগ্ৰহন কৰোঁ।
উক্ত সভাত মোৰ সহিতে উপস্থিত থাকে কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ(KAC) EM মাননীয় Jibesh Roy ডাঙৰীয়া, বিজেপিৰ মণ্ডল সভাপতি সকল, জিলা মৰ্চাৰ সভাপতি সকল, সামাজিক মাধ্যমৰ কোষৰ আহ্বায়ক সকল, পৌৰসভাৰ পৌৰনেত্ৰী সকল উপস্থিত থাকে ।।
Jayanta Mallabaruah
Dr. Jury Sharma Bordoloi
Monoranjan Ray/ মনোৰঞ্জন ৰায়
Biddyut Bikash Baishya