পানবাৰী আঞ্চলিক এবিএমছু

  • Home
  • India
  • Bijni
  • পানবাৰী আঞ্চলিক এবিএমছু

পানবাৰী আঞ্চলিক এবিএমছু জাতি তথা সংগঠনৰ স্বাৰ্থত প্ৰাণ আহুতি দিয়া প্ৰতিজন সংগ্ৰামী সত্বা লৈ ছালাম ও প্ৰণাম ।

নাম-আমিৰুল আলী।পিতা-মোস্তাফিজুৰ ৰহমান।পো-পাণবাৰী।জিলা-চিৰাংপিন কোড-৭৮৩৩৯১যোৱা কালিৰ পৰা(৩০/০৩/২০২৬) বিচাৰি পোৱা নাই। অনু...
31/03/2026

নাম-আমিৰুল আলী।
পিতা-মোস্তাফিজুৰ ৰহমান।
পো-পাণবাৰী।
জিলা-চিৰাং
পিন কোড-৭৮৩৩৯১
যোৱা কালিৰ পৰা(৩০/০৩/২০২৬) বিচাৰি পোৱা নাই। অনুগ্ৰহ কৰি কোনোবাই খবৰ বা দেখা পালে জনাব।
যোগাযোগ নম্বৰ- 7099554718
8134892344

কৃপা কৰি পোষ্টটো সকলোৱে শ্বেয়াৰ কৰি তেওঁক বিচাৰি উলিয়াবলৈ সহায় কৰিব।🙏

গণ অধিকাৰ কাকতত প্ৰকাশিত আমাৰ কাৰ্যসূচীৰ খবৰ ।
10/02/2026

গণ অধিকাৰ কাকতত প্ৰকাশিত আমাৰ কাৰ্যসূচীৰ খবৰ ।

আজি ৭৭ তম গণৰাজ্য দিৱস উপলক্ষে পানবাৰী আঞ্চলিক ABMSU ৰ কাৰ্যালয় প্ৰাংগণত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয়।   উক্ত কাৰ্যসূচ...
26/01/2026

আজি ৭৭ তম গণৰাজ্য দিৱস উপলক্ষে পানবাৰী আঞ্চলিক ABMSU ৰ কাৰ্যালয় প্ৰাংগণত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয়।
উক্ত কাৰ্যসূচীবোৰত ABMSU ৰ কেন্দ্ৰীয় , জিলা , আঞ্চলিক পৰ্যায়ৰ নেত্ৰীবৃন্দ , প্ৰাক্তন ABMSU কৰ্মী , শুভাকাংক্ষী , যুৱ-সমাজ , স্থানীয় ৰাইজ আৰু বিভিন্ন বিদ্যালয়ৰ কিছু ছাত্ৰ-ছাত্ৰীও উপস্থিত থাকে ।


অহাকালি সন্ধিয়া ৫ বজাত পাণবাৰী আঞ্চলিক সমিতিখন নতুনকৈ গঠন কৰাৰ উদ্দেশ্য সাধাৰণ সভা অনুষ্ঠিত কৰা হব ।
25/01/2026

অহাকালি সন্ধিয়া ৫ বজাত পাণবাৰী আঞ্চলিক সমিতিখন নতুনকৈ গঠন কৰাৰ উদ্দেশ্য সাধাৰণ সভা অনুষ্ঠিত কৰা হব ।

25/01/2026

ABMSU ৰ পানবাৰী আঞ্চলিক সমিতিৰ সাধাৰণ সভাৰ কাম পূৰ্ণগতিত চলি আছে।
সকলোৰে সহযোগিতা কামনা কৰিলোঁ।

যোৱা ২৩ অক্টোবৰ ২০২৩ তাৰিখত কেন্দ্ৰীয় শ্বহীদ দিৱসৰ সৈতে সংযুক্ত কৰি পাণবাৰী আঞ্চলিক সমিতিখন গঠন কৰা হৈছিল। ABMSU ৰ পাণব...
18/01/2026

যোৱা ২৩ অক্টোবৰ ২০২৩ তাৰিখত কেন্দ্ৰীয় শ্বহীদ দিৱসৰ সৈতে সংযুক্ত কৰি পাণবাৰী আঞ্চলিক সমিতিখন গঠন কৰা হৈছিল।

ABMSU ৰ পাণবাৰী আঞ্চলিক সমিতিৰ সপ্তম দ্বি বাৰ্ষিক অধিৱেশনৰ সৈতে সংগতি ৰাখি অহা ২৬ জানুৱাৰী ২০২৬ ইং তাৰিখত সাধাৰণ সভাৰ জৰিয়তে পাণবাৰী আঞ্চলিক সমিতিখন নতুনকৈ গঠন কৰা হব ।
সকলোৰে সহযোগিতা কামনা কৰিলোঁ।


বিজনী জিলা সমিতি ABMSU
ABMSU

নৱবৰ্ষৰ প্ৰথম সন্ধিয়াৰ শুভেচ্ছা ।। প্ৰবল ঠাণ্ডা বতৰ ।।ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক সচেতনতাৰ প্ৰতি পানবাৰী আঞ্চলিক এবিএমছু সদায...
01/01/2026

নৱবৰ্ষৰ প্ৰথম সন্ধিয়াৰ শুভেচ্ছা ।। প্ৰবল ঠাণ্ডা বতৰ ।।

ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক সচেতনতাৰ প্ৰতি পানবাৰী আঞ্চলিক এবিএমছু সদায় একনিষ্ঠ সেৱকৰ দৰে সেৱা আগবঢ়ায় গৈ থাকিব ।।

সগৌৰৱেৰে ক‌ও যে , চিৰাং জিলাৰ ভিতৰত পানবাৰী অঞ্চলৰ ছাত্ৰ সমাজৰ এক সুকীয়া স্থান আছে আৰু ভৱিষ্যতেও এই ধাৰা অটুট থাকিব ।।

উঠি অহা প্ৰজন্মক সদায় অনুপ্ৰাণিত কৰি সমাজত এক ব্যতিক্ৰমী পৰিচয়ৰ সৈতে আগুৱাই লোৱাত আমি সদায় প্ৰস্তুত।।

ABMSU ZINDABAD..


📘✨ শিক্ষাই সকলো পৰিবৰ্তণৰ আধাৰ ✨📘প্ৰতি বছৰৰ দৰে এইবাৰো ABMSU ৰ বিজনী জিলা সমিতিৰ অন্তৰ্গত পাণবাৰী আঞ্চলিক সমিতিৰ তৰফৰ পৰ...
07/12/2025

📘✨ শিক্ষাই সকলো পৰিবৰ্তণৰ আধাৰ ✨📘

প্ৰতি বছৰৰ দৰে এইবাৰো ABMSU ৰ বিজনী জিলা সমিতিৰ অন্তৰ্গত পাণবাৰী আঞ্চলিক সমিতিৰ তৰফৰ পৰা আমি HSLC আৰু HSপৰীক্ষাত অৱতীৰ্ণ হব লগীয়া প্ৰতিজন আগ্ৰহী ছাত্ৰ-ছাত্ৰীক মানিক সমৰ্থন,উৎসাহ, পৰামৰ্শ আৰু শৈক্ষিক দিশত সহায় আগবঢ়োৱাৰ উদ্দেশ্যে ঘৰে ঘৰে গৈ আছো। আমাৰ এই backward society ৰ প্ৰতিটো গৃহত শিক্ষাৰ পোহৰ বিয়পাই তুলিব পাৰিলেই আমাৰ যাত্ৰাটোৱে অর্থ পাব।
প্ৰয়াস একেটা,লক্ষ্য একেটা,আমাৰ ছাত্ৰ-ছাত্ৰীয়ে সফলতা অর্জন কৰিব।

প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল,
তোমালোকৰ কঠোৰ পৰিশ্রম, শ্ৰদ্ধা আৰু আত্মবিশ্বাসই তোমালোকক সফলতাৰ শিখৰত লৈ যাব।নিজক বিশ্বাস কৰি আগবাঢ়ি যাওক নিশ্চয় এদিন সফল হবা।

🙏 ধন্যবাদ জনাইছো সেইসকল অভিভাৱক-অভিভাৱিকাক, যিয়ে শিক্ষাৰ গুৰুত্ব উপলব্ধি কৰি আমাৰ প্ৰচেষ্টাৰ সৈতে সহায় সহযোগিতা আগবঢ়াইছে।









জুবিন গাৰ্গঃ অসমৰ অমৰ সুৰ জুবিন গাৰ্গৰ অকাল প্ৰয়াণে অসমীয়াৰ হৃদয় শোকত বিদীৰ্ণ কৰিছে। তেওঁৰ মধুৰ কণ্ঠস্বৰ, হৃদয়ছোঁৱা স...
20/09/2025

জুবিন গাৰ্গঃ অসমৰ অমৰ সুৰ

জুবিন গাৰ্গৰ অকাল প্ৰয়াণে অসমীয়াৰ হৃদয় শোকত বিদীৰ্ণ কৰিছে। তেওঁৰ মধুৰ কণ্ঠস্বৰ, হৃদয়ছোঁৱা সুৰ আৰু অপৰিমেয় প্ৰতিভাৰে তেওঁ অসমৰ সংস্কৃতিত আকাশত চিৰকাল জিলিকি থাকিব। ‘ইয়া আলী’ৰ পৰা ‘তোমাৰ খোলা হাওয়া’লৈ, তেওঁৰ প্ৰতিটো গীততে অসমৰ গৌৰৱ আৰু আৱেগৰ সুৰ বৈ থাকিব। তেওঁ কেৱল এগৰাকী সংগীতশিল্পী নাছিল—তেওঁ আছিল অসমৰ সুৰৰ স্ৰোতধাৰা, যিয়ে চল্লিশতকৈও অধিক ভাষা আৰু উপভাষাত জীৱনৰ সুৰ সানিছিল। জুবিনদা, আমাৰ মাজৰ পৰা শাৰীৰিকভাৱে গুচি গ’লেও, তেখেতৰ সংগীতৰ যাদু অসমীয়াৰ হৃদয়ত চিৰজীৱী হৈ ৰ’ব। অসমৰ এই অমৰ সন্তানৰ আত্মাই যেন চিৰশান্তি লাভ কৰে। নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা মাগিছোঁ ।

On 31 August 2025, Sunday, a general meeting of the Ballimari Unit Committee, under the Panbari Regional Committee of AB...
01/09/2025

On 31 August 2025, Sunday, a general meeting of the Ballimari Unit Committee, under the Panbari Regional Committee of ABMSU, was convened at the premises of Ballimari BB ME School. Through this general meeting, the Ballimari unit committee was fully restructured and the oath-taking ceremony was conducted. The meeting was held in a highly disciplined manner with the presence of the elders of the local Ballimari village and the enthusiastic participation of officials from all levels of ABMSU, including the central, district,l and regional committees.

We extend heartfelt congratulations to the newly elected President, Working President , General Secretary and All body of the Ballimari Unit Committee under the Panbari Regional Committee of the Bijni District Committee of ABMSU. May you gain the strength to lead the community from the forefront in the days ahead, and our support and cooperation will remain with you throughout.

যোৱা নিশা পানবাৰী অঞ্চলিক সমিতিৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰা হয় ।
16/08/2025

যোৱা নিশা পানবাৰী অঞ্চলিক সমিতিৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰা হয় ।

  ৰ বিজনী জিলা সমিতিৰ অন্তৰ্গত পানবাৰী আঞ্চলিক সমিতিৰ মুখ্য কাৰ্যালয়ত ৭৯ তম স্বাধীনতা দিৱসৰ পতাকা উত্তোলনৰ দৃশ্য।
15/08/2025

ৰ বিজনী জিলা সমিতিৰ অন্তৰ্গত পানবাৰী আঞ্চলিক সমিতিৰ মুখ্য কাৰ্যালয়ত ৭৯ তম স্বাধীনতা দিৱসৰ পতাকা উত্তোলনৰ দৃশ্য।

Address

Bijni

Telephone

+917086852560

Website

Alerts

Be the first to know and let us send you an email when পানবাৰী আঞ্চলিক এবিএমছু posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category